Browsing Category
ট্ৰেণ্ডিং
6G ত বৰ্তমানৰ স্মাৰ্টফ’নটো অকামিলা হৈ পৰাৰ সম্ভাৱনা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : আৰু মাত্ৰ আঠ বছৰৰ পাছত অৰ্থাৎ ২০৩০ চন মানত আপোনাৰ হাতত থকা স্মাৰ্টফ'নটো অপ্ৰাসঙ্গিক হৈ পৰিব পাৰে। দূৰসংযোগৰ প্ৰযুক্তি কৌশলৰ ফলত তেতিয়ালৈকে উদ্ভাৱন হ'বলগীয়া 6G ৰ বাবে আপুনি এতিয়া ব্যৱহাৰ কৰি থকা…
তেজপুৰত গুণোৎসৱত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ শোণিতপুৰত গুণোৎসৱৰ আজি দ্বিতীয় দিনটোত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে নিজেই বহী মূল্যায়ক অৰ্থাৎ বাহ্যিক একষ্ট্ৰাৰনেল ইভালুৱেটৰ হিচাপে অংশ গ্ৰহণ কৰিলে তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী…
লিথিয়াম-আয়ন বেটেৰীৰ বিকল্প ‘জিঙ্ক-এয়াৰ’ নামৰ বেটেৰী উদ্ভাৱন ভাৰতত
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজৰ এদল গৱেষকে অলপতে উদ্ভাৱন কৰি উলিয়াইছে বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰিব পৰা আন একপ্ৰকাৰ নতুন বেটেৰী। যান্ত্ৰিক ভাবে ৰিচাৰ্জ কৰিব পৰা 'জিঙ্ক-এয়াৰ' নামৰ এই বেটেৰী…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ১০দিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শিক্ষা বিভাগৰ উদ্যোগত যোৱা ২৩ মে’ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া যোগ শিবিৰৰ সফল সামৰণি ঘটে।মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ…
লখিমপুৰত ৩৭৬ জন টেট শিক্ষক নিযুক্তিত বিসংগতি
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ৩ জুনঃ চলিত সপ্তাহত ৰাজ্য চৰকাৰৰ নিৰ্দেশত অন্যান্য জিলাৰ দৰে লখিমপুৰ জিলাতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰে। এই শিক্ষকসকলক নিযুক্তিৰ দিয়াৰ নামত লখিমপুৰৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত…
টালি টোপোলা-ভাৰে ভেটিয়ে ৰেলত উঠিলে ভৰিব লাগিব জৰিমনা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় ৰে'লত এতিয়াৰে পৰা যাত্ৰা কৰিলে লগত এসোপা মান বয়-বস্তু লগত কঢ়িয়াই নিনিব। নিৰ্ধাৰিত হিচাপতকৈ অধিক ওজনৰ সা-সামগ্ৰী কঢ়িয়াই নিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লগা হ'ব পাৰে। বিমান যাত্ৰাত ইতিমধ্যে…
দিনজান বায়ুসেনা ছাউনিৰ আশেপাশে নিষিদ্ধ ড্ৰোন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ জুনঃ দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ দেৱালৰ বাহিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৰসিং পৱাৰে আজি এক নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে…
চাইকেল-কথা
দাদুল দেৱকৃষ্ণ বৰুৱা
কোনো কোনোৱে কয় 'বাইচকুল'। কোনো কোনোৱে কয় ‘শখ–ঘোঁৰা’। এতিয়াৰ পৰা প্রায় দুই শতাব্দী আগেয়ে আজিৰ চাইকেলক কোৱা হৈছিল শখ-ঘোঁৰা নামেৰে। কোনো কোনোৱে কৈছিল মানৱচালিত মেচিন। কাৰণ চকা থাকিলেও আকাৰ আৰু আয়তন আছিল অনেক ডাঙৰ আৰু…
কমনৱেল্থ গেমছত পুনৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান শিৱ থাপাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ জুনঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ভাল খবৰ। পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম গৌৰৱ শিৱ থাপাই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱ থাপাই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা…
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ বিষয়ে কৰ্মশালা
গুৱাহাটী,৩ জুনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২১,২২ আৰু ২৩ জুলাইত শংকৰী সংস্কৃতিত…
