Browsing Category

ট্ৰেণ্ডিং

জনসচেতনতা আৰু পৰিৱেশ শিক্ষাৰ জৰিয়তে জীৱ বৈচিত্রৰ সুৰক্ষা

মানস প্রতিম দত্ত প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান…

ভাৰতত জাপানী বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' জাপানী প্ৰধানমন্ত্ৰী ফুমিয়' কিছিডাৰ আমন্ত্ৰণ ক্ৰমে আৰু কোৱাড ২০২২ সন্মিলনত অংশগ্ৰহণৰ বাবে টকিয়'ত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যস্ততাপূৰ্ণ সূচীৰ পাতনি মেলে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে…

১ জুনৰ পৰা ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব

শতাব্দ প্রতিনিধি, লখিমপুৰ ২৩ মে': ৰাজ্যৰ শিক্ষামন্ত্রী ড° ৰনোজ পেণ্ডৰ ঘোষণা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ এক গোপন নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ ৮০০ গৰাকী আৰ এছ টি. চি., কৰ্মীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ৯৬ খন আবাসিক…

শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশন সমাপ্ত

শতাব্দ প্ৰতিনিধি, তেজপুৰ  ২৩ মেঃ  শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখন আজি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। এই উপল্যক্ষে পুৱা পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ডাঃ হৰেণ শইকীয়াই। বন্তি প্ৰজ্জ্বলন…

ভাৰতত আর্থিক অৱস্থাৰ উন্নতি হৈছেনে অৱনতি? কি কৈছে সমীক্ষাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : চলিত বছৰত পৃথিৱীত নতুনকৈ ২৬ কোটি ৩০ লাখৰো বেছি মানুহ চৰম দাৰিদ্ৰতাৰ মুখত পৰিব পাৰে। সদ্য প্রকাশিত Oxfam Internationalৰ প্ৰতিবেদনত এনেদৰেই দাবী কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগত আৰু নানা বিষয়ৰ প্ৰতিবেদন…

অসম কৃষি বিশ্ববিদ্যালয়ত স্কীল ডেভলপমেন্টৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৩ মে : ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থসাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুজীৱবৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱীৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ…

আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুওৱা ডেভিদৰ কাযত “সতীৰ্থ”

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৩ মে’ :  এজন ডেকা যুৱক- নাম ডেভিদ পাদুন । বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে ডেভিদে ডেকাকালত আকস্মিকভাৱে হেৰুৱাই পেলালে দৃষ্টিশক্তি । ক’ৰপৰা কি হৈ গ’ল ধৰিবই নোৱাৰিলে ডেভিদে । জীৱনৰ মাজ বাটতে মৰহিব ধৰিছে ফুলিবলৈ ধৰা…

মানব কেন্দ্ৰীক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক, অমানবীয় উচ্ছেদ বন্ধ কৰক

গুৱাহাটী,২৩ মেঃ এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কবলত । ডিমা হাচাওৰ অৱস্থা অবৰ্ণনীয়। ই সম্প্ৰতি এক ধংসস্তুপত পৰিণত হৈছে। ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে,পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানোঁ।…

চীনৰ গহ্বৰত বৃহৎ অৰণ্য আৱিষ্কাৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : চীনত বিশাল গহ্বৰৰ (Sinkhole) তলত লুকাই আছে প্রাচীন অৰণ্য ! এনে ধৰণৰেই এখন অৰণ্যৰ সন্ধান পোৱা গৈছে সম্প্রতি। এই অৰণ্যত ৪০ মিটাৰ পর্যন্ত ওখ গছ আছে বুলিও বিজ্ঞানীসকলে জনাইছে। Sinkhole হ'ল মাটিৰ তলৰ গহ্বৰ, যি…

অক্সিজেন অবিহনেই এভাৰেষ্ট জয় বংগকন্যাৰঃ নজিৰ গঢ়িলে পিয়ালি বসাকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : এভাৰেষ্টৰ শিখৰ চুই আহিল বঙ্গ তনয়াই। সেয়াও আকৌ অক্সিজেন অবিহনেই। চন্দন নগৰৰ বাসিন্দা পিয়ালি বসাকে কালি ২২ মে'ত ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত এভাৰেষ্ট জয় কৰে। সাধাৰণতে ৮ হাজাৰ ফুট উচ্চতাত বতাহত…