Browsing Category

ট্ৰেণ্ডিং

লক্ষাধিক শিক্ষাৰ্থী দৌৰিছে চৰকাৰী বিদ্যালয়লৈ, ক’ত ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে' : জুন মাহৰ পৰা আৰম্ভ হ'বলগীয়া নতুন শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে গুজৰাটৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত এতিয়া উথপথপ পৰিৱেশ। বহুতো বিদ্যালয়ত নামভৰ্তিৰ বাবে অপেক্ষা তালিকা প্ৰস্তুত কৰিবলগীয়া অৱস্থা হৈছে।…

চকুৰ সমস্যা ? বেবী কৰ্ণ কিয় নাইখোৱা?

বেবী কৰ্ণ বা কুমলীয়া গোমধান খায়নে আপুনি ? আপোনাৰ যদি চকুৰ সমস্যা আছে, তেন্তে কুমলীযা গোমধান খাবলৈ আপোনাক কোনোবাই পৰামৰ্শ দিছে নেকি? যদি দিছে, তেন্তে গোমধান খাওক। বেবী কৰ্ণত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে যিয়ে চকুৰ স্বাস্থ্যত সহায় কৰে।…

যুদ্ধৰ প্রভাৱ ভাৰতীয় অর্থনীতিতঃ বিগত বছৰৰ তুলনাত কমিল অর্থনৈতিক বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে' : ইউক্রেইনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ জিডিপিৰ ওপৰত প্রভাৱ পেলাইছে। স্বাভাৱিকতে তাৰ প্রভাৱ ভাৰততো পৰিছে। কাৰণ এই বছৰ ভাৰতৰ ডিডিপি বাঢ়িলেও সেয়া মাত্র ৬.৪ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। বিগত বছৰৰ তুলনাত…

পাম অইল ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ ইণ্ডোনেছিয়াৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে' :অৱশেষত ইণ্ডোনেছিয়াই পাম অইলৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল। আজি দেশখনৰ ৰাষ্ট্ৰপতি জ'ক' উইড'ড' এ এক ভিডিঅ' বাৰ্তা যোগে এই কথা সদৰী কৰিছে। উল্লেখযোগ্য যে, যোৱা ২৮ এপ্ৰিল…

মাৰ্ঘেৰিটাৰ টিককত কয়লা খনন

শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ১৯ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিককত চলি থকা কয়লা খনন সন্দৰ্ভত উপায়ুক্তৰ পৰা জবাব বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে দিহিং পাটকাইৰ শালেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ কয়লা খননক লৈ উচ্চ…

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ  ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ মেঃ যোৰহাটৰ কছাৰী ময়দানত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ১২ গৰাকী হিতাধিকাৰিক ধনাদেশ পত্ৰ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে। …

পূৱ তেলাহীত সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ছটা পৰিয়ালৰ বাসগৃহ

শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ বানৰ সমান্তৰালকৈ লখিমপুৰ জিলাত সোৱণশিৰিৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। বৃহত্তৰ তেলাহী মৌজাৰ পূৱ তেলাহীত এতিয়া সোৱণশিৰি নদীয়ে প্রচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত ছটা পৰিয়ালৰ বাসগৃহ চলিত সপ্তাহত সোৱণশিৰিৰ বুকুত…

তেজপুৰত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯মে’: তেজপুৰৰ প্ৰাকৃতিক হোলাসমূহ যিসকল লোকে অবৈধ ভাবে দখল কৰি আছে তথা এনে বেদখলিকৃত অঞ্চলত যি নিৰ্মাণকাৰ্য চলাইছে সেয়া নিশ্চিত ভাবে উচ্ছেদ কৰা হ’ব। আজি তেজপুৰ পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰপতি প্ৰজ্ঞানু…

২২মে’ত দেশজুৰি বাইকৰেলী ক্ৰীড়া ভাৰতীৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৯মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৮টা স্থানৰ পৰা একেসময়তে অহা ২২মে’ৰ পুৱা ৮-৫৬বজাত আৰম্ভ হ’ব ক্ৰীড়া ভাৰতীৰ এক বাইক ৰেলী।দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপেই দেশৰ মুঠ ২২০স্থানৰ প্ৰত্যেকৰে পৰাই ৭৫খন…

সুৰা নিষিদ্ধ নাগালেণ্ডত সুৰাপায়ীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক

শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে' : সুৰা নিষিদ্ধ নগাভূমিত সুৰাপায়ীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক। অলপতে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ - ৫ ৰ তথ্যৰ পৰা এই কথা প্ৰতীয়মান হৈছে। ২০১৯ চনৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে এই জৰীপ…