Browsing Category

ট্ৰেণ্ডিং

লাদাখ সীমান্তৰ ওচৰত চীনৰ দলং নির্মাণঃ নজৰ ৰাখিছে ভাৰতীয় সেনাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : সেনা প্রধান হিচাবে দায়িত্ব গ্রহণৰ পিছতেই লাদাখত ভৰি ৰাখিছিল জেনেৰেল মনোজ পাণ্ডেই। চীনা সেনাৰ অৱস্থান নিৰীক্ষণ কৰি সীমান্তৰ সুৰক্ষা ব্যৱস্থা পর্যালোচনা কৰিছিল সেনা প্রধানজনে। ইয়াৰ মাজতেই খবৰত প্রকাশ যে, চীনে…

এতিয়াৰে পৰা ভাৰতত চিকিৎসকৰ পেছাদাৰী আচৰণ নিৰীক্ষণ কৰা হ’ব

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : এতিয়াৰে পৰা ভাৰতবৰ্ষত চিকিৎসকসকলে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰোঁতে কিছুমান নিৰ্দিষ্ট পেছাদাৰী আচৰণ-বিধি মানি চলিব লাগিব। ইয়াৰ বাবে The Ethics & Medical Registration Boardএ ২৩ মে' তাৰিখে নেশ্যনেল…

ঘেঁহু, চেনিৰ পাছত চাউলৰ ৰপ্তানিত হাত ধৰিব নেকি ভাৰতে

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ঘেঁহু, চেনিৰ পাছত এইবাৰ চাউলৰ ৰপ্তানিৰ ওপৰত ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিব নেকি? এনে এটা প্ৰশ্নই এতিয়া দেশখনৰ বাণিজ্য মহলত তোলপাৰ লগাইছে, বিশেষকৈ চাউল ৰপ্তানিকাৰকসকলৰ মাজত। অৱশ্যে চৰকাৰী পক্ষই এই বাতৰি…

ৰাছিয়াৰ পৰা তেল নিকিনিবাঃ ভাৰতক হেঁচা দিবলৈ আহিল আমেৰিকাৰ এলিজাবেথ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় নকৰাৰ বাবে ভাৰতক সৈমান কৰাবলৈ আজি পুনৰ নতুন দিল্লীলৈ আগমন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰ আন এগৰাকী উচ্চ পদস্থ বিষয়া এলিজাবেথ ৰ'জেনবাৰ্গৰ। কালি নতুন দিল্লীত ভাৰত…

ভাৰতত সৰ্প দংশনৰ চিকিৎসাত নতুন ঔষধ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : সৰ্প দংশনৰ চিকিৎসাত অৰেল টেবলেটৰ মাধ্যমেৰে সাফল্য পাইছে পশ্চিমবংগই। নেচনেল মেডিকেল কলেজ আৰু হাস্পতালত পৰীক্ষামূলকভাৱে এই টেবলেটৰ প্রয়োগ কৰি সফলতা লাভ কৰা গৈছে। সাপে দংশন কৰা ৰোগীকে বচোৱা সম্ভৱ হৈছে ইয়াৰ…

বিৰল ঘটনাঃ ৪০ দিনীয়া শিশুৰ পেটত ভ্রূণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : দুকুৰি দিনীয়া শিশুৰ পেটত পোৱা গৈছে ভ্রূণৰ নমুনা। বিহাৰৰ মতিহাৰী অঞ্চলৰ এই ঘটনাত হতবাক হৈ পৰিছে চিকিৎসকসকলো। সম্প্রতি সেই শিশুটিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে মতিহাৰিৰ ৰহমানিয়া মেডিকেল চেণ্টাৰলৈ। চিকিৎসকসকলক…

সেনাবাহিনীত প্রথম মহিলা হেলিকপ্টাৰ পাইলট অভিলাষা বৰাকৰ ঐতিহাসিক নিযুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : প্রায় ৩৮ বছৰ হ'বৰ হ'ল ভাৰতীয় সেনা বাহিনীত মহিলাক বিষয়া হিচাবে নিয়োগ আৰম্ভ হোৱাৰ। আৰু ইমান বছৰৰ পিছত এইবাৰেই প্রথম আর্মি এভিয়েচন কর্পচত হেলিকপ্টাৰ পাইলট হিচাবে যোগ দিছে কোনো এক নাৰীয়ে। নাম যাৰ…

মানৱ শৰীৰত ভাইৰাছ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ নতুন পদ্ধতি উদ্ভাৱন

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : কৰ্কট ৰোগৰ চিকিৎসাৰ ক্লিনিকেল পৰীক্ষাৰ বাবে ইতিহাসত প্ৰথমবাৰৰ বাবে মানৱ শৰীৰক ব্যৱহাৰ কৰাৰ বাতৰিয়ে কিঞ্চিৎ হ'লেও আশাৰ বতৰা কঢ়িয়াই আনিছে। কৰ্কট ৰোগক ৰোধিবলৈ জিনীয় প্ৰযুক্তি কৌশলৰ দ্বাৰা উদ্ভাৱন কৰা এবিধ…

আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড ( দ্বিতীয় খণ্ড)

দ্বীপেন কুমাৰ শৰ্মা ( দ্বিতীয় খণ্ড) ‘Japaneese Centre for International Studies in Ecology’ নামৰ সংস্থাটোৰ সঞ্চালক তথা য়াকাহামা বিশ্ববিদ্যালয়ৰ অধ্যাপক আকিৰা মিয়াৱাকি নামৰ এজন উদ্ভিদবিদে লক্ষ্য কৰিছিল যে জাপানৰ মাত্ৰ ০.০৬ শতাংশ অৰণ্যহে…