Browsing Category

ট্ৰেণ্ডিং

ঘূনাসুঁতিত দলং নিৰ্মাণত অনিশ্চয়তা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১১ মে’ ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসুঁতিত উপস্থিত হৈ ঘাগৰ-ঘূনাসুঁতি সংযোগী পথৰ সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব লগা পকী দলংখনৰ শিলান্যাস আৰু ভূমি…

তেজপুৰত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অতি কম মূল্যত ভূমি অধিগ্ৰহণঃ ক্ষুব্ধ বহুলোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১মে’ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তেজপুৰ মিছন চাৰিআলিৰ ফ্লাই অভাৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ম্যাদী ভূমিৰ মূল্য যথেষ্ট কম পৰিমানে নিৰ্দ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ সদাব্যস্ত মিছন চাৰিআলিত এখন ফ্লাই অভাৰ…

তিনিচুকীয়াৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি নেতা ডেৰমাহে মুকলি আকাশৰ তলত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ মে’ : তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তৰ কাটানি গাঁৱত যোৱা ২০ মাৰ্চত সংঘটিত নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আজিকোপতি কৰায়ত্ত নকৰাত চিপিআই(এম-এল)ৰ তিনিচুকীয়া জিলা সমিতিয়ে উদ্বেগ…

তেজপুৰৰ সৰবৰহী ভাওনা আৰু সত্ৰীয়া শিল্পী, কোঁচ ৰাজবংশী সন্মিলনীৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১০ মে'ঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, সত্ৰীয়া আৰু ভাওনা শিল্পী তথা কোঁচ ৰাজবংশী সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ আজি বিয়লি প্ৰায় ৩ বজাত আকস্মিক ভাৱে…

তেজপুৰত মৰ্মান্তিক ঘটনাঃ পুত্ৰবিয়োগৰ শোকত প্ৰাণ গ’ল মাতৃৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মে’ঃ তেজপুৰৰ এজন যুৱকৰ চেন্নাইত শোকাৱহ মৃত্যুৱে যুৱকজনৰ পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে পুত্ৰশোকত ভাঙি পৰা মাতৃৰো মৃত্যু ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাই তেজপুৰৰ নিকটৱৰ্তী…

ৰাজ্যত দলিলৰ নাটনিঃ অত্যধিক মূল্যত বিক্ৰী দলিল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ , ৯মে’ঃ সম্প্ৰতি ৰাজ্যত ভূমি পঞ্জীয়ন, বিভিন্ন চুক্তি পত্ৰ সম্পন্ন কৰা আৰু আদালতৰ বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা একোখন দলিল সংগ্ৰহ কৰিবৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে জনসাধাৰণ। এই দলিল ক্ৰয় কৰিবৰ বাবে নিৰ্ধাৰিত…

মাজুলীৰ বিধায়ক গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত শোণিতপুৰৰ খনামুখত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মেঃ আজি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে শোণিতপুৰহৈ আহি থকা অৱস্থাত খনামুখত মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটনাটোত বিধায়ক সহ বাহনখনত থকা বিধায়কজনৰ পত্নী আৰু দেহৰক্ষীসহ…

লখিমপুৰত ডাম্পাৰৰ খুন্দাত এজন নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হয়৷ মৃত লোকজন হৈছে জিলাখনৰ ঘূনাসুঁতি বান্দৰকটা নিবাসী ফটিক নাথ ৷ প্ৰাপ্ত তথ্য অনুসৰি ফটিক নাথে আজি প্ৰায় ১১.৩০ বজাত উত্তৰ…

ভাস্কৰ্য আৰু শিল্পৰ দিন উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ মেঃ আধুনিক লখিমপুৰৰ অন্যতম খনিকৰ, ভাস্কৰ, সাংবাদিক, নাট্য কৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন ৯ মে দিনটো নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে "ভাস্কৰ্য আৰু শিল্প দিন" ৰূপে পূৰ্বে পালন কৰি অহাৰ দৰে আজি ক্লাব ভৱনত এক স্মৃতিচাৰণ…