Browsing Category
ট্ৰেণ্ডিং
অসম মহিলা বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্রীৰে ৰাজ্যপালৰ মত বিনিময়
শতাব্দ প্ৰতিনিধি,যোৰহাট,মে' ৩০: ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আজি অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ আৰম্ভনিতে উপাচাৰ্য অধ্যাপক অজন্তা…
জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ অসমত মৌচুমীৰ প্ৰৱেশঃ বাৰিষা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে': আজিৰে পৰা অসমত বাৰিষা আৰম্ভ হ'ল। মৌচুমী বায়ু প্ৰবাহে সাধাৰণতে ১ জুনত কেৰালা উপকূলেৰে প্ৰৱেশ ঘটে।কিন্তু এইবাৰ নিৰ্দিষ্ট দিনতকৈ ৩ দিন পূৰ্বে ২৯ মে'ত কেৰালা উপকূলেৰে প্ৰবেশ কৰে।আনহাতে জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ…
জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল মুখীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট ৩০ মে : ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে আজি বিয়লি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন কৰে । বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাক ক্ষণত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অধ্যাপকসকলৰ সৈতে এটা বিশেষ মত-বিনিময়ৰ…
পুলিচ আৰু মানুহ
বিনয় কৃষ্ণ তামুলী ফুকনমই এটা-দুটা কথা মনত ৰাখিব পৰা হোৱাৰে পৰা "পুলিচ" এবিধ বেলেগ প্ৰাণী বুলি ধাৰণা কৰি লৈছিলোঁ। কাৰণ মোৰ দেউতাৰ তিনিজন ককাই-ভাইৰ মাজুজন ৰঙা পুলিচ আছিল। দেউতাই নৱম শ্ৰেণীতে ঘৰৰ পৰা পলাই গৈ তেখেতৰ মানে মাজু বৰদেউতাৰ লগত…
ষ্টাফিং পেটাৰ্নৰ অজুহাতত তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : কৈ থাকিলেও অন্ত নপৰে তিনিচুকীয়া পৌৰসভাৰ অন্দৰমহলৰ বিতৰ্কৰে আৱৰা কাহিনীৰ । নৱ নিৰ্বাচিত উপ-সভানেত্ৰীৰ স্বামীৰ দৌৰাত্ম্যই তিনিচুকীয়া পৌৰসভাত এক অচলাৱস্থাৰ সৃষ্টি কৰা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ…
৩১ মেত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰে প্রধানমন্ত্রী মোদীৰ দেশজোৰা ভাৰ্চুৱেল মত-বিনিময়
উত্তৰ লখিমপুৰ ৩০ মে' : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত "আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। "আজাদী কা অমৃত মহোৎসৱ" ৰ সৈতে সংগতি ৰাখি প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ…
ক’ভিডত পিতৃমাতৃক হেৰুৱা তিনিচুকীয়াৰ ৩ শিশুক ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ সাহায্য
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সযোগে শুভাৰম্ভ কৰা ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ অধীনত ক'ভিড-১৯ মহামাৰীত দুয়োগৰাকী অভিভাৱক হেৰুৱা তিনিচুকীয়া জিলাৰ ৩ টি শিশুক উপায়ুক্তই এক…
অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখীৰ পাঁচদফীয়া বিশেষ আলোচনা : শিক্ষাৰ্থীৰে মত বিনিময়
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ মে : অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে পাঁচদফীয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে শিক্ষাৰ্থীৰ সৈতে মত…
দ্বিপাক্ষিক বাণিজ্য : এতিয়া চীন নহয়, আমেৰিকাহে ভাৰতৰ বৃহত্তম সহযোগী দেশ
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে সম্প্ৰতি ভাৰত এখন বিশ্বস্ত সহযোগী দেশ হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই চীনক অতিক্ৰমি ভাৰতৰ বৃহৎ বাণিজ্যিক অংশীদাৰ দেশৰ ৰূপত অৱতীৰ্ণ হৈছে। আজি বহু বছৰ ধৰি…
অচিৰেই বজাৰলৈ ‘আমূল’ৰ আটা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে' : গুজৰাট ক'অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেচন লিমিটেডে (GCMMF) আমূল ব্রেণ্ডৰ অধীনত পণ্য উৎপাদন কৰে। কিন্তু এইবাৰ এই সংস্থাই দুগ্ধ পণ্যৰ গণ্ডী চেৰাই অর্গেনিক গমৰ আটা বজাৰত মুকলি কৰিবলৈ অগ্ৰসৰ হৈছে। জিচিএমএমএফে…
