Browsing Category
ট্ৰেণ্ডিং
অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ কাৰ্যনিবাৰ্হক সভাত ৯ গৰাকী সন্মিলনৰ আজীৱন সদস্যক প্ৰমাণ পত্ৰ প্ৰদান
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ৪ জুনঃ অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা কালি বিয়লি শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত গ্ৰহণ কৰা এক শোক প্ৰস্তাৱ মৰ্মে তেজপুৰৰ এগৰাকী সুদক্ষ…
ৰাজ্যৰ শক্তি খণ্ডত ব্যাপক সংস্কাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ৰাজ্যৰ শক্তি খণ্ডৰ ব্যাপক সংস্কাৰ সাধন হৈছে। দায়িত্বভাৰ গ্ৰহণৰ পাছতে চৰকাৰখনে শক্তি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেতবোৰ সংস্কাৰ সাধন কৰিছিল। যাৰ…
তেজপুৰৰ বৃহৎ লিচু বাগিছাখনৰ পৰা ৰসাল লিচু দেশৰ বজাৰলৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুন: তেজপুৰৰ ৩০বিঘাৰ অধিক মাটি সামৰি থকা লিচু বাগিছাখনত আছে ছশ জোপা লিচু গছ । বোম্বায়া, চাহী, পিয়াজী, ইলাচি, গ্ৰীণ বেদানা আৰু থলুৱা লিচুৰে ভৰি পৰিছে এইখন বাগিচা । ২০১০ত তেজপুৰৰ পৰোৱাত স্থানীয় বিশিষ্ট ব্যৱসায়ী তথা…
নগা সমস্যা : ডিমাপুৰত ক’ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৪ জুনঃ নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ ক্ষেত্রত এন এছ চি এন (আই এম ) আৰু ভাৰত চৰকাৰৰ মাজত বৰ্তমান সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়টোক আলোচনা কৰিবলৈ শুকুৰবাৰে নাগালেণ্ড চৰকাৰৰ ক'ৰ কমিটীৰ আহবান ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী তথা…
নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : লোকসভা নির্বাচন ২০২৪ চনত। তাৰ পূৰ্বেই নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে নৰেন্দ্র মোদী চৰকাৰে। ছুইছ নির্মাণকাৰী সংস্থা ‘জুৰিখ এয়াৰপর্ট ইন্টাৰনেচনেল এজি’-এ নয়দা আন্তর্জাতিক বিমানবন্দৰ…
গিনিজ বুকত নাম উঠিব মহাৰাষ্ট্রৰ ৰাজপথঃ ১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : ৭৫ কিলোমিটাৰ ৰাস্তা মাত্র ১০৮ ঘণ্টা অর্থাৎ চাৰে চাৰি দিনত নিৰ্মাণ হ'ব। মহাৰাষ্ট্রৰ অমৰাৱতীৰ পৰা আকোলা পর্যন্ত নিৰ্মাণ হোৱাৰ পথত আছে এই দূৰত্বৰ হাইৱে। আৰু চাৰে চাৰি দিনত এই কাম সম্পন্ন হ'লে গিনিজ বুক অব…
নাইনিতালত ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক’প
শতাব্দ বিশেষ প্ৰতিনিধি, ৪ জুন : হিমালয়ৰ দাঁতি-কাষৰীয়া ৰাজ্য উত্তৰাখণ্ডত স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক'প। নাইনিতালত থকা 'আৰ্যভট্ট ৰিচাৰ্ছ ইনষ্টিটিউট অৱ অৱজাৰ্ভেছনেল চায়েন্স'ৰ দেৱস্থল…
ভাৰতৰ চাহ ঘূৰাই পঠিয়ালে একাধিক দেশে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : চাহ উদ্যোগলৈ উদ্বেগৰ খবৰ। আতিৰিক্ত মাত্ৰাৰ কীটনাশক আৰু ৰাসায়নিক দিয়া হৈছে— এই অভিযোগত দেশীয় আৰু আন্তর্জাতিক বজাৰত একাধিক চাহৰ অর্ডাৰ বাতিল কৰা হৈছে। কালি ৩ জুনত ইণ্ডিয়ান টি এক্সপর্টার্ছ এছচিয়েচন (ITEA)ৰ…
শোণিতপুৰৰ তিনিটা স্থানত ড্ৰাগছ জব্দ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩জুনঃ শোণিতপুৰ আৰক্ষীয়ে আজি পৃথকে জিলাখনৰ তিনিটা স্থানত চলোৱা অভিযানত ড্ৰাগছ সহ একাধিক সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।এই অভিযানত বৰঘাট আৰক্ষীয়ে চাৰিগ্ৰাম আৰু চাৰিদুৱাৰ আৰক্ষীয়ে ১০গ্ৰাম সহ মুঠ ১৪গ্ৰাম ড্ৰাগছ…
বিশ্ব চাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ চাইকেল…
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰা শিলঘাটলৈ উলিওৱা চাইকেল ৰেলী আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°…
