Browsing Category
ট্ৰেণ্ডিং
৯৬ শতাংশ ভাৰতীয়ই উশাহত লয় বিষবায়ু
বিশেষজ্ঞসকলে কৈছে— দেশত উজ্জ্বলা যোজনা আছে; কিন্তু আমি জানো যে, বেছিভাগ গ্রামীণ পৰিয়ালে ইন্ধনৰ খৰচ বহন কৰিবলৈ সক্ষম নহয়। সেয়ে দেশৰ দুখীয়াসকল বায়ু প্ৰদূষণৰ ফলত প্ৰভাৱিত হোৱাৰ সংশয় বহু বেছি।শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' :…
“মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পিছত কেৰিয়াৰৰ পথ (Career Paths after Mechanical Engineering)”
গুৱাহাটী,২৭ মে’ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পিছত কেৰিয়াৰৰ পথ (Career Paths after Mechanical Engineering)” শীৰ্ষক এখন আলোচনা চক্ৰ ২৭ মে’ তাৰিখে অনুষ্ঠিত হয় । আলোচনা চক্ৰখনত…
আন্দামান সমুদ্রত ব্যাপক ‘কৰেল ব্লিচিং’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : আন্দামান সাগৰৰ উপকূলীয় এলেকাত ব্যাপক প্রবাল ব্লিচিং পোৱা গৈছে। জুলজিকেল চার্ভে অব ইণ্ডিয়াৰ নতুন এক সমীক্ষাত এই চাঞ্চল্যকৰ তথ্য উঠি আহিছে। তেনেদৰেই জনাইছে আইটিএছৰ ডিৰেক্টৰ ধৃতি বন্দ্যোপাধ্যায়ে। ব্লিচিং প্রায়…
নেপালৰ দৰ বাহাদুৰ : বিশ্বৰ চাপৰ কিশোৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : বিশ্বৰ সকলোতকৈ চাপৰ বা খর্বকায় কিশোৰজন থাকে হিমালয়ৰ কোলা নেপালত। সম্প্রতি এই কথা জনাইছে গিনিজ বুক অব ৱর্ল্ড ৰেকর্ডছে। নাম দৰ বাহাদুৰ খাপাঙ্গি। উচ্চতা মাত্র ৭৩.৪৩ ছেন্টিমিটাৰ বা ২ ফুট ৫ ইঞ্চিৰ সামান্য কম। ১৭…
ইতিহাস সৃষ্টিৰে গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেত সমাধি’ ৰ ইংৰাজী অনুবাদ ‘Tomb…
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : অৱশেষত ভাৰতীয় সাহিত্যত আৰু এটা মাইলৰ খুঁটি স্থাপিত হ'ল। ভাৰতীয় সাহিত্যত ইতিহাস ৰচনা কৰি লেখিকা গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস 'ৰেত সমাধি' ৰ ইংৰাজী অনুবাদ 'Tomb of Sand' এ লাভ কৰিলে ২০২২ চনৰ আন্তৰ্জাতিক…
ন ৰূপেৰে দেশৰ পথত জিলিকিব এম্বেচাডৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : এসময়ত গাড়ী (Cars) বুলিলে বাটে-ঘাটে এম্বেচাডৰ বাদ দি আন একোৱেইই দেখা পোৱা নগৈছিল। এম্বেচাদৰ মানেই যেন আছিল আভিজাত্যৰ প্ৰতীক! দীর্ঘদিন দেশৰ গাড়ী বজাৰখনো একচেটিয়াকৈ ধৰি ৰাখিছিল এম্বেচাডৰেই। এনেহেন…
ছাত্ৰ-ছাত্ৰীলৈ মহাকাশ বিজ্ঞানৰ এমহীয়া বিনামূলীয়া অনলাইন পাঠ্যক্ৰম
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দহ বছৰৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়াকৈ মহাকাশ বিজ্ঞানৰ এটা হস্ৰম্যাদী পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছে। অন-লাইন যোগে অনুষ্ঠিত হ'বলগীয়া এই পাঠ্যক্ৰম অহা ৬ জুনৰ পৰা আৰম্ভ…
কৃতজ্ঞতা জনোৱাটো এক সৌজন্য
বিমল বৰগোহাঁই
আমাৰ জীৱনটো অকল নিজৰ বাবেই নহয় বুলি ব্যক্তিগত ভাবে বিবেচনা কৰোঁ। আমি প্রত্যেকেই জীৱন কালত এনে কিছু ব্যক্তি লগ পাইছো বা দেখিছো, যি সকলৰ বিভিন্ন ইতিবাচক কৰ্মৰাজি বা চিন্তাধাৰাৰ বাবে আমাৰ সমাজৰ বহু অসহায় বা অভাৱী লোক উপকৃত হৈছে।…
সজাগতামূলক ভাবে Fire Mock Dill কাৰ্যসূচী
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ মে : অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ ৰ উদ্যোগত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা, পুলিচ প্ৰশাসন, SDRF, State Fire Vibrates, Civil Diffeceৰ সহযোগত বুধবাৰে পুৰণিমাটি চাহ বাগিচা এলেকাত সজাগতা মূলক ভাবে Fire Mock…
ক’ভিদৰ পাছত স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি পাইছে
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬মে’: যোৱা সময়চোৱাত দেশৰ স্বাস্থ্য বীমা ক্ষেত্ৰখনত ২৪হেজাৰ কোটি টকাৰ বীমাৰ বিপৰীতে ক’ভিদৰ পাছত এই পৰিমাণ ৪০হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰাই দেশত স্বাস্থ্য বীমা সন্দৰ্ভত মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে…
