Browsing Category

ট্ৰেণ্ডিং

বিহুৰ বতৰত অহা বৰদৈচিলাই অসমীয়া জাতিক দি থৈ যায় সাহস – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২০ এপ্ৰিল:বিহুৰ পাঁচটা ৰূপ আছে। এই পাঁচটা ৰূপেই "ব" আখৰৰ। বিহু বিনন্দীয়া। বিনন্দীয়া মানে ৰং ৰহইচ। মেঘৰ গিৰ্জনিৰ পৰা ঢোলৰ চেও, চৰাই - চিৰিকতিৰ বিভিন্ন মাতৰ পৰা পেঁপাৰ মাত। সেইদৰে আন এটা বিহুৰ ৰূপ বৰষুণ। বৰষুণে…

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত আছা, আওপাৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ এপ্ৰিল : তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন পঞ্চাছউৰ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি…

মনিষা বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইন ১৯৮৯ৰ ধাৰা তেজপুৰত জঘন্য হত্যাকাণ্ডৰ বলিহোৱা মনিষা বড়োৰ হত্যাৰ গোচৰত সংযোগ কৰাৰ লগতে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনোৱা হৈছে৷ আজি এই…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ১৮ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কন্যা ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ দক্ষতাৰ এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ উদ্যোগত আৰু উত্তৰ-পূৱ যোগাসন প্ৰশিক্ষণ আৰু শাৰীৰিক স্বাস্থ্য…

মনিষা হত্যাৰ মূল অভিযুক্ত দেৱাশীষকক পাঁচদিনলৈ তেজপুৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰৰ এটা ভাড়াঘৰত পঞ্জাৱ নেছনেল বেংকৰ তেজপুৰ শাখাৰ কৰ্মচাৰী মনিষা বড়োৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঠেলামৰাৰ দেৱাশীষ কৰে আৰক্ষীৰ তদন্তত এইপৰ্যন্ত মুখ খোলা নাই৷ উল্লেখযোগ্য যে,১৩…

কলকাতাত “অসম ছছিঅ’ লিটাৰেৰী ক্লাব”ৰ উদ্যোগত ৰঙালী বিহু সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ এপ্ৰিল: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে একাংশ কৃতবিদ্য অসমীয়াৰ প্ৰযত্নত ১৮৭২ চনতে কলিকতাত গঢ়ি উঠা "অসম ছছিঅ' লিটাৰেৰী ক্লাব"এ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পালন কৰি অহা ৰঙালী বিহুৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ…

তেজপুৰত ৰঙালী বিহুৰ পাৰভঙা উছাহ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ১৮ এপ্ৰিল : তেজপুৰৰ চৌদিশে ৰঙালী বিহুৰ পাৰভঙা উছাহ। প্ৰত্যেকখন বিহু তলীতে গৰু বিহুৰ দিনটোৰ পৰা ৰঙালী বিহুৰ পৰম্পৰাগত কাৰ্যসূচীৰ সমান্তৰাল ভাৱে নিশাৰ সাংস্কৃতিক অনুষ্ঠান, মুকলি বিহু প্ৰতিযোগিতা, অন্যান্য…

শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠান 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ পহিলা ব’হাগৰ দিনটোত শোণিতপুৰ জিলা কবি সন্মিলনৰ সৌজন্যত তেজপুৰৰ সাহিত্য সভা ভৱনত "বহাগী বৰণ" শীৰ্ষক অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা কবি সন্মিলনৰ  সভাপতি স্বপন মৈত্ৰৰ…

অসম সাহিত্য সভাৰ “নিজৰ দিন” পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: কালি পহিলা ব'হাগ অৰ্থাৎ অসম সাহিত্য সভাৰ "নিজৰ দিন" উপলক্ষে তেজপুৰ সাহিত্য সভাই পুৱাৰ পৰা ঘৰে ঘৰে গৈ তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকীকৈ সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিক "নিজৰ দিন" ৰ…

তেজপুৰত পঞ্জাৱ নেছনেল বেংকৰ যুৱতী কৰ্মচাৰীক হত্যা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰ অঞ্চলৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেছনেল বেংকৰ এগৰাকী যুৱতী কৰ্মচাৰী মনিষা বড়োৰ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,১৪এপ্ৰিলৰ…