Browsing Category
ট্ৰেণ্ডিং
নীট পৰীক্ষাত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ কৃতীমানক সম্বৰ্ধনাঃ কেৰিয়াৰ সন্দৰ্ভত মনোজ্ঞ আলোচনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ মে : উত্তৰ অসমৰ অগ্রণী শিক্ষানুষ্ঠান লখিমপুৰৰ ব্রহ্মপুত্র ডেলী একাডেমী (কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ৰ বাবে আজি এটা সফলতা আৰু গৌৰৱৰ দিন। মহাবিদ্যালয়খনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET…
বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ নিৰ্বাচিত তেজপুৰ কন্যা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ মে': বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ এইবাৰ নিৰ্বাচিত হৈছে তেজপুৰৰ কন্যা। অহা ১৫ জুলাইত মালদ্বীপত অনুষ্ঠিত হ'ব লগা শৰীৰৰ চৰ্চাৰ এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ কন্যাই ভাৰতক প্ৰতিনিধিত্ব কৰিব আৰু অহা অক্টোবৰত…
প্ৰাকৃতিক গেছৰ অভাৱনীয় মূল্যবৃদ্ধি : বিপৰ্যয়ত ৰাজ্যৰ চাহ উদ্যোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ মে’ : ৰাজ্য চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ প্ৰতিবাদত আৰু ডদলু বাগিছাৰ উচ্ছেদ বন্ধ কৰাৰ লগতে তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছাৰ একাধিক সমস্যা সমাধানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্র সন্থাৰ (আটছা) গটং উপ-শাখা…
মাজুলীৰ বহুমুখী উৎপাদনকাৰী কমল পায়েং আৰু মিনু পায়েং
পৰাণজ্যোতি বৰা,মাজুলী,২৭ মে' মাজুলীৰ মৎস্য উৎপাদনকাৰী কমল পায়েঙে তিনি বিঘাকৈ মাটিত গোম ধানৰ খেতি কৰি দেখুৱাইছে এতিয়া তেঁও এজন সফল কৃষক বুলি । কমল পায়েঙে ২নং বৰগঞাত নিজৰ তিনি বিঘা মাটিত এইবাৰ গোমধানৰ খেতি কৰি অভিলেখ সংখ্যক উৎপাদন কৰিবলৈ…
জৰুৰী অৱস্থাৰ বাবে মুকলি ‘মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি’
নতুনকৈ 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' প্ৰৱৰ্তন। আঁচনিখনৰ ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি। জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্য। আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নোলোৱা…
পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীৰ ১৫ কোটি টকাৰ ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰিছে প্ৰদেশ কংগ্ৰেছে
সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত। ক’ভিডৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ উত্তৰ দিয়ক এতিয়াৰ মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে…
এল টি কে মহাবিদ্যালয়ত আলোচনা সত্ৰ-“স্বাস্থ্যকৰ জীৱন”শীৰ্ষক গ্ৰন্থ উন্মোচন
উত্তৰ লখিমপুৰ, ২৭ মেঃ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত ২৬ মেত Synopsis and Dissertation Writing for B.Sc Course শীৰ্ষক বিষয়ৰ এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰৰ সমল ব্যক্তি হিচাপে গুৱাহাটী…
গাড়ীৰ চকা, বিদ্যুতৰ খুঁটাত কিয় মূতে কুকুৰে?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : বাটে পথে ঘূৰিলে প্ৰায় প্রতিদিনেই এনে কিছু ঘটনাৰ সাক্ষী হ'বলগীয়া হয়, যিবোৰৰ কাৰণ সকলো সময়তে জনা নাযায়। এই ধৰক, ঘৰৰ আশপাশে বা ৰাস্তাই ঘাটে লক্ষ্য কৰিলেই দেখা যায় যে, গাড়ীৰ টায়াৰ আৰু বিদ্যুতৰ খুঁটা; কুকুৰে…
উৰন্ত যাদুঘৰত ফুটবলৰ ৰাজপুত্ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : এইবাৰ ফুটবলৰ ৰাজকুমাৰ ডিয়োগো মাৰাডোনাক সন্মান জনাবলৈ নিৰ্মাণ কৰা হ'ল এখন বিশেষ বিমান। আৰ্জেণ্টিনাৰ 'ফিনটেক' নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছে এই বিশেষ বিমানখন। ২০২০ চনৰ নৱেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু…
জ্যোতি য়াৰ্জি ভাৰতীয় এথলেটিক্সৰ চাঞ্চল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : সম্প্ৰতি নেদাৰলেণ্ডছত চলি থকা De Herry Schulting Gamesৰ ছোৱালীৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ জ্যোতি য়াৰ্জিয়ে ভংগ কৰিছে ৰাষ্ট্ৰীয় অভিলেখ। ১৩.৪ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি তেওঁ নতুন অভিলেখ গঢ়িছে। মাত্ৰ ১৬…
