Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিনামূলীয়া আধাৰ শিবিৰ
উত্তৰ লখিমপুৰ, ১০ জুনঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়া বিনামূলীয়া আধাৰ সুবিধা শিবিৰ আজি শতাধিক ব্যক্তিৰ নামভৰ্তিৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ হিচাপ বিদ্যা আৰু ৰাজনীতি বিজ্ঞান বিভাগে আধাৰ সেৱা কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ…
প্রধান মন্ত্ৰী আৱাস যোজনাই ঢুকি নোপোৱা মানুহজন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন : মানুহজনৰ নাম বগামল শইকীয়া, ঘৰ লখিমপুৰ জিলাৰ চুতীয়াকাৰীত। চল্লিশৰ উৰ্দ্ধৰ এইজন বিপত্নীক ব্যক্তিয়ে বছৰ বছৰ ধৰি ৰ'দ বৰষুণত তিতি-বুৰি এখন চালিৰ তলত কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে। কেওকিছু নথকা এইজন লোকে…
লখিমপুৰত নাই ডি. টি. অ’, এম. ভি. আই.
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুনঃ ৰাজ্যৰ এটা বিয়াগোম বিভাগ হৈছে পৰিবহন বিভাগ। এই পৰিবহন বিভাগটোৰ বহু কাৰ্যালয়ত এতিয়া বিষয়া-কর্মাচাৰী অবিহনেই চলি আছে। তেনে এটা কার্যালয় হৈছে লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। এই কার্যালয়টোত…
লখিমপুৰৰ ৰাজপথত জাগৃত নাৰীশক্তি সমিতিৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন: লখিমপুৰ নগৰত আজি জাগৃত নাৰীশক্তি সমিতিয়ে উত্তাল প্ৰতিবাদেৰে ৰাজ পথ কঁপাই তোলে। লখিমপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ মাইক্ৰ'ফাইনেন্স কোম্পানীটোৱে সাম্প্রতিক সময়তো দৰিদ্র মহিলাসকলৰ ঘৰলৈ গৈ সেই মহিলাসকলক…
দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাকলৈ সমালোচনা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ৰাজ্য চৰকাৰে কাইলৈ তেজপুৰত কেবিনেট অনুষ্ঠিত কৰাক লৈ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।আজি দিনত তেজপুৰৰ পৰমাইঘূলিস্থিত এক লিচু বাগিছাত লিচু ক্ৰয় কৰিবলৈ অহা কংগ্ৰেছী বিধায়কজনে…
তেজপুৰ কনভেনচন চেন্টাৰ মুকলিৰ পূৰ্বে পৰিল পানী
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ বাটমাৰিত নৱনিৰ্মীত কনভেনচন চেন্টাৰ আনুষ্ঠানিকভাৱে কাইলৈ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই। তাৰ পিছতে ইয়াত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট…
ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযান
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ,১০ জুন: ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযানৰ আজি অন্তিম দিন।উপত্যকাৰ ১৫ টা বিধানসভা সমষ্টিত যোৱা মঙ্গলবাৰৰ পৰা এই অভিযান আৰম্ভ কৰিছে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বৰাকৰ দায়িত্ব থকা…
অন্য প্রাণীৰ বাবেও ক’ৰনাৰ টিকাঃ ভাৰতীয় সংস্থাৰ সফলতা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : এনোক'ভেক্স ভাৰতত তৈয়াৰ হোৱা প্রথম টিকা, যি পশুক ক'ৰনা-১৯ৰ হাতৰ পৰা ৰক্ষা কৰিব। কুকুৰ, সিংহ, চিতাবাঘৰ ওপৰত প্রয়োগ কৰি দেখা গৈছে যে, ক'ৰনাৰ দুটা ৰূপ— ডেল্টা আৰু অমিক্রন এই দুয়োটাৰ বিৰুদ্ধেই এই ভেকচিন…
চৰ্চাৰ শীৰ্ষত আই লাভ শিৱসাগৰ
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ বুৰঞ্জীপ্ৰসিদ্ধ আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসেৰে বিশ্বৰ বুকুত সগৌৰৱেৰে উজ্বলি থকা শিৱসাগৰ জিলাৰ চৌপাশে সিঁচৰিত হৈ থকা পৌৰাণিক ভাস্কৰ্যসমূহে দেশী-বিদেশী পৰ্যটকসকলক হাত বাউলী দি মাতি থকাৰ সময়তেই…
কেবিনেটৰ আগদিনা কৃত্ৰিম বানত ডুবিল তেজপুৰ চহৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০জুন: পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ পাছতে আজি কৃত্ৰিম বানত ডুব গ’ল তেজপুৰৰ চহৰৰ একাধিক গুৰুত্বপূৰ্ণ অঞ্চল।ৰাজ্য চৰকাৰৰ কেবিনেট তেজপুৰৰ বাটমাৰিত অনুষ্ঠিত হোৱাৰ বাবে চহৰখনক সকলো প্ৰকাৰে সজাই পৰাই তোলাৰ সময়তে আগদিনাই…
