Browsing Category

ট্ৰেণ্ডিং

দৰিদ্ৰৰ বাবে আবন্টিত চৰকাৰী বগা চাউলৰ ক’লা বেপাৰ: ছীল কৰিলে সমবায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩মাৰ্চঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত দৰিদ্ৰৰ বাবে আৱন্টন দিয়া চাউল ক’লা বজাৰত বিক্ৰী কৰিলে চাউল সৰবৰাহ কৰা ঠিকাদাৰে৷ এক দুই কিলোগ্ৰাম নহয় এখন সমবায়তে ৮০০ কুইন্টল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে৷ পৰিণতিত…

ঠেলামৰাত উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা মণ্ডলৰ তেজপুৰস্হিত বাসগৃহত তালাচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ শোণিতপুৰৰ ঠেলামৰাত উৎকোচ লোৱা অৱস্থাত আজি হাতেলোটে কৰায়ত্ত হ’ল এজন মণ্ডল৷ উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শোণিতপুৰৰ…

আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত আয়োজিত নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব জল দিৱস পালন

উত্তৰ লখিমপুৰঃ ২২ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি শেষ টোপাললৈকে পানী ৰাহি কৰাৰ আহ্বানৰে বিশ্ব জল দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ইকো ক্লাবৰ উদ্যোগত অনুষ্ঠিত এখন সভা উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী…

কটন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ফাইনেলত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত চলি থকা নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি ২০ ক্ৰিকেট টুৰ্ণামেন্টৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমি…

তেজপুৰৰ তিনি মৌজাৰ কৃষকৰ ম্যাদীভূমিকলৈ দুই কোম্পানীৰ কাৰছাজি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ কৃষকৰ ভূমি বিনামূল্যে আৰু বলপূৰ্বক দখল কৰিবলৈ লোৱাৰ অভিযোগত আজি তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিহুগুৰি ময়লা গাঁৱত এন আৰ এল আৰু ইন্দ্ৰধনুছ গেছ গ্ৰিডৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে, এন…

ইলোৰা বিজ্ঞান মঞ্চৰ স্মৃতি দিৱসত ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ গঠনৰ ঘোষণা

প্ৰতি বছৰেই স্মৃতি দিৱসত আৰ্থিকভাৱে পিছপৰা মেধাবী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ন্যাসৰ বঁটা

লখিমপুৰৰ মহাইজানত আই জি এচ এচ এচৰ সামগ্ৰী বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২২ মাৰ্চঃ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মহাইজান পতিয়া গাঁৱৰ ৰাজহুৱা মঞ্চত ইন্দু গ্ল'বেল ছচিয়েল চাৰ্ভিছ চচাইটিৰ উদ্যোগত আৰু এইচ ডি এফ চি বেংকৰ অৰ্থ সাহাৰ্যত মংগল বাৰে "এখন সমল হস্তান্তৰ আৰু বিতৰণ সভা অনুষ্ঠিত…

তেজপুৰৰ বিভিন্ন স্থানত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ তেজপুৰৰ বিভিন্ন স্হানত সম্প্ৰতি আৰম্ভ হৈছে বিহু নাছ আৰু ঢোল বাদনৰ কৰ্মশালা। তিনিআলি মহিলা সকলৰ উদ্যোগত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত বিহু নাচ আৰু ঢোলৰ কৰ্মশালা কালি এগছি বন্তি আৰু ধুপ জ্বলাই…

তেজপুৰত এছ এছ বিৰ দীক্ষান্ত সমাৰোহ সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ আজি প্ৰশিক্ষণ সমাপ্ত কৰি দেশৰ সেৱাত প্ৰথম খোজ আগবঢ়ালে এছ এছ বিৰ ১৮৮ গৰাকী জোৱানে। আজি এছ এছ বিৰ শোণিতপুৰ জিলাৰ তেজপুৰ শালনীবাৰীস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত ২৫৯ নম্বৰ গোটৰ…