Browsing Category

ট্ৰেণ্ডিং

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী তেজপুৰৰ বিৰাজ চক্ৰৱৰ্তীৰ আকস্মিক বিয়োগ

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ  ২৬ মে': অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী  নিষ্ঠাবান কৰ্মী তেজপুৰৰ ভৈৰৱ নগৰ টিলা নিবাসী বিৰাজ চক্ৰৱৰ্তী(৫২)ৰ আকস্মিক বিয়োগ ঘটিছে। এজন নিৰ্ভীক আৰু স্পষ্টবাদী ব্যক্তি হিচাপে পৰিচিত চক্ৰৱৰ্তী দুদিন পূৰ্বে…

পুৰণা বটলত ভুৱা লেবেল

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬মে’: তেজপুৰ আৱকাৰীৰ নাকৰ তলতে তেজপুৰৰ ডেকাৰগাঁৱত  অৰুণাচলী সুৰাৰ বটলৰ ওপৰত একাংশ নামী কোম্পানীৰ ভূৱা লেবেল লগাই চোৰাংবজাৰত বিক্ৰী কৰি অহাৰ এক ঘটনা পোহৰলৈ আহিছে। আজি তেজপুৰৰ এই স্থানত ৰঙাপৰা আবকাৰীয়ে চলোৱা অভিযানত…

গুৱাহাটীত বিচৰণ কৰা বনৰীয়া ম’হক টেংকুলাইজড কৰি গভীৰ বনাঞ্চলত মুকলি

গুৱাহাটী, ২৬ মে': গুৱাহাটী মহানগৰীত কালিৰে পৰা আতংকৰ সৃষ্টি কৰা বনৰীয়া ম'হটো আজি টেংকুলাইজড কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়। বন বিভাগৰ পূব কামৰূপ  সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী ৰেঞ্জ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু লতাশিল আৰক্ষী থানাৰ…

তেজপুৰৰ মহাভৈৰৱ,জ্যোতিভাৰতী,চকবজাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ মে' : প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰৰ লগতে  তেজপুৰৰ পকী অৰ্থাৎ জ্যোতি ভাৰতী আৰু চকবজাৰত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।পকীলৈ তেওঁ পূৰ্বেও আহিছে য’দিও এইবাৰহে ইয়াত সংৰক্ষিত সম্পদৰাজি ওচৰৰ…

লখিমপুৰত চৰকাৰী বিদ্যালয়ত বৰষুণত তিতি শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

শতাব্দ প্রতিনিধি, লখিমপুৰ ,২৬ মে :  ৰাজ্যৰ শিক্ষা বিভাগে যিসময়ত চৰকাৰী বিদ্যালয়সমুহত শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে পূৰ্ণোদ্যমে গুণোৎসৱ আয়োজন কৰি আহিছে। সেইসময়তে এতিয়ালৈকে গুণোৎসৱ আৰম্ভ নোহোৱা কিন্তু আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন…

ভাৰতৰ ব্যক্তিগত খণ্ডৰ ৰকেট ইঞ্জিন উৎক্ষেপণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : ভাৰতৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো ৰকেট নিৰ্মাতা ষ্টাৰ্টআপ স্কাইৰুট এৰ'স্পেচ প্ৰাইভেট লিমিটেডে নিজৰ বিক্ৰম-১ ৰকেটৰ তৃতীয় পৰ্যায় সফলতাৰে পৰীক্ষা কৰে। কোম্পানীটোৱে নিজৰ বিক্ৰম-১ ৰকেটৰ পূৰ্ণকালীন পৰীক্ষামূলক…

গুৱাহাটীত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ

শতাব্দ প্রতিনিধি, গুৱাহাটী,২৬ মে': গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। মহানগৰীত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গুৱাহাটীৰ পশ্চিম বৰাগা‍ঁৱৰ নিজৰাপাৰৰ পৰা ক্ৰাইম ব্ৰান্স আৰু গড়চুক আৰক্ষীয়ে যুটীয়া অভিযান চলাই…

অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় সন্মান 

শতাব্দ প্ৰতিনিধি,যোৰহাট,২৬ মে : কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডৰ…

দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : এলআইচিৰ আংশিক বেচৰকাৰীকৰণৰ পিছত এইবাৰ দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত। এই প্রক্রিয়া দ্রুততাৰে সম্পন্ন কৰিবলৈ তৎপৰতা বঢ়াইছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রৰ এক সূত্র উদ্ধৃত কৰি সংবাদ সংস্থা পিটিআয়ে…

আই বি এৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁই

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ মে': টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোহাঁই আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (আই বি এ)ৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া…