Browsing Category

ট্ৰেণ্ডিং

মাজৰাতিৰ পৰা শ্ৰীলংকাত জৰুৰী অৱস্থা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : মধ্যৰাতিৰ পৰা শ্রীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষে। অর্থনৈতিক সংকটৰ প্রতিবাদত দেশজুৰি চলা ধর্মঘটৰ দিনটোতেই এই সিদ্ধান্ত ললে শ্রীলংকা চৰকাৰে। ১ এপ্রিলৰ পিছত পুনৰদ্বীপৰাষ্ট্রখনত…

ছবছৰত চাৰে সাত লাখ ভাৰতীয়ই এৰিলে দেশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : ২০১৬ চনৰ পৰা যোৱা বছৰপর্যন্ত এই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে চাৰে সাত লাখ জনে। এই তথ্য কেন্দ্রীয় চৰকাৰৰ। কেন্দ্রৰ আৰু দাবী— ব্যক্তিগত কাৰণতেই দেশৰ নাগৰিকত্ব এৰি বিশ্বৰ অন্ততঃ ১০৬খন দেশত আশ্রয় লৈছে তেওঁলোকে। এই…

মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বিধায়ক অখিল গগৈ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে' : ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল। বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত…

১ জুলাইৰ পৰা ভাৰতত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে' : অহা ১ জুলাইৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে আইন অনুসৰি নিষিদ্ধ হ'ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ইতিমধ্যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ১০০ মাইক্ৰ'ণ বেধতকৈ কম সকলো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা সম্পৰ্কে…

আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল চি লালেংলিয়ানাৰ দেহাৱসান

গুৱাহাটী, ৬ মেঃ ভাৰতীয় তথ্য সেৱা বিভাগৰ এজন জ্যেষ্ঠতম বিষয়া, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল C Lalenglianaৰ কালি ছিলঙত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। প্ৰয়াত লালেংলিয়ানা এজন জনপ্ৰিয় বিষয়া আছিল। গুৱাহাটীস্থ…

মহাকাশ আৱৰ্জনাৰ ফলত বিপজ্জনক বিশৃঙ্খল পৰিস্থিতিৰ উদ্ভৱ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে': মানৱ জাতিৰ একমাত্ৰ বসতিস্থল পৃথিৱীৰ জল-স্থল প্ৰদূষিত কৰি মানুহে এইবাৰ প্ৰদূষণৰ পোহাৰ মেলিবলৈ ওলাইছে মহাকাশ জগতত। পোহাৰ মেলাই নহয়, মহাকাশ ইতিমধ্যেই বিপজ্জনক ভাৱে প্ৰদূষিত হৈ পৰিছে। ১৯৫৭ চনৰ অক্টোবৰ মাহত…

চলিত শতিকাতে বিনষ্ট হ’ব বিশ্বৰ সমস্ত সমুদ্র জগত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ মে' : বিশ্বত পৰিৱেশ-প্রকৃতিৰ ওপৰত প্ৰদূষণে নানা ধৰণৰ প্রভাৱ পেলাইছে। কেতিয়াবা হিমবাহ গলি গৈছে, বাঢ়িছে তাপপ্রবাহ, বাঢ়িছে অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৰিৱেশবিদসকলে ইয়াৰ বাবে দায়ী কৰিছে গোলকীয় উষ্ণতাকেই। আৰু তাৰ…

দুখন অসমীয়াসহ পাঁচখন ভাৰতীয় ছবি কান মহােৎসৱলৈ

জয়ছেং চাই দহােটিয়াই নির্মাণ কৰা 'বাঘজান' কান চলচ্চিত্র মহােৎসৱৰ 'ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব। বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভােগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা…

হৃদপিণ্ডত ফুটা লৈও দেশৰ মঞ্চ কঁপাইছে  গোগামুখৰ কণমানিয়ে

বিজয় বৰি জীৱনত সফলতা লাভ কৰিবলৈ কেৱল সৌভাগ্যকে ফচল বুলি ক’ব নোৱাৰি। কোনো কোনোৱে জীৱনত সন্মুখীন হোৱা দুৰ্ভাগ্যক সফলতাৰ জখলা হিচাপে ব্যৱহাৰ শীৰ্ষ স্থানলৈ আগুৱাই যোৱাৰ অনেক নিদৰ্শন আছে। দৰিদ্ৰতা, ৰূগ্ন স্বাস্থ্যক লৈ জীৱন যুঁজত কৃতকাৰ্যতা…

দেৱালত দুলিছে বৃহদাকাৰ জোতা

দাদুল দেৱকৃষ্ণ বৰুৱা যদি আপুনি বিচাৰে যে, আপোনাৰ পণ্য বা সংস্থা সফল হওক, তেতিয়া সেই লক্ষ্য অর্জনৰ সকলোতকৈ কার্যকৰী মাধ্যম হিচাপে বিবেচিত হ'ব বিজ্ঞাপন। গৱেষণাত দেখা গৈছে যে, গ্রাহকসকলে সকলো সময়তে উদ্ভাৱনী বিজ্ঞাপন দেখিয়েই যিকোনো সামগ্ৰীৰ…