Browsing Category
ট্ৰেণ্ডিং
তিনিচুকীয়া জিলাৰ অগ্ৰগতিৰ বুজ লবলৈ ৰাজ্যপালৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মে’ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কামকাজৰ পৰ্য্যালোচনা কৰিবৰ বাবে এখন গুৰুত্বপূৰ্ণ সভাত…
লখিমপুৰত অৰুণোদয় আঁচনিত দুৰ্নীতিঃ মহিলাৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তথা…
আৰক্ষীৰ অভিযানত দুধৰ্ষ এটিএম লুটকাৰী গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২মেঃ তেজপুৰৰ ডেকাৰগাঁৱত যোৱা জানুৱাৰী মাহত এটা এটিএম লুটৰ ঘটনাৰে জড়িত মূল খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি তেজপুৰত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি,চিৰাং জিলাৰ টেকাই মাৰী…
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ মেঃ ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতি দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা সাহিত্য সভাই দৰ্পতীয়া শাখা সাহিত্য সভাৰ সহযোগত দ-পৰ্বতীযা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷…
তেজপুৰত প্ৰয়াত সাংবাদিক,সম্পাদক প্ৰণৱ সিংহৰ স্মৃতি দিৱস
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মে': “ৰাজ্যত বৰ্তমান চাৰিটা শ্ৰেণীৰ সাংবাদিক আছে৷ইয়াৰ ভিতৰত ৫০জনমান আছে,যিয়ে লাভ কৰা দৰমহাৰে ভালদৰে চলিব পাৰে৷আন ৫০জনমান আছে তেওঁলোকে লাভ কৰা দৰমহাৰে যেনেতেনে চলিব পাৰে৷আন একাংশই যথেষ্ট কষ্টৰে আৰু চতুৰ্থ সকলে …
বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল তেজপুৰৰ মাহাত্ম্যৰে পূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মেঃ তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভক্তিভৰা অন্তৰেৰে গভীৰ প্ৰত্যয়েৰে অপেক্ষা কৰি থকা তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাৱঁৰ অতি মাহাত্ম্যৰে পূৰ্ণ "চামগুৰি শ্ৰী শ্ৰী…
বনকোঁৱৰ আনন্দিৰাম দাস আৰু বনগীতক নিভাঁজ ৰূপত আন্তৰাষ্ট্ৰীয় সংগীত ক্ষেত্ৰত পৰিচয় কৰাই দিয়াৰ নৱতম…
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১ মেঃ অসমীয়া গীতৰ অনবৈদ্য সম্ভাৰ তথা বনকোঁৱৰ আনন্দিৰাম দাসৰ সেই চিৰসেউজ সৃষ্টিক সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰৰ এক প্ৰয়াস চলিছে৷ ৰাজ্য,দেশ আৰু বিদেশত বাস কৰি নিজস্ব ভাবে অসমীয়া চিৰস্মৰণীয় গীতৰ সংৰক্ষণ আৰু ইয়াৰ আত্মাক…
লখিমপুৰত শ্ৰমিক দিবসত হাজাৰ হাজাৰ শ্ৰমিকৰ অংশগ্ৰহণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ মেঃ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ শাখা আৰু জিলাখনৰ সমূহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে চাহ মজদুৰ সংঘই উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আন্তঃজাতিক শ্ৰমিক দিৱস উদযাপন কৰে৷ পুৱা…
চেউৰী জন্ম দিয়াৰ নতুন আঁচনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী…
তেজপুৰৰ নৈসৰ্গিক শোভাৰ মাজত “দ্য আলোৱাহ” শীৰ্ষক ৰিজ’ৰ্ট
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ এপ্ৰিল : বৰলুইতৰ পাৰৰ বিশুদ্ধ বতাহৰ বিশুদ্ধ উশাহ লৈ সুন্দৰ নৈসৰ্গিক শোভা উপভোগ কৰি এতিয়াৰ পৰা দেশী - বিদেশী পৰ্যটকে এসাজ তৃপ্তিৰে খাই নৈশ যাপন কৰিব পাৰিব তেজপুৰৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিগণিত দ -…
