Browsing Category
ট্ৰেণ্ডিং
দুকুৰিত ভৰি থলে নেচাৰ্চ বেকনে
শৈলেন বৰুৱা
অসমৰ অগ্ৰণী আৰু পুৰণি প্ৰকৃতি সংগঠন বুলিলে এটা নাম মনলৈ আহে- নেচাৰ্চ বেকন। সংগঠিত ভাবে কিছু লোকে "সংঘ"ৰ দৰে সামাজিক কাম কাজ কৰাৰ পিছত ১৯৮২ চনৰ ৪ জুনত গঠন কৰে "নেচাৰ্চ বেকন" । আৰম্ভণিতে ধুবুৰী জিলাত প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰে…
মঙলত জীৱৰ সন্ধান নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুন : মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত অৱতৰণ কৰাৰ পোন্ধৰ মাহতকৈও অধিক সময়ৰ পাছত অৱশেষত নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰে প্ৰাচীন জীৱনৰ সন্ধান আৰম্ভ কৰিছে। যোৱা ২৮ মে’ত পাৰ্চেভাৰেন্সে ৫ চেণ্টিমিটাৰ বহল এটা বৃত্তাকাৰ শিলৰ টুকুৰা…
দেশৰ পৰিৱেশৰ বাস্তৱ ছবি ‘ডাউন টু আৰ্থ’ত
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ৫ জুন, বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে দক্ষিণ এছিয়াৰ এখন আগশাৰীৰ পৰিৱেশ সম্পৰ্কীয় বাৰ্তালোচনী 'ডাউন টু আৰ্থ' এ কালি প্ৰকাশ কৰি উলিয়াইছে তেওঁলোকৰ বছৰেকীয়া প্ৰতিৱেদন "State of India's Environment, 2022"।…
ভাৰতত গঢ়ি তোলা হ’ব থলুৱা হাইপাৰলুপ ব্যৱস্থা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুন : ৰে’ল মন্ত্ৰালয়ে আই আই টি মাদ্ৰাজৰ সৈতে এক থলুৱা হাইপাৰলুপ ব্যৱস্থা বিকাশৰ বাবে সহযোগিতা কৰিব আৰু লগতে প্ৰিমিয়াৰ প্ৰতিষ্ঠানটোত হাইপাৰলুপ প্ৰযুক্তিৰ বাবে এটা Centre of Excellence স্থাপন কৰাত সহায় কৰিব। ২০১৭…
এমাহতে ফেচবুকত ৫৩,২০০ টা, ইনষ্টাগ্ৰামত ৭৭,০০০ টা ঘৃণা বিয়পোৱা পোষ্ট
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ক্ৰমাৎ বৃদ্ধি পাইছে সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰামত ঘৃণা, হিংসা-বিদ্বেষ আৰু উচটনিমূলক কাৰ্যকলাপ। যোৱা ৩১ মে' তাৰিখে প্ৰকাশ কৰা 'মেটা'ৰ এখন প্ৰতিৱেদনত এই তথ্য সদৰী কৰা হৈছে। তথ্য অনুযায়ী যোৱা এপ্ৰিল…
‘ডামিনী’ক হাতত ৰাখকঃ বজ্ৰপাতৰ পৰা বাচক
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : মেঘে-গাজনিৰে বতৰ ওন্দোলাই অনাৰ দিন আকৌ আহিল। বৰ্ষাকালৰ আগমনৰ লগে-লগে বিজুলী-ঢেৰেকণিৰে অহা বৰষুণজাকে পৃথিৱীখনক জীপাল কৰি তোলে যদিও এই ঢেৰেকণি বা বজ্ৰপাত মানুহ আৰু পশু-পক্ষীৰ বাবে এটা প্ৰাকৃতিক দুৰ্যোগ হিচাপেই…
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱকৰ তালিকাত অসম কন্যা- উপাসনা
শতাব্দ,ষ্টাফ ৰিপৰ্টাৰ, ২ জুন : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ "International young inventors & Innovators challenge" নিৰ্বাচিত হৈছে অসমৰ উপাসনা বৰুৱা। যোৱা ২৭-২৮ মে'ত গুজৰাটত…
তেজপুৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত অনিয়মীয়া উপস্থিতি
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২জুনঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় তথা চতুৰ্থ শ্ৰেণীকে ধৰি মুঠ ২৬ হাজাৰ ৪৪১টা পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে আবেদন আহ্বান জনোৱাৰ লগে লগে নিবনুৱাৰে ভৰি থকা ৰাজ্যখনৰ বহু সংখ্যক নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ…
ক’ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ কৰ'ণা মহামাৰীৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ…
ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ
শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুনঃ সমগ্ৰ ইংলেণ্ডতে আজিৰে পৰা আৰম্ভ হৈছে চাৰিদিনীয়া ৰাজকীয় উৎসৱ। ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশখনৰ সকলো প্ৰান্ততে আজিৰে পৰা উদযাপন কৰিবলৈ লোৱা হৈছে…
