Browsing Category

ট্ৰেণ্ডিং

গোগামুখত আছুৰ ব’হাগী উৎসৱত সুৰামত্ত যুৱকৰ তাণ্ডৱ

 উদণ্ড-নিচাসক্ত যুৱকে গছকি ভাঙিলে চাৰি শতাধিক আসন শিল্পী ৰোহিত সোণাৰৰ বাহনসহ কুৰিৰো অধিক বাহন ক্ষতিগ্ৰস্ত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ মে ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন চলি থকাৰ সময়তে একাংশ বিহু সন্মিলনস্থলীত…

১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি  আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো…

বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাশতাব্দ ষ্টাফ…

বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে কৰ্ণাটকত ৰায়-ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ , ১৩ মে' : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একনায়কতত্ত্ববাদৰ প্ৰতি কৰ্ণাটকৰ ৰাইজে জনমত দিছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ৷ আজি তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত উপস্থিত হৈ প্ৰদেশ…

কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩মে’ঃ “কৰ্ণাটকত ২০১৪ৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভা নিৰ্বাচনত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা…

তেজপুৰৰ মাৰ্গদৰ্শনকাৰী, বিশিষ্ট সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ মে'ঃ ৰাজ্যখনৰ বিশিষ্ট সংস্কৃত পণ্ডিত, দৰংমহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, মহাবিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি, এক যোগাত্মক চিন্তাধাৰাৰে তেজপুৰৰ বৌদ্ধিক, সামাজিক আৰু…

লখিমপুৰত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয়…

উত্তৰ লখিমপুৰ, ১২ মে:  লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কাৰ্যসূচী ১১১নং লখিমপুৰ বিধানসভা…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত

উত্তৰ লখিমপুৰঃ ১২ মে': লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এক্সটেনচন চাৰ্ভিচেছ এণ্ড আউটৰিচ প্ৰগ্ৰেম চেল আৰু আইকিউএ চেলৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় চিকিৎসা মোবাইল ইউনিট-১০০)ৰ সহযোগত আজি ইয়াৰ পালিত গাঁও বৰবিলত এক পুষ্টি পৰীক্ষা…

লখিমপুৰৰ নাওবৈচা কিশোৰীক ৩ লাখ টকাত অৰুণাচলত বিক্ৰীৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে : লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত গড়ছিগা কঠালগুৰি গাঁৱৰ কেবাজনো দুৰ্বৃত্তই এগৰাকী ১২ বছৰীয়া কিশোৰীক অৰুণাচলত ৩ লাখ টকাত বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। গড়ছিগা কঠালগুৰি গাঁৱৰ হোমৰন পায়েঙ…

তিনিচুকীয়া-দুলীয়াজান ঘাইপথ নিৰ্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ মে’ : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ পৰা দুলীয়াজান অভিমুখী ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অসম চাহ জনগোষ্ঠী…

লখিমপুৰত ডাম্পাৰে মহটিয়ালে দুই বাইক আৰোহীক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত মাত্ৰ দুদিন পূৰ্বে ডাম্পাৰে এজন লোকক খুন্দিয়াই নিহত কৰাৰ পিছত আজি নগৰখনৰ বাইপাছত আনএখন ডাম্পাৰে দুই বাইক আৰোহীক মহটিয়াই নিয়া ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷…