Browsing Category
ট্ৰেণ্ডিং
উৎকোচ লওতেই ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেবাশিষ দাস
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ জুনঃ পুনৰ উৎকোচ লৈ ধৰা পৰিল এজন কনিষ্ঠ অভিযন্তা। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি গ্ৰেপ্তাৰ হয় দেবাশিষ দাস নামৰ এজন কনিষ্ঠ অভিযন্তা। উৎকোচ লোৱাৰ…
এক কেজি আমৰ মূল্য ৩ লাখ
দাদুল দেৱকৃষ্ণ বৰুৱা
১০০, ২০০ কিম্বা হাজাৰ টকা কেজি নহয়। আমৰ প্রতি কেজিৰ দাম ২ লাখ ৭০ হাজাৰ টকা। এনে দাবীয়েই কৰিছে আলিপুৰদুৱাৰৰ আম খেতিয়কে। কিন্তু এনে কি আম, যাৰ দাম প্রায় তিনি লাখ টকা? আলিপুৰদুৱাৰ চহৰৰ বাসিন্দা লোচা দেৱৰ দাবী— এক কেজি…
এন এছ চি এনৰ ‘নগা জাতীয় সিদ্ধান্ত’ গ্ৰহণ
দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত এন এছ চি এন (আই এম)ৰ আঁকোৰগোজ দৃষ্টিভঙ্গীয়ে এতিয়া বিষয়টো জটিলৰ পৰা জটিলতৰ পৰ্যায়লৈ গতি কৰিছে। হেব্ৰ'ন কেম্পৰ নাগা আৰ্মীৰ জেনেৰেল হেডকোৱাৰ্টাৰত কালি অনুষ্ঠিত হোৱা বিদ্ৰোহী সংগঠনটোৰ জৰুৰী…
‘ভেলী অৱ ফ্লাৱাৰ্ছ’এ হাত বাউলি মাতিছে
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : আজি ১ জুনৰ পৰা মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ 'ভেলী অৱ ফ্লাৱাৰ্ছ' অৰ্থাৎ ফুলৰ উপত্যকা লৈ ট্ৰেকিং অভিযান। মনোমোহা উপত্যকাটোলৈ পৰ্যটকসকলক আদৰণি জনাই উত্তৰাখণ্ডৰ পৰ্যটন সচিব দিলীপ জাৱালকাৰে আজি কয় যে, আন্তগাঁথনিকে…
৫৪ বছৰতে থমকিল কেকেৰ সুৰঃ সুৰলোকলৈ যাত্ৰা বিখ্যাত গায়কৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : 'হাম ৰহে ইযা না ৰহে কাল, কাল য়াদ আয়েঙ্গে ইয়ে পল'… প্ৰজন্মৰ পিছত প্ৰজন্মৰ কথা আছে তেওঁৰ গানত। গান আছিল তেওঁৰ ধ্যান-গান, আৰু একপ্রকাৰ গান গায় গায়েই গুচি গ'ল তেওঁ। কলকাতালৈ আহিছিল দুখন কলেজৰ…
‘গ্ৰীন ইউৰিয়া’ : পৰিৱেশ বান্ধৱ সাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : শতাধিক বছৰৰ পুৰণি পদ্ধতি নহয়। নতুন পদ্ধতিত পৰিৱেশ বান্ধৱ ইউৰিয়া (Nature Friendly Urea) প্ৰস্তুত কৰিছে বেলুৰ মাঠ ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলে। এই পদ্ধতিত ইউৰিয়া তৈয়াৰ কৰিলে বায়ু প্ৰদূষণৰ আশঙ্কা…
৭ দশকৰ পিছত চিতা বাঘক আদৰিবলৈ ভাৰতত প্ৰস্তুতি তুংগত
শতাব্দ বিশেষ প্ৰতিনিধি, ১জুন : পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী (ঘণ্টাত ৮০ৰ পৰা ১৩০ কিলোমিটাৰ) প্ৰাণী চিতা বাঘৰ ভাৰতলৈ পুনৰাগমণৰ বাবে ঘৰ-দুৱাৰ সকলো ইতিমধ্যে সজাই-পৰাই তোলা হৈছে। পৰিকল্পনা অনুসৰি সকলো ঠিকেই থাকিলে এই বছৰৰ শেষৰ ফালে ভাৰতত চিতা বাঘৰ…
বিহুৰ নামত অপসংস্কৃতি
বিমল বৰগোহাঁই
বিহুৰ নামত অপসংস্কৃতি। ক'ৰনা অতিমাৰীৰ বাবে যোৱা দুবছৰে আমি অসমবাসীয়ে বাপতি সাহোন ব'হাগ বিহুটিক ভালদৰে পাতিব পৰাটো দূৰৰে কথা, আদৰিবলৈ যেন কোনো উপায় নাছিল। চৰকাৰী কঠোৰ নিয়ম তথা এই ক'ৰনা বেমাৰৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰি আমি…
কৃষিভূমি পৰীক্ষাৰ বাবে শীঘ্ৰেই উপলদ্ধ হ’ব ‘ভূ-পৰীক্ষক’
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : ভাৰতৰ খেতিয়ক ৰাইজৰ সুবিধাৰ বাবে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে শেহতীয়াকৈ উদ্ভাৱন কৰি উলিয়াইছে 'ভূ-পৰীক্ষক' নামৰ এটা মাটি পৰীক্ষা কৰা সঁজুলি। Near Infrared Spectroscopy প্ৰযুক্তি কৌশল ব্যৱহাৰ…
লখিমপুৰত ভাৰতীয় শিক্ষণ মণ্ডলৰ গোট গঠন
উত্তৰ লখিমপুৰ, ৩১ মেঃ যোৱা ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট অলপতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে…
