Browsing Category
ট্ৰেণ্ডিং
কোন হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুনঃ নিৰ্বাচন আয়োগে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে দেশৰ পৰৱৰ্তী প্ৰথম নাগৰিক কোন হ’ব সেই সন্দৰ্ভত আলোচনা-বিলোচনা চলিব লাগিছে। বিশেষকৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহত…
এন্টাৰ্কটিকাতো পোৱা গ’ল মাইক্ৰ’ প্লাষ্টিক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুনঃ বিশ্বৰ দক্ষিণ প্ৰান্তত থকা বৰফৰ মহাদেশ এণ্টাৰ্কটিকাতো ধৰা পৰিছে মাইক্ৰ' প্লাষ্টিকৰ উপস্থিতি। শেহতীয়াকৈ মহাদেশখন ভ্ৰমণ কৰা বিজ্ঞানীসকলৰ গৱেষণাত এই ক্ষুদ্ৰ পলিমাৰৰ টুকুৰাবোৰ উপস্থিতিৰ কথা নথিভুক্ত কৰা…
পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান অৱনমিত হৈছে কিয়
পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ শোচনীয় ৰূপটো পুনৰ প্ৰকট হৈ উঠিছে শেহতীয়াকৈ প্ৰকাশিত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিৱেদনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Yale Centre for Environment Law & Policy আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ Centre for…
তেজপুৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক কনভেনচন চেন্টাৰৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১১জুনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰী সভাৰ প্ৰথম খন ৰাজ্যিক কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈছে তেজপুৰত। মুঠ ১৬জন মন্ত্ৰীৰ অংশ গ্ৰহনৰে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…
অসমৰ দুখীয়াৰ চাউল মিজোৰামলৈ সৰবৰাহ
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১১ জুন: বিভাগীয় মন্ত্ৰীৰ অকৰ্মণ্যতাত উঠি ৰজা বহি ৰজা হৈ পৰা যোগান বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ পৰোক্ষ পৃষ্ঠপোষকতাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে দুখীয়াৰ বাবে আবণ্টিত চাউলৰ অবৈধ বেহা।ভাৰতীয় খাদ্য নিগমৰ…
তিনিচুকীয়াৰ মাকুমত বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দঃ ধৃত ২
শতাব্দ প্ৰতিনিধি, ১১ জুনঃ তেলচুৰিৰ ঘাটিত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অসমীয়া বজালনী গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দ কৰাৰ লগতে খাৰুৱা তেলৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত ২ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম…
আবকাৰী অধীক্ষকক সুৰা গলাধঃকৰণ কৰায়ো ৰক্ষা নপৰিল অপু’চ ৰেষ্টুৰেণ্ট
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুন : যোৱা ২ জুনৰ পৰা বিতৰ্কৰ মাজত সোমাই থকা তিনিচুকীয়াৰ মাকুম পথৰ অপু’চ নামৰ ৰেষ্টুৰেণ্ট তথা ধাবাত আজি চলিল জিলা প্ৰশাসনৰ বুলডজাৰ । তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি…
যোৰহাটত গীতিকাৰ নগেন বৰাৰ স্মৃতি দিৱস
শতাব্দ প্ৰতিনিধি, যোৰহাট , ১১ জুন : অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিশিষ্ট গীতিকাৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতি দিৱস পালন কৰা হয় ।…
লখিমপুৰ-ঢকুৱাখনা সংযোগী ঘাগৰ নৈৰ দলঙৰ বাবে ৩৮৩ কোটি টকা অনুমোদনত আনন্দৰ জোৱাৰ
ঢকুৱাখনাৰ প্ৰতিবেদক, ১১জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰী পৰিষদৰ আজি তেজপুৰত অনুষ্ঠিত বৈঠকত লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজত ঘাগৰ নৈৰ ওপৰত ৰাইজৰ বহু প্ৰত্যাশিত দলংখন নিৰ্মাণ প্ৰকল্পৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন জনোৱা…
পোন্ধৰ বছৰীয়া কৰ্কট ৰোগৰ যান্ত্ৰণাৰ মাজতো গ্ৰন্থ ৰচনা তেজপুৰৰ পুতুমাই বৰাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ জুন: বিয়াৰ জোৰোণ আহোতে গোৱা নাম, জোৰোণ আদৰা নাম, জোৰোণ পিন্ধোৱা নাম, কইনা নোৱাওঁতে গোৱা নাম, দৈয়ন দিয়া নাম, গাঁথিয়ন খুন্দাৰ নাম, সুৱাগুৰি তোলা নাম, আখৈ তোলা নাম, দৰাৰ পানী তোলা নাম, জোৰা নামকে ধৰি এখন বিয়াত…
