Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰত কিয় বৃদ্ধি পাইছে পথ দুৰ্ঘটনা
পথ সুৰক্ষাৰ নিয়ম উলংঘা, মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই বৃদ্ধি পাইছে দুৰ্ঘটনা
শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ এপ্ৰিল : সদৌ অসম গাড়ী চালক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে গাড়ী চালক সন্থাই ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ…
লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদন ক্ৰমে অসম ফুটবল সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লখিমপুৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত আৰু শাৰীৰিক শিক্ষা বিভাগ উত্তৰ…
নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম…
নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা…
তেজপুৰত অৰুণোদয়ৰ তালিকাক লৈ ক্ষোভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮এপ্ৰিলঃ তেজপুৰৰ পৰ্বতীয়া গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।দৰিদ্ৰ,যোগ্য লোকক বঞ্চিত কৰি স্বজন তোষনৰে একাংশ বিত্তশালী লোকৰ নাম অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত…
লখিমপুৰত খাদ্য নলী-স্তন-মুখত হোৱা কেঞ্চাৰ ৰোগীয়েই সৰ্বাধিক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ এপ্ৰিলঃ অসমত কৰ্কট ৰোগৰ চিকিৎসা সুলভ কৰাৰ স্বাৰ্থত ২০২২ চনৰ ২৯ এপ্ৰিলত ৰাজ্যত ৭খন কেঞ্চাৰ চেণ্টাৰ স্থাপন কৰা হৈছিল। সেইমৰ্মে আজি স্থাপনৰ এবছৰ হোৱা উপলক্ষে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত বৰ্ষপূৰ্তি পালন কৰা হয়। উল্লেখ্য…
জ্যেষ্ঠ সাংবাদিকত গৌতম শৰ্মালৈ প্ৰণৱ সিংহ স্মাৰক বঁটা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিলঃ অসমৰ সংবাদ আৰু সাংস্কৃতিক জগতৰ পৰিচিত ব্যক্তি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক ২০২৩ বৰ্ষৰ প্ৰণৱ সিংহ স্মাৰক বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ উল্লেখ্য যে, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰতি বছৰে অসমৰ…
জাতিগত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ সাধাৰণ জাতি বিকাশ পৰিষদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ এপ্ৰিলঃ সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে জাতিগত সংৰক্ষণৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আজি দিনৰ ১২ বজাত সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ…
লখিমপুৰ সদৰ থানাৰ কাষতে জুৱাৰ ঘাটি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ এপ্ৰিলঃ লখিমপুৰ নগৰৰ অলিয়ে গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ সময়তে আজি এজন ড্ৰাগছ পেডেলাৰ লখিমপুৰ আৰক্ষীৰ জালত পৰে৷ ধৃত ড্ৰাগছ পেডেলাৰজন হৈছে পানীগাঁৱৰ বাবাই পেগু (৩৬)৷ আজি পুৱা ১০ মান বজাত বাবাই পেগুৱে…
