Browsing Category
ট্ৰেণ্ডিং
জীৱ-জন্তু, মাছ,পখিলাৰে ভৰপূৰ হৈ আছে কলকাতা মহানগৰী, কেনেকৈ ?
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :
যোৱা ২২ মে তাৰিখে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো আন্তৰ্জাতিক জৈৱ বৈচিত্ৰতা দিৱস পালন কৰা হ'ল। কিন্তু দেশখনৰ ভিতৰত এই দিৱসটো অধিক অৰ্থবহ ভাবে উদযাপন কৰা হ'ল পশ্চিমবঙ্গৰ ৰাজধানী কলকাতা মহানগৰীত। সেইদিনা কলকাতাত…
এভাৰেষ্ট বেছ কেম্প পালেগৈ মুম্বাইৰ কিশোৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এভাৰেষ্টলৈ আৰু মাত্ৰ কেইখোজমান। ১০ বছৰীয়া এগৰাকী কনমানিয়ে সম্ভৱ কৰি তুলিলে এই কাৰ্য। ইমান কম বয়সতে ইয়াৰ পূৰ্বে কোনো ভাৰতীয় উপনীত হ'ব পৰা নাছিল এভাৰেষ্ট বেছ কেম্পত। সেই কাণ্ডই ঘটালে মুম্বাইৰ কিশোৰী ৰিদম…
ৰতন টাটাই কিনিব আৰু পাঁচটা কোম্পানীঃ এয়াৰ ইণ্ডিয়া, বিগ বাস্কেটৰ বাতৰি হ’ল পুৰণি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ইতিমধ্যেই Bigbasket, Air India, 1MG-ৰ দৰে সংস্থাবোৰ অধিগ্রহণৰ পিছত, টাটা গ্রুপে ভাৰতীয় বজাৰত নিজৰ অৱস্থান আৰু অধিক মজবুত কৰি তুলিছে। কিন্তু কথা ইয়াতেই শেষ নহয়। এইবাৰ ১০৩ বিলিয়ন ডলাৰৰ ব্যৱসায়িক দিশত ফুড…
পাঁচ বছৰৰ তলৰ শিশুৰ বাবে ক’ভিড টীকাঃ প্রস্তুত ‘ফাইজাৰ’, অপেক্ষা অনুমোদনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ছমাহৰ পৰা পাঁচ বছৰ বয়সীয়া শিশুসকলৰ বাবে ‘ফাইজাৰ’-ৰ তিনিটা টীকা দিয়া হ'লে কৰ'না ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্রতিৰোধৰ ক্ষমতা গঢ়ি তুলিব পৰা যাব। ২৩ মে' সোমবাৰে সংস্থাটোৰ পক্ষৰ পৰা এই দাবী কৰা হৈছে। এই সপ্তাহৰ…
উচ্চ শিক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ টুইট
In a significant move, the Cabinet has approved the broad framework for implementation of NEP 2020 in Higher Education. Our Universities will now initiate the process for introducing courses in alignment with NEP. 1/2
@himantabiswa…
নগ্নতা যেতিয়া প্রতিবাদৰ ভাষা
দাদুল দেৱকৃষ্ণ বৰুৱানগ্নতা। প্রতিবাদৰ অন্য এক ভাষা। তথাকথিত সভ্য সমাজে আদিকালৰ পৰা যি ঢাকিবলৈ শিকিছে তাকেই বুকু ফালি প্রকাশ্যে মেলি ধৰা। বেপৰোৱাগিৰিৰ শেষ কথা। নগ্ন হৈ কৰা প্রতিবাদৰ নতুনকৈ খবৰ আহিছে কান চলচ্চিত্রোৎসৱৰ সৌজন্যত।…
আপুনি উচ্চ ৰক্তচাপত ভুগি আছে ? আপোনাৰ শয়ন ভংগীমা কেনে হোৱা উচিত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : উচ্চ ৰক্তচাপ মুঠেই উপেক্ষা কৰাৰ দৰে কোনো বিষয় নহয়। ই যিকোনো মুহূর্ততে হার্ট এটেকৰ কাৰণ হ'ব পাৰে আৰু প্রাণহানিৰ আশঙ্কা পর্যন্ত দেখা দিব পাৰে। ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ বাবে অনেকেই নানা ধৰণৰ নিয়ম মানি চলে। খাদ্য…
ৰহস্যময় ভুল তথ্য পঠাইছে নাছাৰ যানে ! চিন্তিত বিজ্ঞানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : সূর্যৰ আওতাৰ বাহিৰত মহাকাশৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল নাছাৰ দুখন মহাকাশ যান। তাৰ ভিতৰত এখনৰ পৰা বিগত বেছ কিছুদিন ধৰি ক্রমাগতভাৱে ভুল তথ্য আহি পাইছে পৃথিৱী। যাক লৈ ৰহস্য ঘনীভূত হৈছে। কাৰণ বিজ্ঞানীসকলে বুজিবই…
‘টাইম’ৰ এশজনীয়া প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তিনি ভাৰতীয়
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :'টাইম' আলোচনীখনে কালি ঘোষণা কৰিছে বিশ্বৰ প্ৰভাৱশালী প্ৰথম ১০০ গৰাকী ব্যক্তিৰ তালিকা। সন্মানীয় এই তালিকাত স্থান লাভ কৰিছে তিনি গৰাকী ভাৰতীয়ই। তেওঁলোক হৈছে আদানি গ্ৰুপৰ গৌতম আদানি, আইনজীৱী কৰুণা নন্দী…
