Browsing Category

ট্ৰেণ্ডিং

লিডুত টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত যুৱ-ছাত্র পৰিষদৰ বিক্ষোভ

শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ২৫ মেঃ টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । আজি লিডুত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ উদ্যোগত কলিয়ৰীটো মুকলি কৰাৰ দাবীত বিক্ষোভ প্রদৰ্শন কৰে | ২০২০ চনৰ তিনি জুনৰ পৰা বন্ধ হৈ…

২০১৪ বৰ্ষত ৰাকেশ পালে বক্রপথেৰে ৰাজপত্ৰিত চাকৰি দিয়া সকলৰ কি হ’ব ?

ৰাকেশ পাল আৰু সহযোগীসকলৰ সংকট অধিক ঘনীভূত। বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ। আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী…

গোলাঘাটত চোৰৰ মহা অথন্তৰ 

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৫ মেঃ  দিন দুপৰতে মন্দিৰত চুৰি কাৰ্য সম্পন্ন কৰিবলৈ সোমাই নিজ অভীষ্ট সিদ্ধিৰ বাবে সষ্টাঙ্গে সেৱা লৈ ভগৱানৰ আশীৰ্বাদ বিচাৰিলেও ভগৱান পিছে চোৰৰ প্ৰতি সদয় নোহোৱাত মহা অথন্তৰত পতিত হৈ অৱশেষত ভক্তিপ্ৰাণ এই গভাইত চোৰ…

তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত তিনিচুকীয়াৰ বৰগুৰি হাইস্কুল খেলপথাৰৰ মাটিবৰ বৰসেনাপতি ক্ষেত্ৰ আৰু পৱন নেওঁগ সোঁৱৰণি মণ্ডপত…

 বিলুপ্তি ঘটোৱা হ’ব ৰে’ল বিভাগত খালী থকা ন’ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ 

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশত ’স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপন কৰি থকাৰ মাজতে গ্ৰহণ কৰিছে এক বৃহৎ হঠকাৰী সিদ্ধান্ত । ’সবকা সাথ সবকা বিকাশ’ৰ শ্ল’গান আওৰাই অহা মোদী চৰকাৰে…

৫৪ লাখ টকা উপার্জনৰ সুযোগ দিছে NASAইঃ আজিয়েই কৰক পঞ্জীয়ন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : National Aeronautics and Space Administration (NASA)ই এইবাৰ বিৰাট সুযোগ লৈ আহিছে সকলোৰে বাবে। জনা গৈছে যে, সম্প্রতি NASA-ৰ তৰফৰ পৰা এক নতুন চেলেঞ্জ আৰম্ভ কৰা হৈছে। য'ত এই মার্কিন মহাকাশ গবেষণা সংস্থাই যিজন…

এবাৰতে ৩০ গুণ তাপপ্রবাহ বাঢ়িছে দেশত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : ভাৰতত এই বছৰ মার্চ মাহৰ পৰাই গৰম পৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰী তথ্যই কৈছে যে, বিগত ১২২ বছৰৰ ভিতৰত সকলোতকৈ গৰমৰ মাহ আছিল যোৱাটো মাৰ্চ। কেৱল ভাৰততেই নহয়, পাকিস্তানতো ক্রমশঃ গৰম বাঢ়িবলৈ আৰম্ভ কৰিছে। বতৰৰ হঠাৎ এনে…

১ জুনৰ পৰা চেনি ৰপ্তানিত প্ৰতিবন্ধকতা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : ঘেঁহুৰ পাছত এইবাৰ ভাৰত চৰকাৰে চেনি ৰপ্তানিত নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰিছে। ভাৰতৰ বৈদেশিক বাণিজ্যৰ মহানিৰ্দেশালয়ে কালি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা এক জুনৰ পৰা সকলো প্ৰকাৰ চেনি (অশোধিত, শোধিত আৰু বগা)…

সমুদ্ৰতলিৰ উপকাৰী ঘাঁহনিডৰা বিলুপ্তিৰ দিশে

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : লোকচক্ষুৰ আঁতৰত সমুদ্ৰতলিত হালি-জালি থকা ঘাঁহনিডৰা দেখাত অপতৃণ যেন লাগিলেও ই মানুহৰ বাবে অতিকৈ উপকাৰী বুলি গণ্য হৈছে। মেক্স প্লেংক ইন্সটিটিউট ফৰ মে'ৰাইন মাইক্ৰ'বায়'লজীৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত এই তথ্য…

বিহাৰত সাংবাদিক হত্যা, পিইচিৰ নিন্দা

জেনেভা, ২৫ মে': বিহাৰত শুকুৰবাৰে নিশা চাৰিজন বন্দুকধাৰীয়ে ডেকা সাংবাদিক সুভাষ কুমাৰ মাহাতোক গুলিয়াই হত্যা কৰা ঘটনাক নিন্দা কৰিছে আন্তৰ্জাতিক সংবাদকৰ্মী সুৰক্ষা সংস্থা প্ৰেছ এম্বলেম কেম্পেইনে (www.pressemblem.ch)। পিইচিৰ সভাপতি ব্লেইজ…