Browsing Category
ট্ৰেণ্ডিং
২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস
৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে।…
হেলমেট পিন্ধিলেও কিয় ভৰিবলগীয়া হ’ব পাৰে জৰিমনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : সকলো বাইক আৰোহীৰেই একেই কথা, পুলিচ কর্মীসকলে যদি চালান কটাৰ ইচ্ছা কৰে, তেতিয়া হ'লে অৱশ্যেই তেওঁলোকে চালান কাটিবই। গাড়ীৰ সকলো কাগজপত্র থাকিলেও, হেলমেট বা মাস্ক পিন্ধা থাকিলেও কিবা নহয় কিবা এটা কাৰণ বিচাৰি…
অর্ধেকৰো কম দামত পেট্র’ল-ডিজেল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পেট্র'ল-ডিজেলৰ ক্রমবর্ধমান মূল্যস্ফীতিৰ মাজতে সাধাৰণ মানুহৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্রেই পেট্র'ল আৰু ডিজেলৰ দাম কমোৱাৰ ঘোষণা দিব পাৰে চৰকাৰে। সূত্রৰ মতে, পহিলা এপ্রিল, ২০২৩ৰ পৰা ২০ শতাংশ ইথানল মিশ্রিত…
শোণিতপুৰৰ বৰছলাত হাজাৰ হাজাৰ বিঘা মাকৈ, মৰাপাট, বড়ো ধানৰ খেতি- পাচলি বাগান পানীৰ তলত
শতাব্দ প্ৰতিনিধি তেজপুৰ,২০মে’:
আগতীয়া বানে ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে শোণিতপুৰৰ বৰছলা সমষ্টিত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । বৃহৎ পৰিমাণৰ কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা সমষ্টিটোৰ বছা…
২৪ মে’ৰ পৰা তিনিচুকীয়াত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত ২৪ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰগুৰি হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হ'ব ২২০ সংখ্যক…
ধেমাজিত শোৱনি কোঠাৰপৰা চোৰে নিলে নগদ ধন-সোণৰ অলংকাৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ :
ধেমাজিত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ । ৰাতিৰ কথা বাদেই দিন দুপৰতে চোৰে অভিযান চলাই লুটি নিছে নগদ ধন আৰু মূল্যবান সম্পদ । এনে চোৰ বিচাৰি আৰক্ষী সন্দিহান হৈ থকাৰ সময়তে যোৱানিশা ধেমাজি নগৰৰ এঘৰ…
লখিমপুৰত মাত্ৰ ৮ টা দিনত অবিশ্বাস্য বৃষ্টিপাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে':
প্ৰবল আৰু নেৰানেপেৰা বৰষুণে ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে লখিমপুৰত যোৱা ৮ টা দিনত অবিশ্বাস্য পৰিমাণৰ বৰষুণ হৈছে।আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰে জনোৱা মতে ১-১৯ মে'লৈকে উত্তৰ লখিমপুৰত…
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২২ জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ মে' : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ২২ জনীয়া প্ৰথমখন তালিকা। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি…
ৰেলেৰে বাংলাদেশলৈ যায় যদি সাজু হওঁক
শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে' :
সকলো ঠিকেই থাকিলে অহা ২৯ মে'ৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰীবাহী ৰে'ল চলাচল পুনৰ আৰম্ভ হ'ব। ইতিমধ্যে ভাৰতীয় ৰে'ল ব'ৰ্ডে ইয়াৰ বাবে জাননী জাৰি কৰিছে। ক'ভিড সংক্ৰমণৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা এই ৰে'ল…
