Browsing Category
ট্ৰেণ্ডিং
UPSCৰ ফলাফল : শীর্ষত শ্রুতি শর্মা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে' : সর্বভাৰতীয় চিভিল ছার্ভিচ পৰীক্ষাত অভাৱনীয় ফলাফল নাৰীশক্তিৰ। আজি ৩০ মে'ত UPSC পৰীক্ষাৰ চূড়ান্ত ফলাফল প্রকাশিত হোৱাৰ পিছত দেশজুৰি আলোচনাৰ কেন্দ্রবিন্দু দেশৰ মহিলা পৰীক্ষাৰ্থীসকলৰ সফলতা। প্রথম চাৰিটা স্থানেই…
মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ উত্তৰ পূবৰ তেৰখন ছবি
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' :কালিৰে পৰা মুম্বাইৰ নেহৰু চেণ্টাৰত জাকজমকতাৰে আৰম্ভ হৈছে ১৭ তম মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এই মহোৎসৱত প্ৰধানকৈ তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেছন…
টাইম বেংক (Time Bank)
মীনাক্ষি ঘোষ
চুইজাৰলেণ্ডত পঢ়ি থকা এজন ছাত্রই লিখিছে-
চুইজাৰলেণ্ডত পঢ়ি থকা সময়তে মই স্কুলৰ ওচৰতে এটা ভাড়াঘৰ লৈছিলোঁ। ঘৰৰ গৰাকীনী ৬৭ বছৰীয়া ক্ৰিষ্টিনা এখন চেকেণ্ডাৰী স্কুলত কাম কৰি অৱসৰ লৈছে। ভদ্রমহিলা একেবাৰে অকলশৰীয়া।
চুইজাৰলেণ্ডত…
লখিমপুৰত হাতীলোং ফুটবল কচিং চেন্টাৰৰ ড্ৰীম লীগ – নতুন প্ৰতিভাৰ সন্ধানত
উত্তৰ লখিমপুৰ, ৩০ মেঃ লখিমপুৰৰ হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত অহা ১২জুনৰ পৰা আৰম্ভ হব আই এছ এলৰ আৰ্হিত হাতীলোং ফুটবল কচিং চেন্টাৰ ড্ৰীম লীগ চিজন -১। আকৰ্ষণীয় প্ৰাইজমানিৰ ১৫ বছৰ অনূৰ্ধ উক্ত লীগখনত অংশগ্ৰহণ কৰিব লগীয়া ৭ দলৰ প্ৰস্তুতি…
‘কবৰস্থান’ত সজ্জিত হাজাৰ হাজাৰ যুদ্ধবিমান
দাদুল দেৱকৃষ্ণ বৰুৱাকাৰোবাৰ শৰীৰত ধূলি জমা হৈছে। কাৰোবাৰ ডেউকাত মামৰে ধৰিছে। তথাপি কোনো কোনো এতিয়াও বীৰ বিক্রমেৰে উৰণৰ অপেক্ষাত আছে। বিচাৰে শত্রুপক্ষক মাটিৰ লগত মিলাই দিবলৈ। কিন্তু বেছিভাগৰ সঙ্গীয়েই মৃতপ্রায়। যেন এখন মৃত নগৰীত…
দেশৰ ভিতৰত প্ৰথমঃ কেৰালাত শস্য চিকিৎসা কেন্দ্ৰ আৰম্ভ
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' : মানুহ আৰু অন্যান্য পশু-পক্ষীৰ কিবা ৰোগ ব্যাধি হ'লে চিকিৎসা কৰিবৰ বাবে চিকিৎসালয় আছে। কিন্তু উদ্ভিদ বা কোনো শস্যৰ ৰোগ নিৰাময়ৰ বাবে চিকিৎসালয় থকাৰ কথা কেতিয়াবা শুনিছেনে ? তাকো আমাৰ ভাৰতবৰ্ষত !
আচৰিত যেন…
জীৱন উদ্যাপনৰ মাজতে সুখ লুকাই থাকে
বিজয় বৰি
নিজৰ জীৱনটোক লৈ আপোনাৰ অনুভৱ কেনেকুৱা? আপোনাৰ জীৱনটোত উৎসাহ-উদ্দীপনা আছেনে? আপুনি বৰ্তমান যি কাম কৰি আছে সেই কাম কৰি সুখীনে? আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হোৱাৰ বাবে আপুনি কিবা কাম কৰি আছে নেকি? আপুনি বাৰু নিজৰ জীৱনটো…
যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন
যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন…
সোৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ নামত ধনৰ অপচয় : ১.৫০কোটি টকীয়া নাবাৰ্ডৰ মথাউৰিত বালি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে সময়ে সময়ে জলসম্পদ বিভাগলৈ কোটি কোটি টকাৰ আবণ্টন দি আহিছে যদিও বহুক্ষেত্ৰত এনে ধনৰ অপচয় ঘটি আহিছে। শেহতীয়াকৈ লখিমপুৰ জলসম্পদ সংমণ্ডলৰ…
