Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানীক গুৱাহাটীত ‘জনসেৱা’ বঁটা প্ৰদান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী ৰাজেশ মালপানীক ২৫ মাৰ্চত জনসেৱা বঁটা প্ৰদান কৰা হয়৷ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তেওঁ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ পৰা এই বঁটা লাভ কৰে৷ উল্লেখ্য যে সমাজৰ…
নাৰায়ণপুৰত বুটমাহে প্ৰাণ ললে শিশুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বুট মাহে এটি শিশুৰ প্ৰাণ লোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ নগৰৰ সমীপৱৰ্তী বেলগুৰি নিবাসী হেম বিকাশ বৰুৱাৰ দুবছৰীয়া পুত্ৰই যোৱা ২৪ মাৰ্চত ঘৰত চোতালত…
৭১ৰ পিছৰ বিদেশীৰ স্থান নাই অসমত : খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত নহ’লে অসম ৰসাতলে…
নাৰায়ণপুৰ, ২৬ মাৰ্চঃ জননী জন্মভূমি স্বৰ্গীদপী গৰিয়সী।অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংবিধানৰ ৬ নং দফাৰ সফল ৰূপায়ণ হ'ব লাগিব।১৯৭১চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰে অসমত থকাৰ অধিকাৰ নাই। এই বক্তব্য সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল…
তেজপুৰত অগপৰ বিশেষ কৰ্মী সন্মিলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬মাৰ্চঃ আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যৰ সহযোগী শাসকীয় অগপৰ গণ ভিত্তি বৃদ্ধিৰ লগতে দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলি সৰ্বস্তৰৰ নেতা-কৰ্মীক অধিক সজাগ আৰু সক্ৰিয় কৰি তুলিবলৈ…
শোণিতপুৰ জিলা সাহিত্য সভাই পালন কৰিলে সাহিত্য দিৱস
অসমীয়া সাহিত্যৰ লেখক সাহিত্যিক হ’বলৈ হ’লে বেজবৰুৱাৰ সাহিত্যৰাজি পঢ়িবই লাগিব - অধ্যাপক ড°হৰি প্ৰসাদ বৰুৱা
সোৱণশিৰিৰ বুকুত চেনেল কাটিং সহ ১৫ কোটি টকীয়া আঁচনি ৰূপায়ণত বাধা
ন-আলি তেলিয়া পথাৰত ১০ কোটি টকীয়া বান্ধৰ কাষত ভয়ংকৰ খহনীয়া
নিৰ্মীয়মান কালভাৰ্ট ভাঙি পৰিল শ্ৰমিকৰ ওপৰতে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মাৰ্চঃ ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগে পথ নিৰ্মানৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷উল্লেখযোগ্য যে,অতি নিম্ন মানদণ্ডৰ কামৰে চৰকাৰী ধনৰ অপচয়…
অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ বিয়োগত শোক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ শ’লাল গাঁও নিবাসী তথা অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ যোৱা বৃহস্পতিবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য…
বধাকৰাত খহনীয়া প্ৰতিৰোধ আচনিৰ নামত ১০ কোটি টকা লুণ্ঠনৰ কৌশল ঠিকাদাৰৰ
জলসম্পদ বিভাগৰ ভূমিকাত ক্ষুব্ধ স্থানীয়লোক
