Browsing Category
ট্ৰেণ্ডিং
তিনিচুকীয়াত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ অনুষ্ঠানত উপায়ুক্তৰ ঘোষণা – চৰকাৰী আঁচনিৰ সফল…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপিত ’আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু কেন্দ্রীয় চৰকাৰৰ অন্যান্য জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ…
অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে : যোৰহাটত অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলি অহা প্ৰহসনে ৰাইজক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভূগাই আহিছে । এই সন্দৰ্ভত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পথ পৰিবহণ…
লখিমপুৰত “গৰীব কল্যাণ সন্মিলন” অনুষ্ঠিত
উত্তৰ লখিমপুৰ ৩১ মে' : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। "আজাদী কা অমৃত মহোৎসৱ" ৰ সৈতে সংগতি ৰাখি দেশৰ প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ…
আলফাৰ শিবিৰৰ পৰা পলাই আহি আৰক্ষী-সেনাৰ জিম্মাত তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ উদ্যত অত্যাধুনিক ৰাইফলৰ পৰা সৰকি অহা গুলীয়ে যিকোনো মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়াৰ তীব্ৰ আশংকা বুকুৰ মাজত লৈ অৱশেষত সুস্থ শৰীৰেৰে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ হাতত পৰিলহি…
বাংলাদেশৰ ছিলেটত আৰম্ভ BSF-BGB সীমা সমন্বয় সন্মিলন
কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ, ৩১মে: Inspectors General, মহা-পৰিদৰ্শক বি এছ এফৰ BSF – Region Commanders BGB পর্যায়ৰ সীমা সমন্বয় সন্মিলন ৩০ মেৰ পৰা ২ জুনলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বাংলাদেশৰ ছিলেটত অনুষ্ঠিত হৈছে। ত্ৰিপুৰাৰ বি এছ এফ…
আত্মনিৰ্ভৰ ভাৰত’ : প্ৰতিৰক্ষা মন্ত্ৰালয়ে কিনিব ৩,০০০ কোটি মূল্যৰ অস্ত্ৰ মিছাইল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ মে' : প্ৰতিৰক্ষা উৎপাদন খণ্ডত আত্মনিৰ্ভৰশীলতাৰ বাবে ভাৰতে চলাই অহা চেষ্টাৰ ফলত এক বৃহৎ সহায়ৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৩১ মে' মঙলবাৰে ভাৰত ডাইনামিকছ লিমিটেড (BDL)ৰ সৈতে ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয়…
চিৰাং জিলাত লেমন ট্ৰী হোটেল গোষ্ঠীৰ বিলাসী হোটেল
শতাব্দ বিশেষ প্ৰতিনিধি, ৩১ মে' : ভাৰতৰ এটা উল্লেখযোগ্য হোটেল চেইন প্ৰতিষ্ঠান 'লেমন ট্ৰী হোটেলছ প্ৰাইভেট লিমিটেডে' মঙ্গলবাৰে জনোৱা মতে তেওঁলোকে অসমৰ চিৰাং জিলাত এখন হোটেল স্থাপনৰ বাবে চুক্তিবদ্ধ হৈছে। লেমন ট্ৰী হোটেলে ইয়াৰ যোগেদি এই…
বিশ্ব ভাটৌ দিৱস আৰু কিছু তিক্ত অভিজ্ঞতা
যুগল বৰা
আজি ৩১ মে', বিশ্ব ভাটৌ দিৱস। ২০০৪ চনৰ পৰা প্ৰথমে ইউৰোপীয় দেশসমূহত ভাটৌ চৰাই আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছৰ পৰা এই বনৰীয়া ভাটৌ চৰাই সঁজাত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা আনিবলৈকে মূলতঃ এই ভাটৌ দিৱস পালন…
৩৫ টকাৰ বাবে পাঁচ বছৰৰ সংগ্ৰাম, উপকৃত ২.৯৮ লক্ষ লোক
শতাব্দ বিশেষ প্ৰতিনিধি, ৩১ মে' : মাত্ৰ ৩৫ টা টকাৰ বাবে পাঁচ বছৰৰ অবিৰাম যুঁজ-বাগৰ ! এগৰাকী উপভোক্তাৰ নিৰৱিচ্ছিন্ন সংগ্ৰামৰ বাবেই এতিয়া সুফল লাভ কৰিব ২.৯৮ লক্ষ লোকে। ঘটনাটো আছিল এনেধৰণৰ -
ৰাজস্থানৰ কোটাৰ এগৰাকী ৩০ বছৰীয়া অভিযন্তা সুজিত…
সময়ৰ মূল্য
বিমল বৰগোহাঁই
সময় গতিশীল। ই চিৰসত্য কথা। পাৰ হৈ যোৱা সময় আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। প্ৰকৃতিয়ে সৃষ্টি কৰা এই সুন্দৰ জগতৰ খনৰকামবোৰ যিদৰে চলি থাকে ঠিক সেইদৰে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া অনুসৰি সময়বোৰ পাৰ হৈ যায়। ৰৈ যায় মাথোঁ সুখ দুখৰ স্মৃতিৰ…
