Browsing Category

ট্ৰেণ্ডিং

৩১ মে’ত দেশজুৰি ৰে’ল ধৰ্মঘটৰ আহ্বানঃ ষ্টেচন মাষ্টাৰৰ সমস্যা কোনে সমাধান কৰিব ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' : অহা ৩১ মে'ত সমগ্ৰ ভাৰতবৰ্ষতে ৰে'ল চলাচলত ব্যাঘাত জন্মিব পাৰে। সেইদিনা বিভিন্ন দাবীৰ সমৰ্থনত সৰ্বভাৰতীয় ষ্টেছন মাষ্টাৰ এছোচিয়েশ্যনে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। দেশৰ প্ৰায় ৩৫,০০০ ষ্টেছন মাষ্টাৰে সেইদিনা…

প্রকৃতি, মানুহ আৰু বৰ্তমান সময়ঃ এক চিন্তা

জিজ্ঞাস বৰুৱাইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা মানুহ আৰু পৰিৱেশৰ মাজত যে এক এৰাব নোৱাৰা সম্পর্ক আছে। সেই কথা আজিৰ মানুহে পাহৰিলেও প্ৰকৃতিয়ে কিন্তু পাহৰা নাই। জুইৰ আৱিষ্কাৰৰ আগলৈকে প্ৰকৃতি আৰু জীৱশ্ৰেষ্ঠৰ মাজৰ সম্পৰ্কটো আজিৰ তুলনাত কম…

এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষ্যে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল সম্বোধন। অসম বিধান সভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব। অতিথি আপ্যায়নৰ…

আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যুঃ উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিলে বটদ্ৰৱা আৰক্ষী থানা

শতাব্দ প্ৰতিনিধি, নগাঁও ২১মেঃ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উন্মত্ত জনতাই জ্বলাই ছাৰখাৰ কৰিলে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা বটদ্ৰৱাৰ সমীপৰ ভোমোৰাগুৰিৰ পৰা সুৰামত্ত অৱস্থাত ছালনাবড়িৰ ছফিকুল…

ছিকিমত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

শতাব্দ প্ৰতিনিধি গুৱাহাটী,২১ মে' : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছিকিমত সোৱা ৰিগ্পা, আয়ুৰ্বেদ আৰু নেচাৰোপেথীকে ধৰি পৰম্পৰাগত ঔষধি তথা চিকিৎসা প্ৰণালীৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে কেইবাটাও…

মাজুলীত আজিৰ পৰা আৰম্ভ হ’ল জিলা সত্ৰ ন্যায়াধীশ 

 শতাব্দ প্ৰতিনিধি, মাজুলী,২১ মে': মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত আজি গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যাম আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই স্ক্ৰীণ টানি, ফিটা কাটি মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় উদ্বোধন কৰে।বিয়লি দুই…

দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ “তৰুণ অসম সংঘ” ৯২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২১ মে' : সু-সাহিত্যিক লক্ষীধৰ শৰ্মাকে ধৰি জাতীয় জীৱনৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ প্ৰযত্নত ১৯৩০ চনতে তেজপুৰত গঢ়ি উঠা "তৰুণ অসম সংঘ" ৰ ২২ মে'ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত বৰ্ণাঢ্য…

ডলুৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত ৪ সংগঠনৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : কাছাৰৰ ডলু চাহ বাগিছাত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ নামত ২৫০০ বিঘা ভূমিৰ লাখ লাখ উৎপাদনশীল চাহগছ উচ্ছেদ কৰি প্ৰায় তিনিহাজাৰ চাহ শ্ৰমিকৰ জীৱন, জীৱিকাৰ লগতে বাগিছাখন ধ্বংস কৰাৰ প্ৰতিবাদত আজি…

অবসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ সম্বৰ্ধনা সভা

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ,২১মে’: “নিজৰ কৰ্মৰ প্ৰতি ভালপোৱাৰ মাজেৰেই জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা পোৱা যায়“ - এই মন্তব্য বিশিষ্ট কণ্ঠশিল্পী দুৰ্গাময়ী বৰাৰ। বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চই কালি  তেজপুৰস্থিত  অসমীয়া ক্লাবত  আয়োজন…

শোণিতপুৰত ড্ৰাগছ-গাঞ্জা আৰু নকল সোণ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২১মে’: শোণিতপুৰ তথা তেজপুৰ আৰক্ষীয়ে যোৱা সময়চোৱাত জিলাখনত চলোৱা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত যথেষ্ট পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ ভালেসংখ্যক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰ্তমানেও তেজপুৰ…