Browsing Category

ট্ৰেণ্ডিং

এইমছত অঘটন : স‍াত মহলাৰ পৰা পৰি চিকিৎসক নিহত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ চেলফিয়েই কাল হ’ল চিকিৎসকৰ। সপ্তম মহলাৰ পৰা পৰি মৃত্যু হয় চিকিৎসকৰ। এই অঘটন সংঘটিত হ'ল চাংসাৰীস্থ এইমছত। নিৰ্মিয়মান চিকিৎসালয়খনৰ সাত মহলীয়া অট্টালিকা পৰা পৰিল চিকিৎসক। চিকিৎসক গৰাকীৰ নাম ফল্গু প্ৰতীম দাস।…

১০ জুনত ধেমাজিৰ চিমেন চাপৰিত সদৌ অসম ছাত্র সন্থাৰ ছাত্র সংহতি দিৱস

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ জুন : ঐতিহাসিক খাদ্য আন্দোলনক প্ৰতিৰোধ কৰিবলৈ গৈ চৰকাৰী আৰক্ষী বাহিনীৰ তপ্ত বুলেটৰ আঘাতত প্ৰাণ হেৰুওৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতিক সুঁঁৱৰি সদৌ অসম…

কেন্সাৰ মানেই কেম’থেৰাপি বাধ্যতামূলক? এতিয়াৰ পৰা আৰু নহয়— দাবী দুই গৱেষণাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : কেন্সাৰ মানেই কেম'থেৰাপি আৰু তাৰ পিছত ৰেডিয়েচন। এনে ধাৰণাই আছে বহুতৰ মনত। কিন্তু বহু কেন্সাৰ আক্রান্তৰেই কষ্ট হয় ৰেডিয়েচনৰ কঠিন পদ্ধতিৰ বাবে। এইবাৰ দুটা গৱেষণাৰ ৰিপর্টে আশাৰ পোহৰ দেখুৱাইছে। দাবী কৰা হৈছে যে,…

আজি বিশ্ব মহাসাগৰ দিৱসঃ জানো আহক বিষয়বস্তু আৰু তাৎপৰ্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : সাগৰ বা সমুদ্র হ'ল এই গ্রহৰ হাওঁফাওঁ। অন্ততঃ পৰিৱেশবিজ্ঞানীসকলে তেনেদৰেই কৈ আহিছে। কিন্তু ধাৰাবাহিক প্ৰদূষণ আৰু মানুহৰ নানা নেতিবাচক কাম-কাজৰ ফলত প্রতিনিয়ত সামুদ্রিক অঞ্চল আৰু বেছিকৈ বিপন্নতাৰ দিশে গতি কৰিছে।…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্রসূতি মৃত্যুৰ ঘটনাঃ মানৱ অধিকাৰ আয়োগত গোচৰ মাছৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষত সন্তান সহ প্রসূতি মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি মানৱ অধিকাৰ আয়োগত গোচৰ তৰে মাছৰ সচিব ৰাজু সিংহই। উল্লেখ্য যে যোৱা ২ জুনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বিশ্বনাথ…

মন্ত্রীসভাত স্থান পালে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই 

 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ অৱশেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ'ল। মিত্রদলক বাদ দি নিজ দলৰে দুই বিধায়কক মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে। তেওঁলোক হৈছে নন্দিতা গার্লোচা…

আলফা স্বাধীনৰ কূটাঘাতৰ পৰিকল্পনা, কেন্দ্ৰৰ সতৰ্কবাণী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আলফা স্বাধীন সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ️কেন্দ্ৰীয় গৃহ…

ঐতিহাসিক, যুগান্তকাৰী ! এপালি ঔষধতে অন্তৰ্ধান কেন্সাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : ইতিহাসত প্রথমবাৰ ঘটিছে এনে ঘটনা। পৰীক্ষাৰ বাবে সেৱন কৰিবলৈ দিয়া ঔষধতেই অন্তৰ্ধান হৈছে কেন্সাৰ। এজনৰ নহয়। দৰব খাবলৈ দিয়া সকলো কেন্সাৰ ৰোগীৰ ক্ষেত্ৰতেই এনে হৈছে। ১৮ জন ৰেক্টাল কেন্সাৰ ৰোগীক একেবিধ ঔষুধ দিয়া…

ভাৰতত ইউক্রেইন যুদ্ধৰ ছাঁঃ পূর্বাভাস বৃদ্ধিৰ হাৰ কমালে বিশ্ব বেংকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : মহামাৰী পৰিস্থিতিৰ ক্ষত এতিয়াও প্রশমিত হোৱা নাই। ভূতৰ ওপৰত দানহ পৰাদি পৰিছে ৰাছিয়া-ইউক্রেইন যুদ্ধ। এই পৰিস্থিতিত ভাৰতত খুচুৰা বজাৰৰ মূল্যবৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে আঠ বছৰৰ ভিতৰত সর্বোচ্চ। নতুন অভিলেখ পাইকাৰী…

খাদ্য সুৰক্ষা সূচকাঙ্কৰ তালিকাত শোচনীয়ভাবে অসমৰ স্থান চতুৰ্দশ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ জুন : যোৱা ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি কৰে। ভাৰতৰ 'খাদ্য সুৰক্ষা আৰু…