Browsing Category
ট্ৰেণ্ডিং
সাৱধান বাণী স্বত্তেও বিশ্বত অব্যাহত বন ধ্বংস যজ্ঞ
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে' : বন-বননি ধ্বংসৰ বিৰুদ্ধে বিভিন্ন দেশত আইন-কানুন প্ৰণয়ন আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি পাইছে যদিও বিশ্বত বনাঞ্চল ধ্বংসৰ প্ৰকোপ কমক চাৰি বাঢ়িহে গৈছে। ২ মে'ৰ পৰা ৬ মে' লৈকে দক্ষিণ কোৰিয়াৰ ছিউলত…
মহাকাশত ছমাহ কটাই উভতিছে ৰাজা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : মহাকাশত ছমাহ কটাই অহা শুকুৰবাৰ, ৬ মে'ত পৃথিৱী পাবহি ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী ৰাজা চাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ তৰফৰ পৰা ৪ মে' বুধবাৰে এই কথা জনোৱা হৈছে। ভাৰতীয় বংশোদ্ভৱ আমেৰিকান নাগৰিক ৰাজাৰ…
মেঘালয়ৰ গাৰোপাহাৰলৈ দ্বিতীয়টো ৰেইলপথ
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': মেঘালয়ৰ গাৰো পাহাৰলৈ দ্বিতীয়টো ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱে সাকাৰ ৰূপ লোৱাৰ পথত। অসমৰ দুধনৈৰ পৰা গাৰো পাহাৰৰ মেন্দিপথাৰলৈ ইতিমধ্যে ৰেল যোগাযোগ স্থাপন হৈছে। গাৰো পাহাৰৰ 'জইণ্ট ম'ভমেণ্ট কমিটী ফৰ ক'ৰিডৰ'ৰ…
এভাৰেষ্টৰ চূড়াত চীনৰ বতৰ বিজ্ঞান কেন্দ্র
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : পৃথিৱীৰ সর্বোচ্চ শৃঙ্গ এভাৰেষ্টত বতৰ বিজ্ঞান কেন্দ্র স্থাপন কৰিলে চীনে। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৪ মে' বুধবাৰে দুপৰীয়া ১২. ৪৬ বজাত বৈজ্ঞানিক অভিযাত্রী দলৰ সদস্যসকলে মাউন্ট এভাৰেষ্টত…
ভাৰতত শীঘ্ৰে 5G সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': শীঘ্ৰেই ভাৰতবৰ্ষত আৰম্ভ হ'ব তীব্ৰ গতিৰ 5G ম'বাইল সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে জনোৱা মতে এই বছৰতেই দেশত 5G সেৱা প্ৰৱৰ্তন কৰাৰ যো-জা সম্পূৰ্ণ কৰা হৈছে। প্ৰথম পৰ্যায়ত দেশৰ ১৩ খন মহানগৰ দিল্লী, মুম্বাই,…
জীয়াভৰলীৰ ৫০বছৰীয়া দলং বিধ্বস্তপ্ৰায়
শতাব্দ প্ৰতিনিধি তেজপুৰ,৪মে’: জীয়াভৰলী নৈৰ ওপৰত থকা একমাত্ৰ দলংখনৰ সাম্প্ৰতিক অৱস্থাই বহু লোককে উদ্বিগ্ন কৰিছে । ১৯৬২ ত শোণিতপুৰৰ খনামুখ আৰু টৌভঙাৰ মাজত ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰা জীয়াভৰলীৰ এই দলংখন নিৰ্মাণ কৰা হৈছিল । বৰ্তমান…
শিৱসাগৰত পুনৰ সক্ৰিয় ৰূপত আত্ম প্ৰকাশ কুখ্যাত হাণি ট্ৰেপিং চক্ৰৰ
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে' : শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত ডি এচ পি হেডকোৱাৰ্টাৰ ডেইজী গগৈ আৰু সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে যোৱা নিশা জয়সাগৰৰ সমীপৰ…
মেদ মহামাৰী ! বছৰি মৃত্যু হ’ব ১২ লক্ষ মানুহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ মে' : নতুন মহামাৰী আহিছে। যাৰ নাম মেদ মহামাৰী। ইংৰাজীত কোৱা হয় Obesity Epidemic। এই মহামাৰীত প্রতি বছৰে কেৱল ইউৰোপতেই ১২ লাখৰ ওচৰা-ওচৰি মানুহৰ মৃত্যু হ'ব। ২ লাখৰ বেছি মানুহ এই মহামাৰীৰ কাৰণে আক্রান্ত হ'ব কেন্সাৰত।…
বিশ্বৰ প্রথমখন ভাসমান চহৰ…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ মে' : বিশ্বৰ প্রথমখন ভাসমান চহৰ। অর্থাৎ এই চহৰ ভাঁহি থাকিব পানীৰ ওপৰত ! অবাক লাগিলেও একেবাৰে সত্য। দক্ষিণ কোৰিয়াৰ বুচানত এই চহৰ নির্মাণৰ কাম আৰম্ভ হে হৈছে। কিন্তু কিয় হঠাৎ এনে এখন চহৰৰ পৰিকল্পনা কৰা হ'ল?…
ন্যায় প্ৰদানত জটিল প্ৰত্যাহ্বানৰ সন্মুখীন ন্যায় পালিকা
ৰাণু বৰুৱা
"ন্যায় প্ৰদানত পলম হ'লে সেয়া অন্যায়"(Justice delayed, Justice denied) ই এতিয়া কেৱল এষাৰ আপ্ত বাক্যই হৈ থকা নাই। ই ভাৰতত এতিয়া বাস্তৱত পৰিণত হৈছে। গোচৰৰ ভৰত কোঙা হৈ পৰিছে দেশখনৰ ন্যায় ব্যৱস্থা।
যোৱা শুকুৰবাৰে উচ্চ…
