Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ১৮ মাৰ্চ: আজি লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভাখনি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া…

তেজপুৰৰ বাতৰি কাকত বিতৰক, নাগাৰা নামৰ শিল্পী চন্দ্র কান্ত মজুমদাৰৰ আকস্মিক মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মাৰ্চ : দীৰ্ঘদিন ধৰি তেজপুৰৰ ঊষানগৰত ভাড়াতীয়া হিচাপে থাকি এখন গেলামালৰ দোকানৰ লগতে বাতৰি কাকতৰ বিতৰক হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা নলবাৰী নিবাসী চন্দ্র কান্ত মজুমদাৰৰ কালি নিশা আকস্মিক ভাৱে ৭০ বছৰ…

তেজপুৰৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন

শতাব্দ  ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত আজি সম্পন্ন হয় দুই দিনীয়া কাৰ্যসূচীৰে সপ্তম ৰাষ্ট্ৰীয় আলোচনা সত্ৰ৷ ৱৰ্ল্ড এচ’চিয়েচন ফৰ চাইক’চচিয়েল ৰিহেবিলিটেচন ৰ এই সত্ৰত আন্ত:…

বগীনদীত এন এইচ পি চিৰ ২৩ লাখ টকীয়া স্বাস্থ্য বিভাগক চিকিৎসা সঁজুলি বিতৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ চিকিৎসালয়ত আজি এন এইচ পি চিয়ে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লখিমপুৰ জিলা স্বাস্থ্য বিভাগক ২৩ লাখ টকাৰ স্বাস্থ্য সামগ্ৰী আনুষ্ঠানিক বিতৰণ কৰে৷ বগীনদী আদৰ্শ চিকিৎসালয়ত…

শিক্ষাবিদ ড° প্ৰণীল গোস্বামীৰ আকস্মিক বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ প্ৰচুৰ মেধাসম্পন্ন তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, তেজপুৰ কমাৰচুবুৰী নিবাসী ড° প্ৰণীল গোস্বামীৰ আজি আকস্মিক ভাবে বিয়োগ ঘটিছে৷ উল্লেখযোগ্য যে,৭২বছৰীয়া শিক্ষাবিদ গৰাকী সপৰিয়ালে…

লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ স্বপ্নীল পালে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত ২৬ মাৰ্চৰ দিনা…

কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ :  তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ…

পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কংগ্ৰেছৰঃতেজপুৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬মাৰ্চঃ ৰাজ্যচৰকাৰে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে৷ ইয়াৰ বিৰুদ্ধে অহা ২০মাৰ্চত জিলা কংগ্ৰেছে প্ৰতিবাদ জনাই স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি…