Browsing Category
ট্ৰেণ্ডিং
“জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু তেখেতৰ কাব্য সাধনাৰ গুৰিকথা” শীৰ্ষক বিশেষ…
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোতে আজি তেজপুৰত এক বিশেষ সুৰীয়া আৰু মনোজ্ঞ অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট লেখিকা, শিক্ষাবিদ ড০ স্বাধীনতা মহন্তৰ এখন শিশু উপন্যাস "পল্লৱী" আনুষ্ঠানিক ভাবে উন্মোচিত হয়। উল্লেখ্য…
তেজপুৰৰ প্ৰান্তে প্ৰান্তে বিশ্ব পৰিৱেশ দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত গছপুলি ৰোপণেৰে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰা দেখা যায়। বন বিভাগৰ লগতে বিভিন্ন শৈক্ষিক অনুষ্ঠানে…
শংকৰদেৱ শিশু নিকেতন এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুনঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত তথা লখিমপুৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ আজি শুভাৰম্ভ হয়। ১৯৯৮ চনত স্থাপিত…
পৰিৱেশ অনুকূল উন্নয়নৰ পোষকতা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ
শতাব্দ প্ৰতিনিধি,গুৱাহাটী,৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত বৈজ্ঞানিকভাৱে গাৰ্চিনিয়া আছামিকা নামেৰে জনাজাত কুজি থেকেৰাৰ এটা পুলি ৰোপণ…
এন্দুৰৰ বয়স কমাবলৈ সক্ষম হ’ল বিজ্ঞানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ বিজ্ঞানৰ অনন্য আৱিষ্কাৰ। বিচাৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে বিজ্ঞানীসকলে! মানুহৰূপী ভগৱানসকলৰ নতুন আৱিষ্কাৰে কিন্তু হাৰ মনাব পাৰে যিকোনো কল্পবিজ্ঞানৰ গল্পকো! শুনিবলৈ অসম্ভৱ যেন লাগিলেও সম্প্রতি গৱেষণাগাৰত এটা…
চৰাইৰ বাবেই সলনি হ’ল এখন দেশৰ নাম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ এখন দেশৰ নামেই সলনি হৈ গ'ল! সলনি হৈ গ'ল মাত্ৰ এবিধ চৰাইৰ বাবেই। দেশখনৰ নাম গোটেই বিশ্বতে সমাদৃত। বিশ্বৰ ইতিহাস আৰু সংস্কৃতিত এই দেশৰ বিপুল উপস্থিতি। দেশখনক আমি সকলোৱে জানো তুৰস্ক…
শেষ হ’ব মহাত্মা গান্ধীৰ একক আধিপত্য!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ কেৱল মহাত্মা গান্ধী নহয়, ভাৰতীয় নোটত কি এইবাৰ দেখা যাব ৰবীন্দ্রনাথ ঠাকুৰ আৰু এপিজে আব্দুল কালামৰো প্ৰতিৰূপ? কেন্দ্রীয় বিত্ত মন্ত্ৰণালয় আৰু ৰিজার্ভ বেংক কর্তৃপক্ষই এই বিষয়ে ভাবনা-চিন্তা আৰম্ভ কৰিছে বুলি জনা…
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক…
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ জুনঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ১৯৯৯ চনতেই গঢ়ি উঠা লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালিৰে পৰা দুদিনীয়াকৈ আয়োজিত হোৱা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত সুৰীয়া আৰু…
লেহ – লাডাখলৈ যোৱাৰ পূৰ্বে…
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুনঃ আজি কেইবছৰমানৰ আগলৈকে অতি দুৰ্গম অঞ্চল হিচাপে পৰিচিত লেহ-লাডাখত এতিয়া পৰ্যটকৰ লানি নিছিগা সোঁত। পূৰ্বতে দু:সাহসিক দুই এজন পৰ্যটকেহে এই ভূ-খণ্ডত ভৰি দিছিলহি। তেতিয়া ইয়ালৈ অহাৰ যেনেকৈ সুগম যোগাযোগ ব্যৱস্থা…
মহাকাশলৈ চীনৰ তিনি মহাকাশ বিজ্ঞানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ চীনে আজি (৫ জুন) তিনিজন মহাকাশচাৰী কঢ়িয়াই নিয়া এটা ৰকেট নিক্ষেপ কৰি নিজৰ নতুন মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অভিযানত আৰু এখোজ আগুৱাইছে। বেইজিঙক মহাকাশ শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চলোৱা…
