Browsing Category

ট্ৰেণ্ডিং

যোৰহাটত গীতিকাৰ নগেন বৰাৰ স্মৃতি দিৱস

শতাব্দ প্ৰতিনিধি, যোৰহাট , ১১ জুন : অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিশিষ্ট গীতিকাৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতি দিৱস পালন কৰা হয় ।…

লখিমপুৰ-ঢকুৱাখনা সংযোগী ঘাগৰ নৈৰ দলঙৰ বাবে ৩৮৩ কোটি টকা অনুমোদনত আনন্দৰ জোৱাৰ 

ঢকুৱাখনাৰ প্ৰতিবেদক, ১১জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰী পৰিষদৰ আজি তেজপুৰত অনুষ্ঠিত বৈঠকত লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজত ঘাগৰ নৈৰ ওপৰত ৰাইজৰ বহু প্ৰত্যাশিত দলংখন নিৰ্মাণ প্ৰকল্পৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন জনোৱা…

পোন্ধৰ বছৰীয়া কৰ্কট ৰোগৰ যান্ত্ৰণাৰ মাজতো গ্ৰন্থ ৰচনা তেজপুৰৰ পুতুমাই বৰাৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ জুন: বিয়াৰ জোৰোণ আহোতে গোৱা নাম, জোৰোণ আদৰা নাম, জোৰোণ পিন্ধোৱা নাম, কইনা নোৱাওঁতে গোৱা নাম, দৈয়ন দিয়া নাম, গাঁথিয়ন খুন্দাৰ নাম, সুৱাগুৰি তোলা নাম, আখৈ তোলা নাম, দৰাৰ পানী তোলা নাম, জোৰা নামকে ধৰি এখন বিয়াত…

ইচ্ছাকৃতভাৱে ভোটদান নকৰা বিষয়া-কৰ্মচাৰীক চিনাক্ত কৰিব নিৰ্বাচন আয়োগে

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ জুন : লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন সমূহত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ এটা সুকীয়া পন্থা অৱলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুযায়ী নিৰ্বাচন আয়োগে এতিয়া দেশখনৰ জিলা সমূহৰ নিৰ্বাচনী…

আকাশী যুদ্ধত শক্তিশালী হ’ব ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : আকাশী যুদ্ধত নিজৰ স্থিতি শক্তিশালী কৰিবৰ বাবে ভাৰতে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। সেই প্ৰয়াসৰ অংশ হিচাপে তৈয়াৰ কৰা অস্ত্ৰ এমকে-২ আৰু এমকে-৩ মিছাইলৰ পৰীক্ষণ অহা বছৰ আৰু ২০২৪ চনত কৰাৰ সম্ভাৱনা আছে। এই নিৰ্মাণ…

চীনে মুকলি কৰিলে জোনবাইৰ ‘ফটফটীয়া’ মানচিত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : চীনে চন্দ্ৰৰ এক নতুন বিস্তৃত ভূতাত্ত্বিক মানচিত্ৰ প্ৰকাশ কৰিছে, যিখন মানচিত্ৰ এতিয়ালৈকে 'সৰ্বাধিক বিশদ', যিয়ে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোত বৈজ্ঞানিক গৱেষণা, অন্বেষণ আৰু অৱতৰণ স্থান নিৰ্বাচনত…

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে দায়ী হ’ব চেলিব্ৰেটি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : কেন্দ্ৰীয় চৰকাৰৰ দ্য কনজিউমাৰ প্ৰটেকচন অথৰিটিয়ে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা ২০২২ৰ অধীনত ছপা, টেলিভিছন আৰু ছ’চিয়েল মিডিয়াত গণ বিজ্ঞাপনৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়মসমূহ জাৰি কৰিছে। গ্ৰাহক সুৰক্ষা আইনৰ অধীনত ১০…

কলম্বিয়াৰ সমুদ্ৰত ডুব যোৱা জাহাজত সোণ-ৰূপৰ ভাণ্ডাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : ৩০০ বছৰতকৈও আগেয়ে সমুদ্ৰত ডুব যোৱা ঐতিহাসিক ছান জোছ গেলিয়ন (San Jose galleon) বা ছান জোছ নামৰ স্পেনিছ পালতৰা জাহাজখনে এতিয়াও সমগ্ৰ বিশ্বৰ সম্পদ সন্ধানকাৰীসকলৰ হৃদস্পন্দন বঢ়াই তোলে। বিশেষজ্ঞসকলৰ মতে, ১৭০৮…

ককাৰ ভাঙৰ চিলিমত মৰা হোপাটো… তাৰপিছত ?

দীপামণি হাজৰিকা বৰুৱা নজনা কিবা এটাৰ বিষয়ে জানিবলৈ বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। সকলো মানুহেই নজনাটোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে যদিও ডাঙৰ সকলতকৈ শিশুসকলৰ মনত অনুসন্ধিৎসু গুণটো বেছিকৈ থাকে। কিমান যে কথা, কিমান যে প্ৰশ্ন ! কল্পনা বিলাসী,…