Browsing Category
ট্ৰেণ্ডিং
অস্বাভাৱিক ভাৱে দিখৌ নদীত ওপঙি উঠিছে হাজাৰ হাজাৰ থলুৱা মাছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৫ এপ্ৰিলঃ বিগত এটা পষেকধৰি অব্যাহত থকা মূষলধাৰ বৰষুণ আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ মাজতেই শিৱসাগৰৰ মাজেদি পাৰ হৈ যোৱা দিখৌ নদীত পৰিলক্ষিত হৈছে এক আচৰিত ধৰণৰ পৰিৱৰ্তন৷ স্বাভাৱিকতেই নৈপৰীয়া জনজীৱনত অভ্যস্ত হৈ…
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মধ্য যুগৰ লোণ সন্দৰ্ভত বক্তৃতানুষ্ঠান-প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ এপ্ৰিলঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত ৪ এপ্ৰিলত “History of Saltঃ Precious Commodity of Medieval Assam“ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ উক্ত অনুষ্ঠানত যোৰহাটৰ জগন্নাথ বৰুৱা…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ই-আৱৰ্জনা ব্যৱস্থাপনাৰ কৰ্মশালাৰ সামৰণি
উত্তৰ লখিমপুৰঃ ৪ এপ্ৰিলঃ ইলেক্ট্ৰনিক আৱৰ্জনাসমূহৰ ক্ষতিকাৰকতা আৰু সেই আৱৰ্জনাসমূহ ঘৰতে পুনঃব্যৱহাৰ কৰি কৰ্মসংস্থাপন লাভৰ সম্ভাৱনাৰ ওপৰত অধিক সজাগতা সৃষ্টিৰ আহ্বানৰে আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই-আৱৰ্জনা…
সেনাৰ নামলৈ গাঞ্জা সৰবৰাহৰ কৌশল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ তেজপুৰৰ পৰা এটা ব্যক্তিগত পৰিৱহণ প্ৰতিষ্ঠানৰ জড়িয়তে অজ্ঞাত লোকে মুঠ ৪০৬.২২কিলোগ্ৰাম সৰবৰাহ কৰিবলৈ গ্ৰহণ কৰা কৌশল পোহৰলৈ অহাত তেজপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত এছ ইউ চি আইৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পৌৰ কৰ বৃদ্ধি, টোলকৰ আৰু বিদ্যুতৰ নিৰ্দ্ধাৰিত মাছুল বৃদ্ধিৰ বিৰুদ্ধে এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত আৰু দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত…
ধেমাজিৰ বৰদলনিত দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ ‘দেউৰী কৃষ্টি আৰু চমু ইতিহাস’ ৰ বিশেষ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪এপ্ৰিল: দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ 'দেউৰী কৃষ্টি আৰু চমু ইতিহাস' ৰ বিশেষ সংশোধনী সংস্কৰণটি দেওবাৰে ধেমাজি জিলাৰ বৰদলনি বাম চেনিয়া দেউৰী গাঁৱৰ ৰঙ্গমঞ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উন্মোচন কৰা হয়।…
ছিণ্ডিকেট চক্ৰক ৫৫ হাজাৰ আদায় দি তিনিচুকীয়াৰ পৰা বাগৰিলৈকে চোৰাং কাঠ নিৰ্বিঘ্নে সৰবৰাহ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : উজনি অসমত বৃদ্ধি পাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ এই গুৰুতৰ অভিযোগ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ ৷ আজি এক বিবৃতিত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক…
চাৰিখন শিশু নাটকৰ সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ আংগিকৰ “শৈশৱতে ধেমালিতে” শীৰ্ষক শিশু…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ এগৰাকী দক্ষ তথা ৰুচিশীল নাট্যকৰ্মী তথা এন এছ ডিৰ ডিপ্লমা প্ৰাপক শোণিতজ্যোতি শইকীয়াৰ বিশেষ তৎপৰতাত গঢ়ি উঠা নাট্যানুষ্ঠান "আংগিক" ৰ উদ্যোগত দুদিনীয়াকৈ ঐতিহ্য মণ্ডিত ডিপোটা…
মাষ্টাৰ চেফ ইণ্ডিয়াৰ বিজয়ী নয়নজ্যোতিক সম্বৰ্ধনা তিনিচুকীয়া জিলা প্ৰশাসনৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ নিবাসী নয়নজ্যোতি…
বিন্দুকুৰীত মজিয়া এফ পি চিৰ পথাৰ পৰিদৰ্শন অতিৰিক্ত মুখ্য সচিব ড০ আশিস কুমাৰ ভূটানীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ এপ্রিলঃ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা, শোণিতপুৰ জিলাৰ বিন্দুকুৰী কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱৰ মজিয়া কৃষক উৎপাদক কোম্পানীৰ ( FPC ) পথাৰ…
