Browsing Category
ট্ৰেণ্ডিং
প্ৰশান্ত ৰাজগুৰুলৈ ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মেঃ অসমৰ সংবাদ জগতত ১৯৮৭ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে সাংবাদিকতাত জড়িত হৈ সমাজ-জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’'। এই বঁটা আগবঢ়াইছে…
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে আশ্ৰয় ললেগৈ ত্ৰিকোমালী নৌবন্দৰত
আৰম্ভ হৈছে শ্ৰীলংকাত লঙ্কা দাহনঃ ৰাজপথত সমৱেত হৈছে লক্ষাধিক ক্ষোভিত জনতাঃ দেখা মাত্ৰকেই গুলী কৰাৰ দৰে নিৰ্দেশ নিৰাপত্তা বাহিনীকঃ কলম্বোৰ আন্তৰ্জাতিক বিমান বন্দৰটোলৈ যোৱা পথসমূহত জনতাই স্থাপন কৰিছে পৰীক্ষণ দ্বাৰ, যাতে প্ৰধানমন্ত্ৰী-অঙহী…
বিপদৰ আগজাননী ! ভয়ানকভাৱে বৃদ্ধি পাব বৈশ্বিক তাপমাত্ৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : যদি কেতিয়াবা ভয়ঙ্কৰ গৰম তেন্তে কেতিয়াবা খুব ঠাণ্ডা। আকৌ বৰষুণ দিলেও দিয়ে অবিৰাম। পৰিৱেশৰ এই উঠা-নমা কিছু বছৰ ধৰি দেখা গৈছে। এনে হ'ব বুলি অৱশ্যে আগতেই আশঙ্কা প্রকাশ কৰিছিল পৰিৱেশবিদসকলে। বিশ্ব…
প্ৰয়োজন নহ’ব মহাবিদ্যালয়ৰ ডিগ্ৰী ! প্ৰতি মাহে ভাল বেতনৰ চাকৰি দিব কেন্দ্ৰই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : বর্তমান সময়ত দেশজুৰি চাকৰিৰ আকাল বহুলভাবে পৰিলক্ষিত হৈছে। ঠিক এই সময়তেই এইবাৰ বৃহৎ ঘোষণা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। আনকি তেওঁ জনালে যে, কলেজৰ ডিগ্রী নাথাকিলেও ৩০ হাজাৰ টকাৰ…
যোৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস
শতাব্দ প্ৰতিনিধি,যোৰহাট,১০ মে': সাংবাদিকসকলৰ সংবাদ সেৱা এতিয়াও বৃত্তি নহ'লগৈ। একৈশ শতিকা অতিক্ৰম কৰাৰ পাছতো সাংবাদিক সেৱা বৃত্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয়। সাংবাদিকসকলক বিভিন্ন সময়ত দোষ জাপি দিয়া হয় । মূলতঃ সংবাদ…
কাৰ্যালয়ত প্রতিদিনে শুবই লাগিব ৩০ মিনিট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বাংগালুৰুৰ এটা বেচৰকাৰী প্রতিষ্ঠানৰ কর্মীসকলৰ বাবে কাৰ্যালয়ত প্রতিদিনে ৩০ মিনিট শোৱাটো বাধ্যতামূলক কৰিছে। কর্মীসকলৰ শৰীৰ আৰু মন ভালে ৰখাৰ সমান্তৰালভাৱে তেওঁলোকে যাতে ভালদৰে কাম কৰিব পাৰে তাৰ বাবেই এনে…
ডাইমণ্ডছ ষ্টেট পার্কত ২.৩৮ কেৰটৰ বাদামী হীৰা উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ব্রিটিছ অভিনেতা আৰু পৰিচালক মেকেঞ্জি ক্রুকৰ পৰিচিত টিভি ছিৰিজ ‘ডিটেক্টৰিষ্ট’ৰ গল্প যেন এইবাৰ পর্দা ফালি ওলাই আহিল বাস্তৱৰ মাটিলৈ। আমেৰিকাৰ আৰকানছ প্রদেশৰ পাইক কাউন্টিৰ ক্রেটাৰ অব ডায়মণ্ডছ ষ্টেট…
ইউক্ৰেইনৰ সাৰমেয় ‘পেট্ৰন’লৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইন সেনাৰ কৃতিত্বত মুগ্ধ ৰাষ্ট্ৰপতি জেলেনস্কি। সেই কাৰণে তেওঁ তেওঁৰ সেনানীক প্রশংসা কৰিছে। যাৰ কৃতিত্ব দেখিছে, তেওঁৰ হাতত তুলি দিছে ৰাষ্ট্রীয় পুৰস্কাৰ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল, এটা…
টাটাই নিৰ্মাণ কৰিব ফাইটাৰ জেট !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ভাৰতীয় বিমান বাহিনীয়ে (IAF) নতুন ফাইটাৰ জেটৰ আসন্ন ক্রয়ৰ ক্ষেত্রত 'গ্ল'বেল প্রকিউৰমেন্ট আৰু ইণ্ডিয়া মেড মডেল' অনুসৰণ কৰিব। যিটো ইতিমধ্যেই C-295MW পৰিবহণ বিমান নিৰ্মাণৰ বাবে টাটা-এয়াৰবাছ (Tata)…
অৰুণাচলত গাঁওবুঢ়া অপহৰণ : এন এছ চি এনক সন্দেহ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা পুনৰ সংঘটিত হৈছে এক অপহৰণৰ ঘটনা । এইবাৰ অপহৰণৰ কবলত পৰিছে চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ…
