Browsing Category

ট্ৰেণ্ডিং

৯৩ বৰ্ষত ভৰি দিলে তেজপুৰৰ দুৰন্ত তৰুণ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল :তেজপুৰৰ দুৰন্ত তৰুণ গৰাকীয়ে আজি ৯৩ বৰ্ষত ভৰি দিলে। তেজপুৰৰ লগতে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়, তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী…

স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা প্ৰদান

ঐতিহাসিক ৰংঘৰৰ বাকৰিত আয়োজিত সাত বিহুৰ সামৰণি অনুষ্ঠানত বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়ালৈ ২০২৩ বৰ্ষৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা দিয়াৰ দৃশ্য।

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ব্যাপক…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ এপ্ৰিল: ভাৰতত সংস্কৃত ভাষাৰ ব্যাপক প্ৰচলন আৰু সংস্কৃত ভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই মহৎ…

ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত “এবেলা ব’হাগ” স্মৰণীয় অনুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত কালি আনন্দ - উল্লাসৰ মাজেৰে অনুষ্ঠিত হয় 'ব'হাগৰ এবেলা' শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান। উল্লেখ্য যে, ব'হাগৰ এবেলা শীৰ্ষক কাৰ্যসূচীৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক…

বিপুল চেতিয়া ফুকনলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা”

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : লোক সংস্কৃতিৰ সেৱক বুলিলে আমি তৰুণ ওজাৰ দৰে অতি সৰল সহজ শিল্পীৰ কথাই কব লাগিব। প্ৰবল জাতীয়তবাদী এই গৰাকী লোক কৃষ্টিৰ সাধক অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সৈতে নিজৰ ঢোলটো লৈয়েই অতি ঘনিষ্ঠ ভাবে জৰিত হৈ…

আদালতলৈ অনাৰ পথত তেজপুৰৰ পৰা পলায়ন কৰা দুধৰ্ষ কয়দীক সাত মাহৰ পাছত গ্ৰেপ্তাৰ চণ্ডীগড়ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২এপ্ৰিলঃ এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰাৰ লগতে ধৰ্ষণ,লুণ্ঠনৰ দৰে বিভিন্ন অপৰাধৰে জড়িত বুলি অভিযুক্ত ভাস্কৰ নাথ নামৰ এক পলাতক কয়দী তথা অপৰাধীক চণ্ডিগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ…

নতুন দিল্লীত সীমা সমস্যা সমাধানৰ বুজা-বুজি চুক্তিৰ এদিন পিছতে লখিমপুৰত বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২২ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত…

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’লৈ সন্মান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০এপ্ৰিলঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ তিনিচুকীয়া শাখাক জিলা আইন সেৱা প্ৰাধিকৰণ তিনিচুকীয়াই সংস্থাৰ সামাজিক দায়বদ্ধতাৰ লগতে মানৱ অধিকাৰৰ সুৰক্ষা আৰু ন্যায্যতা প্ৰাপ্তিৰ ক্ষেত্ৰত…

তেজপুৰৰ গটঙাৰ এটা বিধ্বস্ত পথ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ এপ্ৰিলঃ ৰাজ্যৰ সকলোক্ষেত্ৰতেই উন্নয়ন হোৱাৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত এনে বহু অঞ্চল আছে য’ত বহুল প্ৰচাৰিত উন্নয়নৰ সামান্যতম প্ৰভাৱো পৰা নাই৷তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত তথা চহৰৰ কাষৰে গটঙা অঞ্চলৰ এটা পথৰ…

তেজপুৰত দুই কিশোৰীৰ সলিল সমাধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ এপ্ৰিল : তেজপুৰত আজি সংঘটিত এক শোকাৱহ ঘটনাত দুই কিশোৰী নিহত হৈছে৷তেজপুৰৰ শ’লমৰাৰ আঁহতগুৰি বালিটিকাত নিজ ঘৰৰ পুখুৰীত গা ধোৱা অৱস্হাত পুখুৰীটোত ডুব যায় ১৬ বছৰীয়া মৰ্জিনা বেগম আৰু ১১ বছৰীয়া মঞ্জিলা বেগম৷এই…