Browsing Category
ট্ৰেণ্ডিং
নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগে আজি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা ১৫ মে' তাৰিখে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰিব ৰাজীৱ কুমাৰে। বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই অৱসৰ গ্ৰহণ…
‘ডাইনোছৰ ৰাজকুমাৰী’ আলিয়া চুলতানা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : গুজৰাটৰ ৰায়'লি (Raiyoli) গাঁৱৰ আলিয়া চুলতানা বাবীয়ে ডাইনোছৰৰ জীৱাশ্ম সংৰক্ষণৰ বাবে কঠোৰ যুঁজ দিছিল যিবোৰ এতিয়া বালাচিন’ৰ জীৱাশ্ম পাৰ্কত (Balasinor Fossil Park) প্ৰদৰ্শন কৰা হৈছে। ১৯৮১ চনত অলিয়া চুলতানা…
ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ফ্লাইবিগে যোৱা ১১ মে'ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। 'উড়ান' আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে…
ষ্টেট বেংকক চেৰ পেলালে আই চি আই চি আই বেংকে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ মেঃ দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধনক (market cap) ২০১৩ চনৰ পাছত দ্বিতীয়বাৰলৈ চেৰ পেলালে দেশৰ তৃতীয় স্থানৰ বেংক প্ৰতিষ্ঠান আই চি আই চি আই বেংকে । বুধবাৰৰ শ্বেয়াৰ বজাৰ সমাপ্তিৰ সময়ত…
ড্ৰাইভিং লাইচেন্স উলিয়াব নেকি? জানি লওক নতুন নিয়ম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : দুচকীয়া বা চাৰিচকীয়া বাহন চালনাৰ বাবে অনুজ্ঞাপত্ৰ উলিয়াব বিচৰাসকলৰ বাবে এটা ভাল খবৰ আছে। আপুনি আৰু আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই বা ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ দীঘলীয়া শাৰীত অপেক্ষা কৰাৰ…
ব্ৰেকিংঃ এভাৰেষ্ট আৰোহণ সপ্তমজন অসমীয়াৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ মেঃ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আজি পুৱা আৰোহণ কৰে হেদায়েৎ আলিয়ে। জন্মসূত্ৰে হাজোৰ হেদায়েৎ সম্প্ৰতি কেৰ্লিফৰ্নিয়াৰ বাসিন্দা।আজি পুৱা প্ৰায় ৭.৩০ বজাত তেঁও এটা আন্তৰাষ্ট্ৰীয় ১১ জনীয়া পৰ্বতাৰোহী দলৰ…
পৃথিৱীৰ পৰা পানী শুহি লয় চন্দ্ৰই ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : চন্দ্ৰত পানী আছে; এই তথ্য নিশ্চিত। ২০০৮ চনত ভাৰতৰ চন্দ্রযান মিছনে প্রথম জনায় চন্দ্ৰত পানীৰ উপস্থিতিৰ কথা । এই লৈ বিস্তৰ গৱেষণা চলিছিল; কিন্তু চন্দ্ৰলৈ পানী ক'ৰপৰা আহিছে সেই কথা জানিব পৰা হোৱা নাছিল। অর্থাৎ…
১০৮ টা জলস্ৰোতৰে গঠিত চুমি গ্যাটচ জলপ্ৰপাতক পৰ্যটকৰ বাবে প্ৰচাৰ কৰিব সেনাই
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১মে’: অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত থকা পবিত্ৰ জলপ্ৰপাতক উন্নয়নৰে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্যোগ লৈছে দেশৰ সেনাবাহিনীয়ে । উল্লেখযোগ্য যে শতাধিক জলধাৰাৰে জলপ্ৰপাতৰ ৰূপ লোৱা তথা চুমি…
প্লে ষ্ট’ৰৰ পৰা বাতিল কল ৰেকর্ডিং এপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : সিদ্ধান্ত হৈছিল পূৰ্বেই। ১০ মে' মঙলবাৰে তাকেই আনুষ্ঠানিকভাৱে জনাই দিলে গুগল কর্তৃপক্ষই। ১১ মে'ৰ পৰা এণ্ড্ৰইড ফোনত কল ৰেকর্ডিং কৰাৰ সকলো বাহ্যিক এপ্লিকেচন (এপ) বাতিল হৈ যাব। এপ্রিল মাহত সংস্থাটোৱে জনাইছিল যে,…
ৰাষ্ট্রদ্রোহ আইন স্থগিত ঐতিহাসিক নির্দেশ ছুপ্রিম ক’ৰ্টৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : ছুপ্রিম ক'ৰ্টত পুনৰ মুখ থেকেচা খালে কেন্দ্র চৰকাৰে। আপাতত স্থগিত হৈ পৰিল ৰাষ্ট্রদ্রোহ আইনৰ প্রয়োগ। প্রধান বিচাৰপতিৰ ডিভিজন বেঞ্চে জনাই দিয়ে, কেন্দ্রীয় চৰকাৰে যেতিয়ালৈকে ব্রিটিছ আমোলত তৈয়াৰী আইনৰ…
