Browsing Category
ট্ৰেণ্ডিং
গৱেষকৰ বাবে এতিয়া নিচেই কাষতে অৰ্থনীতিবিদ ড° মনমোহন সিঙ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' :
দেশ-বিদেশৰ গৱেষক বিশেষকৈ অৰ্থনীতিৰ গৱেষক সকলৰ বাবে এটা সুখবৰ ! আৰু কেইদিনমানৰ পাছতে গৱেষকসকলৰ বাবে সহজেই উপলদ্ধ হ'ব ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বৰ এজন প্ৰসিদ্ধ অৰ্থনীতিবিদ ড° মনমোহন সিঙৰ সমস্ত…
১৯০ বছৰীয়া জনাথন আৰু বিশ্ব কচ্ছপ দিৱস
দাদুল দেৱকৃষ্ণ বৰুৱা
ল'ৰালি কালত আমি সকলোৱেই কাছ আৰু শহাৰ দৌৰ প্রতিযোগিতাৰ কাল্পনিক গল্প শুনিছোঁ। য'ত শহাৰ তুলনাত অত্যন্ত ধীৰগতিৰ প্রাণী হৈয়ো জিকি যায় কাছ। যদিও, জীৱনকালৰ ফালৰ পৰা সকলোকে এক বাক্যত হৰুৱাই দিব পাৰে এই প্রাণীবিধে। যিসময়ত…
ভাৰতৰ ‘আশা’লৈ ‘গ্ল’বেল হেল্থ লীডাৰ্ছ এৱাৰ্ড’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : বিশ্ব স্বাস্থ্য সন্মিলনত ভাৰতৰ 'আশা' (ASHA)ই লাভ কৰিছে গ্ল'বেল হেল্থ লীডাৰ্ছ বঁটা। ভাৰতীয় আশাৰ উপৰি উক্ত বঁটা লাভকৰাসকলৰ ভিতৰত আছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আফগানিস্তানৰ তাখাৰ আৰু কুণ্ডুজ প্ৰদেশত সশস্ত্ৰ…
এটা চৰ আৰু এগৰাকী নগ্ন তৰুণী
দাদুল দেৱকৃষ্ণ বৰুৱাঘটনা দুটা। দুয়োটাই প্রতিবাদ। এটা ব্যক্তিগত স্তৰৰ। দ্বিতীয়টো দেশীয় স্তৰৰ। কাকতালীয়। কিন্তু দুয়োটা ক্ষেত্রতেই প্রতিবাদ জনোৱাৰ পৰিসৰো একেই ৰকমৰ। দুয়োটা ঘটনাই আন্তর্জাতিক চলচ্চিত্রৰ তথাকথিত ‘জনপ্রিয়’ মঞ্চ।গোটেই…
পৰশুৰাম কুণ্ডলৈকে চলিব ৰে’ল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২২ মে' দেওবাৰে ঘোষণা কৰে যে, অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডক শীঘ্ৰেই ৰে’লপথৰ জৰিয়তে সংযোগ কৰা হ’ব। তেওঁ কয় যে, চৰকাৰে দেশৰ আন বহু ঠাইৰ দৰেই পৰশুৰাম কুণ্ডকো ৰে’লপথৰ জৰিয়তে…
অফুৰন্ত স্বাধীনতাৰে আকাশত উৰিল চৌদি মহিলা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' :
তালিবান শাসিত আফগানিস্তানৰ বিপৰীতে ৰক্ষণশীল চৌদি আৰৱত এতিয়া নাৰীৰ স্বাধীনতাৰ জয়গান গোৱাৰ সময়। দেশখনত পুৰুষৰ সমানেই নাৰীয়েও কৰ্মক্ষেত্ৰত এতিয়া মুকলিমূৰীয়াকৈ অংশগ্ৰহণৰ যথেষ্ট সুযোগ লাভ কৰিছে, যিটো…
বন্ধুত্ব-এক পৱিত্র বান্ধোন
বিমল বৰগোঁহাইবন্ধুত্বৰ সন্দৰ্ভত ইংৰাজীত বহু উদ্ধৃতি পোৱা যায়। তাৰে এটা বৰ সুন্দৰ আৰু মোৰ ভাল লগা, জ'ন ইভেলিন্ ৰ উদ্ধৃতি হল-"FRIENDSHIP IS THE GOLDEN THREAD THAT TIES THE HEART OF ALL THE WORLD"। এই উদ্ধৃতিটোৱেই বন্ধুত্বৰ ওপৰত থকা…
তিনি মাহৰ ভিতৰত চাকমা আৰু হাজঙক নাগৰিকত্ব দিয়াৰ পক্ষত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে:
ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে অৰুণাচল প্ৰদেশত বসবাস কৰি থকা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু অৰুণাচল চৰকাৰক আহ্বান জনাইছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ১৯৯৬ আৰু…
ৰহস্য সাহিত্য সম্ৰাট ৰঞ্জু হাজৰিকাক ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ মে’: সাহিত্য বিহীন জাতি কেতিয়াও সুস্থ আৰু সুস্থিৰ হৈ থাকিব নোৱাৰে । জাতিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উত্তৰণৰ বাবে সাহিত্য অতি প্ৰয়োজনীয় । অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ’লে সাহিত্য চৰ্চা বা সাহিত্য পঢ়া দুয়োটা কথা…
দৰা ৯৫ বছৰীয়া, কন্যাৰ বয়স ৮৪
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ২৩ বছৰ আগেয়ে মনৰ মানুহগৰাকীক দেখিছিল চহৰৰ এটা গির্জাত। তেতিয়া মুখ ফুটাই মনৰ ইচ্ছা প্রকাশ কৰিব পৰা নাছিল। ঠিক ২৩ বছৰ পিছত সেই একেই গির্জাত সেই মনৰ মানুহগৰাকীক বিয়া কৰালে ৯৫ বছৰীয়া পাত্রই। 'ৱেলছ অনলাইন'ত…
