Browsing Category

ট্ৰেণ্ডিং

লাদাখত পুনৰ বাঙ্কাৰ নির্মাণ কৰিছে চীনে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুন : লাদাখত পুনৰ সংঘর্ষৰ প্রস্তুতি চলাইছে চীনে? এই এলেকাত চীনা সেনাৰ গতিবিধিক লৈ নতুন দিল্লীক সতর্ক কৰিছে মার্কিন যুক্তৰাষ্ট্রই। ৱাছিংটনৰ দাবী— লাদাখত চীনা সেনাৰ যাতায়াতৰ ছবি দৃষ্টিগোচৰ হৈছে, যিটো বেছ…

 তিনিচুকীয়াত আবকাৰী আৰক্ষীৰ অভিযানত শ শ লিটাৰ অবৈধ সুৰা-ড্ৰাগছ জব্দ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে চানি ধৰা তিনিচুকীয়াত অব্যাহত আছে অবৈধ সুৰা, মদৰ ঘাটি আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । তিনিচুকীয়াৰ কাৰ্য্যবাহী দণ্ডাধীশদ্বয় ক্ৰমে নিলুৰাম শৰ্মা আৰু কংকনজ্যোতি শইকীয়াৰ লগতে…

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত…

তেজপুৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই যুৱক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৯জুন: শোণিতপুৰৰ চাৰিদুৱাৰ থানা আৰু তেজপুৰৰ বিশেষকৈ বৰঘাট আৰক্ষী চ’কী অন্তৰ্গত বিভিন্ন অঞ্চলত ভালেসংখ্যক ড্ৰাগছ সৰবৰাহকাৰী শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে য’দিও এইপৰ্যন্ত প্ৰজন্ম ধ্বংসকাৰী ড্ৰাগছ সৰবৰাহৰ মূল উৎস তথা ঘাটি…

পিপিই কিট কেলেংকাৰী

 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা পিপিই কিট কেলেংকাৰীৰ চি বি আই তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত…

১১জুনত তেজপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৯জুন: শোণিতপুৰ জিলাৰ তেজপুৰ বাটমাৰী সন্মিলন কেন্দ্ৰত অহা ১১জুনৰ পুৱা ১১বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আনহাতে একোটা স্থানতে ১২ আৰু ১৩ জুনৰ দিনা…

৫জিতকৈ এক লক্ষ গুণ দ্রুতগতিৰ ইন্টাৰনেট ! জাপানী বিজ্ঞানীৰ চমক 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুন : ইন্টাৰনেটেৰ গতি প্রতি ছেকেণ্ডত ১.০২ পেটাবিট। সহজ ভাষাত ক'লে, বর্তমান ব্যৱহৃত ৫জি ইন্টাৰনেট পৰিসেৱাতকৈ প্রায় এক লক্ষ গুণ বেছি গতিত ‘ডাটা’ পৰিবহণ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি চমক দেখুৱাইছে জাপানী বিজ্ঞানীসকলে।…

চন্দ্ৰলৈ আপোনাৰ নাম পঠোৱাৰ শেষ সুযোগ

আপুনি যদি নাছাৰ আর্টেমিছ-১ (Artemis-1) মিছনত যোগ দি জোনলৈ আপোনাৰ নাম পঠাব বিচাৰে, তেন্তে আপোনাৰ হাতত আৰু মাত্র কেইটামান দিনহে বাকী আছে। NASAই সকলোকে ফ্লেছ ড্রাইভত নিজৰ নিজৰ নাম ৰখাৰ বাবে আমন্ত্রণ জনাইছে। এই মিছনত আপোনাৰ নামো নির্বাচন কৰা…

উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু অৰ্থনৈতিক পুনৰুত্থান সম্ভৱ হৈছেঃ সর্বানন্দ সোণোৱাল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান…

ৰে’লৰ ইঞ্জিনৰ তলত শুই ১৯০ কিমি যাত্ৰা ! গয়া ষ্টেচনত উদ্ধাৰ যুৱক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : গয়া ষ্টেচনত ৰে'ল থামোতেই ইঞ্জিনৰ তলৰ পৰা কাতৰ আর্তনাদ শুনিবলৈ পাইছিল চালকে। ইঞ্জিনৰ তলত উঁকি মাৰোতেই এজন যুৱকক দেখি চমকি উঠে তেওঁ। লৰালৰিকৈ ৰে'ল আৰক্ষী আৰু ষ্টেচন মাষ্টাৰক খবৰ দিয়ে। তাৰ পিছত যুৱকজনক উদ্ধাৰ…