Browsing Category
ট্ৰেণ্ডিং
গোগামুখত গড়ৰ খৰ্গসহ তিনি চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছুদিন পূৰ্বে চোৰাং চিকাৰীয়ে এটা গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি ধেমাজি জিলাৰ গোগামুখত আৰক্ষীয়ে গড়ৰ খৰ্গ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই…
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন
শতাব্দ প্ৰতনিধি লখিমপুৰ, ৩ এপ্ৰিলঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰকল্পটোৱে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা সময়তে পুনৰ প্ৰকল্প স্থলীৰ সমীপত ভয়ংকৰ ভূমি…লনৰ…
লখিমপুৰত গৰুৰ চোৰাং বেহা অব্যাহত
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত গো সুৰক্ষা আইন বলৱৎ কৰি গৰুৰ চোৰাং বেহা তথা সৰবৰাহ ৰোধত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে গো সুৰক্ষা আইনখনক পদদলিত কৰি লখিমপুৰ জিলাত গৰুৰ অবৈধ…
ঘৰৰ অভিভাৱকজন শিক্ষিত হ’ব লাগে-কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২এপ্ৰিলঃ “ঘৰ এখনৰ অভিভাৱকজন শিক্ষিত হ’লেহে ঘৰখন ভালদৰে পৰিচালনা হয়৷ এজন চাহবেচা লোক দেশৰ অভিভাৱক হ’লে কি হ’ব ভাৱক৷” তেজপুৰত আজি এই মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিতা মমিনে৷ আজি দিনৰ ১১বজাত…
দুই শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ তদন্তৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ কালি দিনৰ প্ৰায় আঢ়ৈ বজাত তেজপুৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিন মেৰামতি কৰিবলৈ গৈ প্ৰায় ৪২ফুট উচ্চতাৰ পৰা তলত পৰি নিহত হোৱা ঘটনাৰ…
তেজপুৰৰ ডায়মেনশ্যন একাডেমীলৈ চি এম এছিয়াৰ “নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড ২০২৩”
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : বিদ্যায়তনিক আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই ২০১৪ চনত তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত, উদ্যমী যুৱক পংকজ দাসৰ তৎপৰতাত গঢ় লৈ উঠা "ডায়মেনশ্যন একাডেমী" নামৰ শিক্ষানুষ্ঠানখনে…
তেজপুৰৰ “সপ্তাশ্ব” দশম “নৃত্যকল্প” অনুষ্ঠান
ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক ডা০ জাহানাৰা বেগম, জিতুমণি কলিতা আৰু "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" ৰ স্ৰষ্টা - পৰিচালক পুলক কুমাৰ ডেকাক সম্বৰ্ধনা
দেশৰ ৰোজগাৰ মেলা – খণ্ড ৪ ৰ উত্তৰ পূৰ্বাঞ্চলৰ নডেল কাৰ্যালয় হিচাপে নিৰ্বাচিত তেজপুৰৰ লোকপ্ৰিয়…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৭৫০০০ লোকক ভিডিও কনফাৰেন্স যোগে নিযুক্তি পত্ৰ প্ৰদান কৰে ।" মিছন " হিচাবত সম্পন্ন কৰিবলৈ স্থিৰ কৰা এই…
কেনেকৈ মাষ্টাৰচেফ ইণ্ডিয়া হ’ল তিনিচুকীয়াৰ নয়নজ্যোতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ এপ্ৰিল : ৰাষ্ট্ৰীয় টেলিভিচন চেনেল ছ’নি টিভিৰ দ্বাৰা আয়োজিত জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ ৩১ মাৰ্চত সম্প্ৰচাৰিত ফাইনেলত বিজয়ীৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা তিনিচুকীয়া…
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১মাৰ্চঃ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল নিৰ্ধাৰণ সম্পৰ্কে বিদ্যুৎ নিয়ামক আয়োগৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনৰ উপদেষ্টা বিমল দাস আৰু আহ্বায়ক…
