Browsing Category

ট্ৰেণ্ডিং

শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ নিদেৰ্শত জুৰুলা শোণিতপুৰৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চঃ শিক্ষা বিভাগৰ উৰ্ধতন কতৃৰ্পক্ষৰ নিদেৰ্শত জীয়াতু ভুগিছে শোণিতপুৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে৷ কাৰণ, শিক্ষা বিভাগৰ উৰ্ধতন বিষয়া তথা বিভাগীয় মুৰব্বীৰ অদূৰদৰ্শিতাৰ বলি যাতে ছাত্ৰ-ছাত্ৰীসকল…

ৰাষ্ট্ৰীয় পাৰদৰ্শিতা জৰীপ ‘২০২১ৰ আধাৰত অনুষ্ঠিত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত লখিমপুৰ জিলাৰ তিনিখনকৈ শিক্ষাখণ্ড ক্ৰমে নাওবৈচা, বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ মুঠ ৬০ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীকলৈ ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন এ…

তিনিচুকীয়াৰ অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মাৰ্চ : তিনিচুকীয়া চহৰৰ এক অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কণমানি ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰাৰ অভিযোগৰ ভিত্তিত সদৰ থানাত গোচৰ ৰুজু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ…

তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ বৃটিছেও এতিয়াৰ দৰে কৰ জপা নাছিল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চ : ব্ৰিটিছেও সৰ্বসাধাৰণৰ ওপৰত ইমান কৰ লগোৱা নাছিল যিমান কৰ এতিয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশ তথা ৰাজ্যৰ ৰাইজৰ ওপৰত জাপি দিছে।এই কৰৰ বোজা নতুনকৈ…

তেজপুৰৰ ৰূপাজুলি চাহবাগিচাত দুই শ্ৰমিক নিহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১মাৰ্চঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত আজি  দুজন শ্ৰমিক শোকাবহ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আজি দিনৰ প্ৰায় আঢ়ৈ বজাত…

আদানিৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকা কাৰ – কংগ্ৰেছৰ প্ৰশ্ন

জেলৰ ভয়, সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰে ৰাহুল গান্ধীৰ  কণ্ঠ #  ভূপেন বৰাৰ নেতৃত্বত অসমত হব কংগ্ৰেছৰ চৰকাৰ 

ছাত্ৰীক অসৎ ব্যৱহাৰ : তিনিচুকীয়াত শিক্ষক নিলম্বিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ মাৰ্চ : ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত তিনিচুকীয়া জিলা শিক্ষা বিভাগে এগৰাকী শিক্ষকক নিলম্বিত কৰিছে ৷ জানিব পৰা মতে জিলাখনৰ মাকুমৰ এগৰাকী ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল…

শোণিতপুৰৰ ১২ স্হানত ১৩ শ বিহুৱা – বিহুৱতীৰ চূড়ান্ত আখৰা

শতাব্দ ষ্টাফ ৰিপ টাৰ,তেজপুৰ ২৯ মাৰ্চ : বিহুৰ বিশ্বমুখী যাত্ৰা।লক্ষ্য ১৪ এপ্ৰিলৰ মহা আয়োজন। একেলগে ১১ হাজাৰ বিহুৱা - বিহুৱতীৰ বিহু প্ৰদৰ্শন। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰৰ লগতে একাংশ বিশিষ্ট বিহুৱা, বিশিষ্ট…

সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ মাৰ্চ : সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিখন 'সদৌ তিনিচুকীয়া জিলা সত্ৰ মহাসভা' নামেৰে আজি গঠন কৰা হয় । এই উপলক্ষে তিনিচুকীয়াৰ আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন গোস্বামীৰ সভাপতিত্বত তিনিচুকীয়াৰ…