Browsing Category

ট্ৰেণ্ডিং

চাৰি বছৰীয়া সন্তানক এৰি আলফা (স্বাধীন)লৈ কাকপথাৰৰ এক দম্পতী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মেঃ আলফা(স্বা)ৰ শেহতীয়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আলফাত যোগ দিছে কাকপথাৰৰ এক দম্পতিয়ে। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চেলেংগুৰিৰ বাসিন্দা সন্মিন নেওগৰ দুই পুত্ৰ বোৱাৰীয়ে আলফা…

মোৰ মৃত্যু হ’ব ‘ৰহস্যময় পৰিস্থিতিত’ঃ এলন মাস্কৰ নতুন টুইটক লৈ চর্চা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : জীৱনলৈ সংশয় আহিছে টেচলাৰ মুৰব্বী এলন মাস্কৰ। ৯ মে' সোমবাৰে এক টুইটত তেওঁ তেনে ধৰণৰেই ইঙ্গিত দিছে। টুইটত তেওঁ লিখিছে যে তেওঁৰ মৃত্যু হ'ব ‘ৰহস্যময় পৰিস্থিতিত।’ সম্প্রতি ৪,৪০০ কোটি ডলাৰৰ বিনিময়ত টুইটাৰ কিনিছে…

পুনৰ আকাশত উৰিব জেট এয়াৰৱেজৰ বিমান !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : পুনৰ আকাশত উৰিব নেকি জেট এয়াৰৱেজৰ বিমান? সূত্রৰ খবৰ অনুসৰি কেন্দ্রীয় গৃহ মন্ত্ৰাণালয়ে জেট এয়াৰৱেজক নিৰাপত্তা বিষয়ক অনুজ্ঞাপত্ৰ মঞ্জুৰ কৰিছে। তাৰ ফলত আগন্তুক দিনত নতুনকৈ জেটৰ অন্তর্দেশীয় পৰিবহণ আৰম্ভ হোৱাৰ…

পত্নীৰ মৃতদেহ সাবটি বৃদ্ধই কটালে ২১ বছৰ

দাদুল দেৱকৃষ্ণ বৰুৱা ২১ বছৰ পূৰ্বেই পত্নীক হেৰুৱাইছিল তেওঁ। কিন্তু এতিয়াও মানি ল'ব পৰা নাই পত্নীৰ মৃত্যুৰ খবৰ। ফলত সেই ২১ বছৰ ধৰি মৃত পত্নীৰ লগতেই সংসাৰ চলাইছে তেওঁ। পত্নীৰ মৃত্যু হৈছিল ২০০১ চনত। তাৰ পিছৰে পৰা সেই মৃত স্ত্রীৰ লগতেই জীৱন…

এভাৰেষ্টত অভিলেখ সংখ্যক ২৬ বাৰলৈ পদাৰ্পণ নেপালী শ্বেৰ্পাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : জীৱনত এবাৰলৈ হ'লেও মাউণ্ট এভাৰেষ্ট শৃঙ্গত আৰোহণ কৰাটো বিশ্বৰ প্ৰতিজন পৰ্বতাৰোহীৰ সপোন। কিন্তু নেপালৰ এজন শ্বেৰ্পাৰ জীৱনৰ সপোন হৈছে বিশ্বৰ সৰ্বোচ্চ শৃঙ্গটোত কিমান বাৰ তেওঁ আৰোহণ কৰিব। নেপালৰ ৫২ বছৰীয়া…

সোৱণশিৰি প্ৰকল্পৰ ক্ষতিপূৰক বনানিকৰণ : নিৰুদ্বেগ অৰুণাচল চৰকাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : অহা আগষ্ট মাহত ভাৰতৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথম গোটটোৰ পৰা উৎপাদনৰ কাম আৰম্ভ হ'ব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ধ্বংস কৰা এক বৃহৎ…

গুৱাহাটী মেট্ৰ’ৰ শিক্ষানুষ্ঠানত বৃক্ষৰোপণ অভিযান আৰম্ভ বন বিভাগৰ

গুৱাহাটী, ৭ মেঃ  বন বিভাগৰ (কামৰূপ পূব) অধীনৰ গুৱাহাটী ৰেঞ্জে হেঙেৰাবাৰী বীট কাৰ্যালয়ৰ অধীনত দিছপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৭ মেত  ৫০ টা পুলি ৰোপণ আৰু বিতৰণ কৰি ৰেঞ্জৰ অধীনৰ গুৱাহাটী মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ অভিযান…

তেজপুৰ বিশ্ববিদ্যালয়ত হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা

ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা“ তেজপুৰ বিশ্ববিদ্যালয়ত ৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান…

মোদীৰ বিদেশী সামগ্ৰী বর্জনৰ আহ্বান কার্যতঃ ফ্লপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : এবাৰ বঙ্গভঙ্গ আৰু এবাৰ অসহযোগ। স্বাধীনতা সংগ্রামৰ এই দু‌ই আন্দোলনৰ লগত যোগ হৈছিল বিদেশী সামগ্ৰী বর্জনৰ আহ্বান। কিন্তু সেয়া আছিল পৰাধীন ভাৰতৰ স্বাধিকাৰ প্রাপ্তিৰ যুঁজ। স্বাধীন ভাৰতৰ ৭৫তম বর্ষত স্বয়ং…

৯ মে’ টাৰ্নিং পইণ্টঃ ”বিজয় দিৱস”ত ৰাছিয়াই প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰিব নেকি ?

ৰাণু বৰুৱা অহা ৯ মে' তাৰিখে 'বিজয় দিৱস' উদযাপনৰ বাবে সাজু হৈছে ৰাছিয়া। প্ৰতি বছৰে অতি উলহমালহেৰে ৰাছিয়াৰ জনগণই ৯ মে'ৰ দিনা 'বিজয় দিৱস' পালন কৰি আহিছে। আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ'ব। ইতিমধ্যেই ৰেড স্কোৱাৰত ইয়াৰ পূৰ্ণ প্ৰস্তুতি…