Browsing Category

ট্ৰেণ্ডিং

“Renowned Women Personalities” শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৮ এপ্ৰিলঃ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সন্ধানী দত্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড°…

তেজপুৰত এন এছ ইউ আইৰ ” সংবিধানৰ চিপাহী” কাৰ্যসূচী মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৮ মে': "সংবিধানৰ চিপাহী" শীৰ্ষক এক কাৰ্যসূচী সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ তেজপুৰৰ পৰা আজি কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই য়ে মুকলি কৰে। এক সংবাদ মেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুষেছ শৰ্মাই এই কাৰ্যসূচী…

তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৮ মে'ঃ তেজপুৰৰ বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে কালি তেজপুৰৰ চিকিৎসা সন্হাৰ কাৰ্যালয়ত "কালচাৰেল এক্সিলেন্স এৱাৰ্ড"…

অসম চৰকাৰৰ ‘মিছন ভূমিপুত্ৰ’ৰ জৰিয়তে লক্ষাধিক ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ গুৰুতৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৮ মেঃ অসম চৰকাৰে 'মিছন ভূমিপুত্ৰ' নামৰ কোটি কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰি অনুসূচীত জাতিৰ লোক সকলৰ বাবে এক অভিশাপ কঢ়িয়াই আনিলে। মিছন ভূমিপুত্ৰই ভুৱা জাতিগত প্ৰমাণ পত্ৰক…

মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাৰ মূল অভিযুক্ত আনন তাঁতীৰ পলাতক পুত্ৰৰ আত্মসমৰ্পণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ লম্পটটোৰ পলাতক বৰপুত্ৰই দেওবাৰে নিশা মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰে৷ যোৱা…

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ মেঃ মফচলত থকা সাংবাদিকসকলে সাংবাদিকতাৰ নীতি নিষ্ঠতা বহু পৰিমাণে ধৰি ৰাখিছে। সামগ্ৰিকভাবে পৃথিৱীৰ সাংবাদিকতালৈ নতুন নতুন কথা আহিছে।পৰিৱৰ্তনো আহিছে, সমস্যাও আহিছে। অসমৰ সাংবাদিকতাও সমস্যা আৰু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি…

মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈছিল আনন তাঁতী ওৰফে স্বপন তাঁতীৰ দ্বাৰাই

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৬ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ নৰপিশাচটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত আবোলতাবোল কথা কৈ সমগ্ৰ তদন্ত…

তেজপুৰত পুখুৰী খান্দোতে ওলাল কাঁহৰ সামগ্ৰী

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৬ মেঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ ডেকা চুবুৰীত আজি এটা পুখুৰী খান্দি থকা অৱস্থাত কিছুসংখ্যক কাঁহৰ সামগ্ৰী উদ্ধাৰহোৱাকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,অঞ্চলটোৰ প্ৰয়াত দিংৰা বাঘোৱাৰৰ পুত্ৰ গণ্ডাল…

দুবছৰে পলাতক বলাৎকাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ মেঃ এগৰাকী যুৱতীক বলাৎকাৰৰ এক অভিযুক্ত বিগত দুবছৰে পলাতক হৈ থকাৰ অন্তত আজি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঢেকিয়াজুলি আৰক্ষীথানা অধীনস্থ  লামা গাঁৱৰ বাসিন্দা…