Browsing Category

ট্ৰেণ্ডিং

অ’ এন জি চিৰ ভুৱা বিষয়া ৰাণা পগাগক মাজুলীত মাৰাথান জেৰা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৮ মে': মাজুলীত ৰাণা পগাগক মাৰাথান জেৰা আৰক্ষীৰ।নগাঁৱৰ পৰা মঙ্গল বাবে মাজুলীলৈ অনা পগাগক আজি মাজুলী আৰক্ষীয়ে আদালতত হাজিৰ কৰে।অ' এন জি চিৰ বিষয়া হিচাপে অসমৰ বিভিন্ন প্ৰান্তত নিজকে চিনাকি দি বিভিন্ন মহলত ঠিকা আৰু…

উদ্বেগ, মানসিক অৱসাদে আনিব পাৰে বিপদ

মুক্তামণি ভূমিফুকনকম বেছি পৰিমাণে মানসিক অৱসাদ প্ৰায় সকলো মানুহৰ জীৱনতে থাকে। উদ্বেগ আৰু মানসিক অৱসাদে মানুহক প্ৰভাৱান্বিত কৰিলেও সেই অৱসাদ বা উদ্বেগক পাৰ্যমানে এৰাই চলিব পাৰিব লাগে। এই কথাটোৰ অৱশ্যে এটা গভীৰ অৰ্থ নথকা নহয়। নিজৰ…

চাৰিধামৰ ঈশ্বৰ প্ৰাপ্তিৰ পথত তীৰ্থযাত্ৰীয়ে সৃষ্টি কৰিছে পৰ্বতসম আৱৰ্জনা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : পুণ্যতীৰ্থ দেৱভূমি আখ্যা দিয়া উত্তৰাখণ্ডত ৩ মে'ৰ পৰা আৰম্ভ হৈছে বিখ্যাত চোটা চাৰধাম যাত্ৰা, অৰ্থাৎ চাৰিধাম যাত্ৰাৰ ক্ষুদ্ৰ সংস্কৰণ। প্ৰতি বছৰৰ অক্ষয় তৃতীয়াৰ দিনা আৰম্ভ হোৱা এই যাত্ৰা দীপাৱলীৰ দুদিন…

বৃদ্ধি পাব বিমান ভাৰা ! ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিণতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : এয়াৰ লাইন্সৰ মুঠ খৰচৰ প্রায় ৪০ শতাংশই ইন্ধন ব্যয়। ফলত ইন্ধনৰ দাম বৃদ্ধি মানেই যে উৰণ উদ্যোগত যে তীব্র প্রভাৱ পৰে সেয়া ক'বলৈ যোৱাটো মাথোঁ বাহুল্য। বাঢ়িছে বিমানৰ ইন্ধনৰ দাম। আৰু সেই কাৰণেই বাঢ়িব পাৰে…

মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : ডাঃ এল আৰ বিষ্ণ‌য়ক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনৰ অৱসৰৰ চাৰে চাৰি মাহৰ পাছতহে ৰাজ্যখনত নতুন আৰক্ষী সঞ্চালক…

৩৬২ ফুট উচ্চতাত বিশ্বৰ দীঘল ওলমা দলং ! ক’ত আছে জানো আহক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : মাটিৰ পৰা ৩৬২ ফুট উচ্চতাত দুলিছে এখন দলং। এই দলংখনে চেক গণৰাজ্যৰ এটা শৃংগৰ পৰা আন এটা শৃংগক সংযোগ কৰিছে। যোৱা ১৩ মে' শুকুৰবাৰে এই দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়। দলংখন বিশ্বৰ আটাইতকৈ দীঘল ওলমা দলং হিচাপে…

বন্যজীৱৰ বাবে দেশৰ প্ৰথম ‘সেউজীয়া সেতু’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : নাগপুৰ আৰু মুম্বাইৰ মাজৰ বালাচাহেব থাকৰে সমৃদ্ধি মহামাৰ্গ (এক্সপ্ৰেছৱে) দেশৰ ভিতৰতে প্ৰথমটো ঘাইপথ হ’ব য’ত বন্যপ্ৰাণীৰ চলাচলৰ বাবে ৯ খন সেউজ দলং (অভাৰপাছ) আৰু ১৭ খন আণ্ডাৰপাছ প্ৰশমন ব্যৱস্থাৰ অংশ হিচাপে…

ভৰি দুটাৰ কথা আপুনি কিমান জানে ?

আমোদজনক কথাটো হ’ল, এজন ব্যক্তিৰ হাড়ৰ ৫০% আৰু পেশীৰ ৫০%, ভৰি দুখনত থাকে। গতিকে খোজ কাঢ়ক ।মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী গাঁঠি আৰু হাড়বোৰো ভৰিত থাকে। সেইবাবে প্ৰতিদিনে ১০ হাজাৰ খোজ দিয়ক বা কাঢ়ক।শক্তিশালী হাড়, শক্তিশালী…

মঙলত এলিয়েনৰ ঘৰ ! NASAই প্ৰকাশ কৰিছে ফটো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : মঙল গ্রহত এলিয়েনৰ ঘৰৰ দৰজাৰ সন্ধান পালে মার্কিন মহাকাশ সংস্থা NASAই। সেই ফটোও প্রকাশ কৰিছে। যোৱা ৭ মে'ত ফটোখন তোলা হৈছে নাছাৰ ৰভাৰ কিউৰিঅ'চিটি যানৰ MastCamৰে। প্রকাশিত ক'লা বগা ফটোখন এক পলকৰ বাবে দেখিলে এনে…

হাতীপটিত প্ৰথমবাৰলৈ ফটো উঠিল ব্লেক হলৰঃ উৎফুল্লিত বিজ্ঞানীসকল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : হাতীপটিৰ বুকুত লাগি থকা ব্লেক হল ! দেহত শিহৰণ জগাব পৰা এনে ফটো প্রথমবাৰলৈ উঠি আহিল বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ সমুখলৈ। বহুতেই এই আৱিষ্কাৰৰ উত্তেজনাৰ মাজত কি দেখি পেলাইছে সেয়া বিশ্বাসেই কৰিব পৰা নাছিল !…