Browsing Category
ট্ৰেণ্ডিং
৮৩ বছৰতো দুৰ্দান্ত জাপানৰ কেনিচি হ’ৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ যোৱা ৪ জুন, শনিবাৰে পুৱা প্ৰশান্ত মহাসাগৰৰ সিপাৰৰ পৰা এককভাৱে, একেৰাহে ভ্ৰমণ কৰি জাপানত উপস্থিত হয় এজন ৮৩ বছৰীয়া নাৱৰীয়া (yachtsman)। তেওঁ এই কৃতিত্ব অৰ্জন কৰা এতিয়ালৈকে আটাইতকৈ বয়সস্থ ব্যক্তি…
দেশৰ প্রতি ৩৬টি শিশুৰ একোটিৰ মৃত্যু হয় এবছৰ নৌহওঁতেই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুন : বিগত কেইবাটাও দশকত ভাৰতত নৱজাতকৰ মৃত্যুৰ হাৰ কমিছে। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিছে চৰকাৰী তথ্য। সেই তথ্য অনুযায়ী, এতিয়াও এই দেশত জন্মৰ প্রথম বছৰৰ ভিতৰতেই প্রতি ৩৬টি শিশুৰ ভিতৰত এটিৰ মৃত্যু হয়।…
পোহনীয়া ভাটোৱে দিলে হত্যাকাণ্ডৰ সাক্ষী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুন : এজন প্রৌঢ়ক গুলি কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হ'ল তেওঁৰ পত্নী। সাক্ষী দিলে মৃতকৰ পোহনীয়া ভাটৌৱে! চৰাইটোৰ সাক্ষীৰ ভিত্তিতেই বিচাৰকসকলে ২০১৫ চনৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰিলে ৪৯ বছৰ বয়সীয়া…
সন্দেহজনক চৰাইৰ প্ৰৱেশ পাকিস্তান সীমান্তৰে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুন : ভাৰত-পাকিস্তান সীমান্তৱর্তী এলেকাত এটা পৰিভ্ৰমী চৰাই উদ্ধাৰক ঘেৰি চাঞ্চল্য বিয়পিছে। জনা গৈছে যে, চৰাইটো পাকিস্তানৰ সীমান্ত অতিক্ৰমি ভাৰতত প্রৱেশ কৰিছে। পৰিভ্ৰমী চৰাইটো ‘গুপ্তচৰ’ হ'ব পাৰে, এই…
লখিমপুৰত সফলতাৰে গুণোৎসৱ -২০২২ সমাপ্ত
উত্তৰ লখিমপুৰ, ৪ জুনঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আজি লখিমপুৰত সফলতাৰে সামৰণি পৰে।১জুনত জিলাখনৰ সকলো বিদ্যালয়তে স্ব-মূল্যায়ন অনুস্থিত হোৱাৰ লগতে ২,৩ আৰু ৪জুনত পৰ্যায় কমে বিদ্যালয় সমূহত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন অনুস্থিত…
ৰাণা পগাগৰ প্ৰৱঞ্চনাত প্ৰত্যক্ষ সহযোগত তিনি দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ উপ পৰিদৰ্শক জোনমনি ৰাভা
শতাব্দ প্ৰতিনিধি,মাজুলী, ৪ জুন: প্ৰৱঞ্চক ৰানা পগাগক সহযোগিতা কৰি আৰক্ষীৰ জালত পৰা আৰক্ষীৰ উপ-পৰিৰ্দশক জোনমনি ৰাভাক আজি তিনিটা দিনে বাৰ/তেৰ ঘন্টাকৈ চলোৱা জেৰাৰ অন্তত আজি মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উপ-পৰিৰ্দশক গৰাকীক। এছ আই জোনমনি ৰাভাৰ…
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা…
গুৱাহাটী,৪ জুন : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ আই পি আৰ চেল আৰু প্ৰতিষ্ঠানৰ উদ্ভাৱন পৰিষদে আয়োজন কৰা ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ ৪ জুনত সামৰণি পৰে। এই অনুষ্ঠানত অনুঘটক আৰু সহযোগিতা আগবঢ়ায় অসম বিজ্ঞান…
নীৰৱে নবছৰে ধৰাক সেউজীয়া কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা তেজপুৰৰ বৰআটিৰ হৰি কৰুৱা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ জুনঃ পৃথিৱীখনত যদি ভৱিষ্যতে সেউজীয়া গছ গছনিবোৰ নিঃশেষ হৈ যায় তেনেহলে তেতিয়া কি হ’ব! জীৱজন্তুবোৰ যেনেদৰে বিলুপ্ত হ’ব তেনেদৰে মানুহৰ ভৱিষ্যৎ প্ৰজন্মই বাৰু পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লগীয়া হ’ব নেকি! এনেবোৰ…
তেজপুৰত গাঞ্জা সহ তিনি সৰবৰাহকাৰী কৰায়ত্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ আজি পুৱা তেজপুৰৰ আমোলাপাম অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত ১৭.৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। উল্লেখযোগ্য যে, স্থানীয় মহাভৈৰৱ আৰক্ষীয়ে বৰঘাট আৰক্ষীৰ সহযোগত চলোৱা অভিযানত নপাম সংযোগী পথৰ আমোলাপামত আৰক্ষীয়ে জব্দ…
তেজপুৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীাই বিপদ চপাই আনিছে তেজপুৰ চহৰৰ গাতে লাগি থকা গেৰেকী অঞ্চলৰ বৃহৎ অংশলৈ। আনকি প্ৰখ্যাত ভৈৰৱী দেৱালয়ৰ সমীপতে থকা হনুমান মন্দিৰো এই খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে। যোৱা প্ৰায় এটা…
