Browsing Category

ট্ৰেণ্ডিং

ই-স্কুটাৰ কিনিব নেকিঃ ই-স্কুটাৰত সংঘটিত অগ্নিকাণ্ডৰ কথা জানি লওক

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪মে' : ভাৰতত বৈদ্যুতিক বাহন বিশেষকৈ দুচকীয়া বৈদ্যুতিক বাহন জনপ্ৰিয় হৈ অহাৰ সময়তে কেইবাঠাইতো এই বাহনসমূহত আকস্মিক ভাবে জুই লগাৰ দৰে ঘটনাই ক্ৰেতাসকলক উদ্বিগ্ন কৰি তুলিছে। এতিয়ালৈকে দেশখনত এনে ধৰণৰ বাৰটা মান…

নৱনিৰ্মিত চিএন চেণ্টাৰত প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

গুৱাহাটী, ২৪ মে': গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ' (চি এন চেন্টাৰ)ত আজি সফলতাৰে সম্পন্ন কৰা হয় প্ৰথমটো অস্ত্ৰোপচাৰ। চিএন চেণ্টাৰৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ অপাৰেচন থিয়েটাৰত সম্পন্ন হোৱা এই…

অগণিত বাহনৰ গতি কথা…

বিনয়কৃষ্ণ তামুলী ফুকনচোতালত কোনোৱা এজন আলহীয়ে "ৰেলী", "এটলচ", "হিৰ'", "এভন", "বি এছ এ" চাইকেল এখন ৰাখিলে মনে মনে ধামত চলোৱাটো আমাৰ কৈশোৰ কালৰ প্ৰত্যাহ্বানৰ আছিল। মটৰ চাইকেল বা ঢেপঢেপি দূৰৈৰ কথা। যি 'ৰাজদূত', ' ই এছ ডি ',  '…

ভাৰতৰ প্ৰথম স্বৰ্ণ মিশ্ৰিত চাহ “স্বৰ্ণ পনম” উদ্ভাৱন ৰঞ্জিত বৰুৱাৰ

 শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : চাহৰ দেশ অসম। চি টি চি, অৰ্থ'ডক্স আৰু তাৰ পাছত গ্ৰীন টী, ব্লেক টী, হোৱাইট টী আৰু অলেখ ভিন ভিন প্ৰকাৰৰ চাহেৰে বজাৰ এতিয়া উভৈনদী। ইয়াৰ মাজতে সৌ সিদিনা ২১ মে' তাৰিখ, আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে গুৱাহাটীত…

কোটি কোটি আলোকবর্ষ দূৰত অবাক কৰা ছাঁয়াপথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এখন অবাক কৰিব পৰা ফটো ছেয়াৰ কৰিছে মার্কিন মহাকাশ সংস্থা বা নাছাই। যিখন ফটো দেখি বিস্ময়ত হতবাক হৈ গৈছে ছ'চিয়েল মিডিয়া। অনেকে সেই ফটোখন তুলনা কৰিছে মানুহৰ ৰোগাক্ৰান্ত ৰঙাপৰা চকুৰ সতে। ফটোখন হ'ল whirlpool…

ভীম কলৰ পৰা গুৰ উৎপাদনেৰে লখিমপুৰৰ দুই শিক্ষার্থীৰ চমক

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ২৪ মে' : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দুই শিক্ষার্থী। ইণ্ডিয়ান য়ং ইনভেণ্টৰ্ছ এণ্ড ইনভেণ্টছ চেলেঞ্জত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খেৰাজখাত…

২৮ মে’ত  সীমা সমস্যা, জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ বিক্ষোভ

উত্তৰ লখিমপুৰ, ২৪ মে':  অহা ২৮ মে তাৰিখে অসম-অৰুণাচল সীমা সমস্যা, জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। অসম অৰুণাচলৰ সীমা সমস্যাই বহু দিনৰ পৰা জিলাখনৰ…

জীৱ-জন্তু, মাছ,পখিলাৰে ভৰপূৰ হৈ আছে কলকাতা মহানগৰী, কেনেকৈ ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : যোৱা ২২ মে তাৰিখে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো আন্তৰ্জাতিক জৈৱ বৈচিত্ৰতা দিৱস পালন কৰা হ'ল। কিন্তু দেশখনৰ ভিতৰত এই দিৱসটো অধিক অৰ্থবহ ভাবে উদযাপন কৰা হ'ল পশ্চিমবঙ্গৰ ৰাজধানী কলকাতা মহানগৰীত। সেইদিনা কলকাতাত…

এভাৰেষ্ট বেছ কেম্প পালেগৈ মুম্বাইৰ কিশোৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এভাৰেষ্টলৈ আৰু মাত্ৰ কেইখোজমান। ১০ বছৰীয়া এগৰাকী কনমানিয়ে সম্ভৱ কৰি তুলিলে এই কাৰ্য। ইমান কম বয়সতে ইয়াৰ পূৰ্বে কোনো ভাৰতীয় উপনীত হ'ব পৰা নাছিল এভাৰেষ্ট বেছ কেম্পত। সেই কাণ্ডই ঘটালে মুম্বাইৰ কিশোৰী ৰিদম…