Browsing Category
ট্ৰেণ্ডিং
গড়গাঁও মহাবিদ্যালয়ৰ পোষ্য গাঁৱত ভূ-তত্ত্ব বিভাগৰ উদ্যোগত ‘পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা’…
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ গড়গাওঁ মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ 'জিঅলজিকেল ফ'ৰাম' আৰু শিক্ষক-অভিভাবক গোটৰ উদ্যোগত ১০ জুন তাৰিখে মহাবিদ্যালয়ৰ পোষ্য গাঁও লংকাক গোহাঁই গাঁৱত 'পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা'…
আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে আৰক্ষীৰ “কৃতিত্ব” উন্মোচিত
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ। আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ। অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা। এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ…
লখিমপুৰ শিক্ষাখণ্ডত ৫জন দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰী সু-খ্যাতিৰে উত্তীৰ্ণ
উত্তৰ লখিমপুৰ, ১০ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাঙ্গতাক নেওচি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ শিক্ষা খণ্ডৰ ৫জনকৈ দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীয়ে।সৰ্বশিক্ষা অভিযান মিছন লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ জৰিয়তে সাধাৰণ…
কৌতুহল ! অন্য গেলাক্সিৰ পৰা আহিছে ৰেডিঅ’ ছিগনেল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : পৃথিৱীৰ বাহিৰেও প্রাণ আছে নেকি? এই লৈ নানা প্রশ্ন, নানা কৌতূহল, নানা ব্যাখ্যা। শেহতীয়াকৈ পৃথিৱীলৈ অহা এক ৰেডিঅ' ছিগনেলে এই বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে। চীনৰ এটা মেচিভ ৰেডিঅ' টেলিস্কোপত এই তৰঙ্গৰ…
এজন ছাত্রৰ মানৱ সম্পদ গঢ়াৰ সপোন
বিমল বৰগোহাঁই
বহু জল্পনা-কল্পনাৰ অন্তত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱা সাত জুন, ২০২২ তাৰিখে ঘোষণা কৰিলে। এইবাৰৰ ফলাফল আগৰ বছৰৰ তুলনাত বৰ সন্তোষজনক নহয়। ক'ৰনা অতিমাৰীৰ বাবে যোৱা বছৰ পৰীক্ষা অনুষ্ঠিত নহল। মাত্ৰ বিদ্যালয় সমূহে…
১৮ জুলাইত ৰাষ্ট্রপতি নির্বাচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : আগন্তুক ১৮ জুলাইত হ'ব ৰাষ্ট্রপতি নির্বাচন। তিনিদিন পিছত (আগন্তুক ২১ জুলাই) প্রয়োজন হ'লে ভোট গণনা হ'ব। এনেকৈয়ে ঘোষণা কৰিলে নির্বাচন আয়োগে। আগন্তুক ২৪ জুলাইত ৰাষ্ট্রপতি হিচাবে ৰামনাথ কোবিন্দৰ ম্যাদ শেষ হ'ব।…
অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুন: শক্তিপীঠ কামাখ্যা ধামত ২১ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। মেলাৰ সময়ছোৱাত সমবেত হ'ব লগা দেশী-বিদেশী ভক্ত-দৰ্শনাৰ্থীসকলৰ জৰুৰী চিকিৎসা প্ৰয়োজনীয়তাৰ দিশটো…
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বামুণীমৈদামস্থিত মুখ্য কাৰ্যালয় পৰা প্ৰেৰণ কৰা এক জাননীৰ জৰিয়তে উচ্চতৰ…
জনজাতিকৰণ আৰু অন্যান্য দাবীত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মটক যুৱ-ছাত্ৰ সন্মিলনৰ উত্তাল…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে…
মন্ত্ৰী ৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী ৰূপে আজি শপত ল'লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত…
