Browsing Category

ট্ৰেণ্ডিং

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি গুৱাহাটী,১৩ জুনঃ নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে চমন জাৰি কৰাক লৈ দেশজুৰি কংগ্ৰেছে আজি বিক্ষোভ প্ৰদৰ্শন কৰে।…

বাতৰি বিলাই ফুৰা ল’ৰাজন নিজে এটা শোকৰ বাতৰি হ’ল 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জুনঃ সংবাদৰ পিছে পিছে ঘূৰি ফুৰি, ৰদ-বৰষুণ নেওচি ডাঁৰৰ খবৰ ডাঁৰে বিলাই ফুৰা তজবজীয়া যুৱকজন আজি নিজে এটা শোকৰ বাতৰি বিলাই অনন্তধামলৈ গতি কৰিলে।শোকস্তব্ধ হৈ পৰিল পৰিয়াল, সতীৰ্থ তথা লখিমপুৰৰ সাংবাদিক জগত।নাৰায়ণপুৰ…

পুৰণা দল হিচাপে কংগ্ৰেছৰে এতিয়াও কিছু সাংগঠনিক ভেটি আছেঃ জয়ন্ত মল্ল বৰুৱা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩জুনঃ কংগ্ৰেছৰ নেতৃত্বত য’দিহে কষ্ট কৰা মানুহ আহে তেনেহলে দলটো কিছু উঠিব পাৰে।” এই মন্তব্য ৰাজ্য চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি তেজপুৰত তেওঁ ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত মন্তব্য কৰি আৰু…

বিজেপিৰ বিৰোধী ৰাজ্যত কোনো নাই বুলি ক’লে মুখ্যমন্ত্ৰীয়ে

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৩ জুনঃ তেজপুৰৰ বাটমাৰিস্থিত সন্মিলন কেন্দ্ৰতে অহা ছমাহৰ পাছতেই অনুষ্ঠিত হ’ব ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে এই কথা। তদুপৰি,ছমাহৰ পাছতে…

তেজপুৰৰ সন্মিলন কক্ষৰ সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ জুনঃ তেজপুৰৰ বাটমাৰিত নৱনিৰ্মীত সন্মিলন কেন্দ্ৰৰ সুৰক্ষাৰ দায়িত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা গজাল এটাও কোনেও নিবলৈ সাহস কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি…

শিক্ষা ব্যৱস্থাত কেৰোণ ক’ত ?

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ জুনঃ অসমৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু মাধ্যমিক শিক্ষা বিষয়াসকলকলৈ গঠিত ৰাজ্যিক অধিবিদ্যা পৰিষদ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনখন ১০ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক…

কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱক ভিতৰলৈ আনিব চৰকাৰে 

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ১৩ জুনঃ বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি অহা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱৰ ৰাইজলৈ এক সকাহৰ বতৰা। বহু কষ্টৰ মাজেৰে বন্দী জীৱন যাপন কৰি অহা গাঁওবাসীক কাঁইটীয়া তাঁৰৰ ভিতৰলৈ অনাৰ বাবে…

“বৰগীত”ত সৰ্বোচ্চ নম্বৰ লাভ কৰা যোৰহাটৰ তনুশ্ৰী দত্তলৈ “অসম গ্ৰাম্য শিৰোৰত্ন…

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ জুন : পশ্চিম কাৰ্বি আংলংস্থিত অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সংস্কৃতি বিকাশ মঞ্চই প্ৰতিবছৰে অসমৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা কলা কুশলীক "অসম গ্ৰাম্য শিৰোৰত্ন বটা" প্ৰদান কৰি আহিছে। নগাঁৱৰ কামপুৰত…

 জামুগুৰিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে অনুশীলনত ব্যস্ত মহিলা

জামুগুৰিহাট, ১৩ জুনঃ  ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অংশগ্ৰহণ কৰিছে যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল…

চিতা বিতৰ্ক : ৰাজনীতি বনাম বিজ্ঞান

দাদুল দেৱকৃষ্ণ বৰুৱাগভীৰ নিশা। মৃগয়ালৈ ওলাইছিল চৰগুজাৰ (বর্তমান ছত্তিচগড়)ৰ ৰামানুজ প্রসাদ সিংহদেও। মটৰ গাড়ীৰ হেডলাইটৰ পোহৰত হঠাৎ পথৰ অদূৰত জিলিকি উঠিছিল তিনিযোৰ চকু। মুহূর্তৰ ভিতৰতে নির্ভুল লক্ষ্যত গর্জি উঠিল পূৰঠ চিকাৰী…