Browsing Category
ট্ৰেণ্ডিং
ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ২৩ বছৰে নাট ৰচনা, পৰিচালনা আৰু অভিনয়ৰে দৃষ্টান্ত তেজপুৰৰ কৰুণা…
"নাট্যশ্ৰী" ৰ ২৩ সংখ্যক সোঁৱৰণী নাট "ইতিহাস হ'বলৈ নিদিওঁ" ৰ সফল মঞ্চায়ন
লখিমপুৰত সদৌ চুতীয়া জাতি সন্মিলনৰ দুদিনীয়া কেন্দ্ৰীয় সভাৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা টাউন মডেল স্কুলৰ সমীপৰ সাহিত্য সভা ভৱনত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ এখন বিশেষ প্ৰতিনিধি সভা কাইলৈ ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ লখিমপুৰ জিলা…
নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি
উত্তৰ লখিমপুৰ-লীলাবাৰী সংযোগী পথৰ নকাড়ী ৰেল ক্ৰচিঙত নিতৌ তীব্ৰ যানজঁট
ৰাজ্যপাল আৰু উপায়ুক্তলৈ পৃথকে স্মাৰকপত্ৰ শোণিতপুৰ কংগ্ৰেছৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মাৰ্চঃ ৰাজ্য চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি শোণিতপুৰ তথা তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি শোণিতপুৰ জিলা কংগ্ৰেছে শোণিতপুৰৰ…
নাওবৈচাত ভাগিনীয়েকৰ দাৰ ঘাপত মোমায়েকৰ নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২০ মাৰ্চঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ সমীপৰ তথা লালুক থানাৰ অন্তৰ্গত হৰিপুৰত যোৱা নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ এই ঘটনাই সমগ্ৰ নাওবৈচা আঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি এটা মছজিদত ইমাম…
দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ তেজপুৰত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ : জুয়ে পোৰা ৮৩ ৰ আজিৰ দিনটোতে দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা, দক্ষ অভিনেতা জাতীয় শ্বহীদ ভূপেন ডেকাক আজি তেজপুৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ…
টিৰাপ ভূখণ্ডত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে
মুক্ত কয়লা খনন বন্ধ, বিদেশী বহিষ্কাৰৰ দাবী
ঢলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৰ শাস্তি হবনে
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ লৈ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন সংগঠন৷ ইয়াৰ প্ৰতিক্ৰিয়া…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আই চি এছ এছ আৰৰ পৃষ্ঠপোষকতাত সেউজ পদ্ধতিৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…
উত্তৰ লখিমপুৰঃ ২০ মাৰ্চঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতি: একবিংশ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…
পৌৰ কৰ বৃদ্ধি বাতিলৰ দাবীত লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ অসম চৰকাৰে বিভিন্ন শিতানত পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷…
