Browsing Category
ট্ৰেণ্ডিং
আমাৰ সমাজৰ মৰমৰ থলুৱা সমন্ধবোৰ হেৰাই যাব নেকি !
বিমল বৰগোহাঁই
১৯৭৭-৭৮ চন মানৰ কথা। তেতিয়া বোধকৰোঁ আমি মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলো। সেই সময়ত অসমীয়া নে সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিত মোৰ সঠিককৈ মনত পৰা নাই, আমাৰ অসমীয়া সমাজৰ সম্বোধনবোৰৰ বিষয়ে আমাৰ পাঠ্যপুথিত পঢ়িবলৈ পাইছিলো। তেতিয়াৰ পৰাই…
বাক্সা গৰেশ্বৰৰ ব্লকৰ চৰকাৰী ধন জালিয়াতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইউনিচ আলী গ্ৰেপ্তাৰ
শতাব্দ প্রতিনিধি, বাক্সা ,২৭ মেঃ দুৰ্নীতিৰ বিৰুদ্ধে বি জে পি চৰকাৰে জেহাদ ঘোষণা কৰা সময়তে চৰকাৰী ধন জালিয়াতিৰে খণ্ড উন্নয়ন বিষয়া আৰু গ্ৰামসেৱক এগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাত । বাক্সা জিলাৰ গোৰেশ্বৰৰ খণ্ড উন্নয়ন…
ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ লক্ষ্য বন বিভাগৰ
শতাব্দ প্রতিনিধি, তামুলপুৰ, ২৭ মে : বিশ্ব পৰিবেশ দিৱসৰ প্ৰাকমূহুৰ্ততে তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয় উদ্যোগত ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত এক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত আৰু…
ৰঙাপৰা উন্নয়নখণ্ডত দুৰ্নীতি
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭মে’: শোণিতপুৰৰ ৰঙাপৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্থানীয় একাংশ লোকে শোণিতপুৰৰ উপায়ুক্তৰ ওচৰত এক পত্ৰ দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি…
‘উৰাণ’ আঁচনিৰ অধীনত ছয়খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হ’ব : মুখ্যমন্ত্রী
শতাব্দ প্রতিনিধি, গুৱাহাটী,২৭ মে’ : ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট পলিচিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু বৰ্তমান এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ…
শতাব্দ প্রতিনিধি, দিছপুৰ,২৭ মে': ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি তেজপুৰস্থিত 'লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান' (এল জি বি আৰ আই এম এইচ) পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিশু…
লখিমপুৰত দেউৰী ছাত্ৰ সন্থাৰ বিক্ষোভ
শতাব্দ প্রতিনিধি, লখিমপুৰ ২৭ মে : অসমৰ অনুসূচীত জনজাতি খিলঞ্জীয়া, জনগোষ্ঠী দেউৰী স্বায়ত্ত পৰিষদ শাসিত পৰিষদৰ সাংবিধানিক নিৰ্বাচনৰ দিন সম্পূর্ণ উকলি যোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্রীয়ে আজিকোপতি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত…
য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা
অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। মঙলদৈত ১ জুনত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব। বঁটাত আছে বঁটা…
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ২৫ দিন বাকী থকা অৱস্থাত আজি হায়দৰাবাদত যোগ উৎসৱ উদযাপন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২৭ মে': আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২২ লৈ ২৫ দিন বাকী থকা অৱস্থাত আজি হায়দৰাবাদৰ লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত আয়োজিত যোগ উৎসৱত সৰ্বস্তৰৰ হাজাৰ
হাজাৰ লোকে অংশ গ্ৰহণ কৰে। য'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় আয়ুষ তথা…
ফেচবুকত বৃহৎ সালসলনিঃ নিশ্চিন্তে দিব পাৰিব হাঁহা ৰিয়েক্ট !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : আজি ফেচবুকত কি পৰিৱৰ্তন হৈছে, মন কৰিছেনে? যদি নাই কৰা তেন্তে এবাৰ ভালদৰে চাওকচোন। ধৰিব পাৰিছেনে? নাই পৰা ! আচলতে ফেচবুকত ঘটোৱা হৈছে পৰিৱৰ্তন। আপোনাৰ ফটো, পোষ্ট বা মন্তব্যত কেইটা প্রতিক্রিয়া পৰিছে, সেয়া দেখা…
