Browsing Category
ট্ৰেণ্ডিং
১ মে’ত গোগামুখত সন্মিলিত গণশক্তিৰ শ্ৰমিক অভিবৰ্তন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ এপ্ৰিলঃ সন্মিলিত গণ শক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ৰ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি এইবাৰ গোগামুখৰ আৱতানি লত্তাত এখন বিশাল শ্ৰমিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে৷ শ্ৰমিকসকলৰ অধিকাৰ…
বঙালমৰাত নকল সোণ-জাল নোটৰ অসাধু চক্ৰক আৰক্ষীৰ ৰক্ষণাবেক্ষণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৬ এপ্ৰিলঃ নকল সোণ আৰু জাল নোটৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হৈ থকা বহু বিস্ফোৰক কাণ্ডৰ তথ্য আজি এগৰাকী মহিলাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলত দাঙি ধৰা কাৰ্যই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত তীব্ৰ…
লখিমপুৰত আৰক্ষীৰ চকুত ধূলি দি চোৰৰ টিঘিল ঘিলনি
শতাব্দ প্ৰতনিধি, লখিমপুৰ, ২৬ এপ্ৰিলঃ বিগত কিছুদিন ধৰি লখিমপুৰ নগৰত চোৰৰ সঘন উপদ্ৰৱে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰিছে যদিও আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ…
গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৪ এপ্ৰিল : জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে ৰূপায়ণ কৰিবলৈ লোৱা 'অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্প' (এএইচআইডিপি) সন্দৰ্ভত টকিঅ'ৰ পৰা অসমলৈ অহা জাইকাৰ উচ্চস্তৰীয়…
লখিমপুৰত ধুমুহাত তচনচ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ এপ্ৰিলঃ ৰবিবাৰে লখিমপুৰত অহা এজাক প্ৰচণ্ড ধুমুহা বতাহে বহু গৃহ তচনচ কৰি পেলোৱাৰ লগতে বিদ্যুৎ সংযোগো বিছিন্ন কৰে৷ বিধবংসী ধুমুহা বতাহৰ ফলত বহু গছ-গছনি উভালি পৰি বিস্তৰ ক্ষতি সাধন কৰে৷ পৰিতাপৰ কথা যে এনে…
ধুমুহাত বিধ্বস্ত তিনিচুকীয়ালৈ ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ এপ্ৰিল : শনিবাৰে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিৰ পাছত দেওবাৰে সন্ধিয়া পুনৰ এজাক প্ৰচণ্ড ধুমুহাই কোবাই যোৱা তিনিচুকীয়া জিলালৈ এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই ৷ উল্লেখ্য যে শনি আৰু…
ঢেকিয়াজুলিত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪ এপ্ৰিলঃ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ঢেকিয়াজুলি প্ৰকল্পৰ উদ্যোগত আজি এই…
অসম অৰুণাচল সীমান্তত যুদ্ধংদেহী মনোভাৱেৰে সাজু অৰুণাচলী-প্ৰশাসনঃ পুনৰ উত্তেজনা
কাকৈ সংৰক্ষিত বনাঞ্চলৰ ৫০ বিঘাৰো অধিক গছ-গছনি কাটি তহিলং অৰুণাচলী দুবৃৰ্ত্তৰ
সীমান্তত অসমৰ ভূমিত স্থাপন কৰা বন শিবিৰ উঠাই নিয়াৰ হুংকাৰ অৰুণাচলীৰ
ঘনে ঘনে সীমান্তত লখিমপুৰৰ উপায়ুক্ত-দণ্ডাধীশ
অসমৰ ভূমিত থকা গছৰ শুকান ডাল এটা…
নাবালক প্ৰেমিকৰ স’তে গুচি অহা যুৱতীৰ এনজিঅ’ৰ তত্বাবধানত থকাৰ সময়তে আত্মহত্যা তেজপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩এপ্ৰিলঃ এগৰাকী নাবালকৰ স’তে থকা প্ৰেমৰ সম্পৰ্ক আৰু ইয়াৰ পৰিণতিত এগৰাকী যুৱতী কালি ঘৰৰ পৰা নাবালকজনৰ স’তে পলাই অহাৰ পাছত নাবালকৰ পৰিয়ালে দুয়োকে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত গতাই দিয়া আৰু আৰক্ষীয়ে নিশাটো যুৱতীক…
চিত্ৰলেখাৰ নগৰী তেজপুৰত এদল সম্ভৱনাপূৰ্ণ চিত্ৰশিল্পীৰ আত্মপ্ৰকাশ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ এপ্ৰিল : চিত্ৰলেখাৰ নগৰী তেজপুৰত চিত্ৰকলাৰ এক বিপুল সম্ভাৱনা প্ৰকট কৰি ৪২ গৰাকীকৈ শিশু আৰু চেমনীয়াৰ তিনিদিনীয়া আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী এখন আজি শুভাৰম্ভ হয় তেজপুৰৰ অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত। উল্লেখ্য…
